Shuru
Apke Nagar Ki App…
ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান বিজ্ঞান শাখাত তামুলপুৰ জিলা। লগতে জিলা খনৰ ভিতৰতে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় শীৰ্ষস্থান দখল। ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান বিজ্ঞান শাখাত তামুলপুৰ জিলা। লগতে জিলা খনৰ ভিতৰতে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় শীৰ্ষস্থান দখল।
NAlive24
ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান বিজ্ঞান শাখাত তামুলপুৰ জিলা। লগতে জিলা খনৰ ভিতৰতে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় শীৰ্ষস্থান দখল। ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান বিজ্ঞান শাখাত তামুলপুৰ জিলা। লগতে জিলা খনৰ ভিতৰতে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় শীৰ্ষস্থান দখল।
More news from অসম and nearby areas
- বাক্সাৰ জালাহত প্ৰকাণ্ড অজগৰ উদ্ধাৰ। জালাহৰ গোপাল দাসৰ খেৰৰ পুজিৰ পৰা উদ্ধাৰ হয় প্ৰায় ৩০ কিলোগ্ৰাম ওজন আৰু প্ৰায় ৮ ফুট দৈৰ্ঘ্যৰ প্ৰকাণ্ড অজগৰ সাপ ডাল। বনবিভাগৰ লোক উপস্থিত হৈ অজগৰ ডাল উদ্ধাৰ কৰি দাওধাৰাৰ বন সংমণ্ডল কাৰ্যালয়লৈ লৈ যায়।1
- 📌জনপ্ৰতিনিধিলৈ বাট নাচাই নিজেই পথ নিৰ্মাণত নামিল বাক্সাৰ কাহিতামা পথাৰৰ ৩৬ টা পৰিয়াল। 📌তামোল বিক্ৰীৰ ধনেৰে ৰাস্তা মেৰামতি; চৰকাৰী অৱহেলাৰ বিৰুদ্ধে গাঁওবাসীৰ তীব্ৰ ক্ষোভ।1
- गुवाहाटी के स्थानीय लोग सरकार से गुहार लगा रहे हैं कि गुवाहाटी में जो आर्टिफिशियल फ्लड होता है उसको इस बार सरकार नियंत्रित करें 4 तारीख के बाद जो भी सरकार हो।। #NewsReport1
- H.S.ৰ ফলাফল বেয়া হোৱাৰ বাবেই যুৱতীৰ ভ*য়ংকৰ কা*ণ্ড। যোগীঘোপা-পঞ্চৰত্ন দলঙৰ পৰা মহাবাহুত জপিয়াই চৰম পন্থাৰ চেষ্টা যুৱতীৰ।1
- Post by Hii1
- Post by RINGKU Talukdar1
- ৰাজ্যৰ ভিতৰতে তামুলপুৰ জিলাই বানিজ্য শাখাই দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ৰাজ্যৰ ভিতৰত তামুলপুৰ জিলা ৰ বিজ্ঞান শাখাত 98.39% বানিজ্য শাখাত 98.95% কলা শাখাত 88.63% * অসমৰ ভিতৰত তামুলপুৰ জিলা বিজ্ঞান শাখাত প্ৰথম স্থান * বানিজ্য শাখাত দ্বিতীয় স্থান * কলা শাখাত পঞ্চম স্থান তামুলপুৰ বানিজ্য মহাবিদ্যালয়ৰ জ্যোটিকা বড়োই অৰ্থনৈতিক ভূগোল বিষয়ত ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে তামুলপুৰ কমাৰ্চ কলেজৰ পৰা ১০০% উত্তীৰ্ণ হবলৈ সক্ষম হৈছে ৷ ১৪৬ গৰাকী পৰীক্ষাত অৱতীৰ্ণ হৈ ১৪৬ গৰাকীয়ে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে ৷ ইয়াৰে প্ৰথম বিভাগত ৮৭ গৰাকী দ্বিতীয় বিভাগত ৫১ তৃতীয় ৮ গৰাকীয়ে লাভ কৰে ৷1
- প্ৰতীক্ষাৰ অন্তত ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। ফলাফল অনুসৰি কলা শাখাত প্ৰথম স্থানত বাক্সা জিলা। বাক্সাৰ জালাহৰ কলা শাখাৰ শিক্ষানুষ্ঠান অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত উখল-মাখল পৰিৱেশ। শিক্ষানুষ্ঠান খনত পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবাৰো ১০০% উত্তীৰ্ণ। ফলাফলক লৈ সুখী অধ্যক্ষ, শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকল। আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে সমগ্ৰ বাক্সাত।4
- 📌বাক্সাৰ আওঁহাটাত মুকলি বিহু প্ৰতিযোগিতা। 📌জুবিন গাৰ্গ, নিশামনি হালৈক শ্ৰদ্ধাঞ্জলি।1