Shuru
Apke Nagar Ki App…
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা শাখাৰ শিক্ষানুষ্ঠান অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত উখল-মাখল পৰিৱেশ। প্ৰতীক্ষাৰ অন্তত ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। ফলাফল অনুসৰি কলা শাখাত প্ৰথম স্থানত বাক্সা জিলা। বাক্সাৰ জালাহৰ কলা শাখাৰ শিক্ষানুষ্ঠান অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত উখল-মাখল পৰিৱেশ। শিক্ষানুষ্ঠান খনত পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবাৰো ১০০% উত্তীৰ্ণ। ফলাফলক লৈ সুখী অধ্যক্ষ, শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকল। আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে সমগ্ৰ বাক্সাত।
JintuMani's News

More news from অসম and nearby areas
- উৰুখা পঁজাৰ পৰা জুয়ে পোৰা সোণ হৈ জিলিকিল বাক্সাৰ পূৱ খাগ্ৰাবাৰীৰ বৰষা নাথ। পিতৃ দিন হাজিৰা কৰি পঢ়ুৱাইছিল সন্তানক। ৯১.৮ শতাংশ নম্বৰ লাভ কৰি আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক লৈ ডিষ্টিংচন সহ উত্তীৰ্ণ হয় মেধাৱী ছাত্ৰী গৰাকী। সফলতা লাভত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে বুলি স্বীকাৰ কৰে মেধাৱী ছাত্ৰী বৰষাই।1
- বাক্সা জিলাৰ খাৰিজা বিজনীৰ কাহিতামা পথাৰ গাঁৱৰ ৰাইজে এতিয়া স্ব-নিৰ্ভৰশীলতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। দীৰ্ঘদিন ধৰি ৰাস্তা-ঘাটৰ জৰাজীৰ্ণ অৱস্থাই জুৰুলা কৰা গাঁওখনৰ ৩৬ টা পৰিয়ালে জনপ্ৰতিনিধিৰ আশ্বাসলৈ বাট নাচাই হাতে হাতে কোৰ লৈ নিজেই পথ নিৰ্মাণৰ কামত নামি পৰিছে।1
- ৰাজ্যৰ ভিতৰতেই কলা শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম বাক্সা1
- Post by Mithun Rabha1
- তামুলপুৰৰ ডিমিলাপাৰত তিনিদিনীয়া কাৰ্যসূচীৰে ৫৭৭ বৰ্ষীয় শ্ৰী শ্ৰী গোপাল আৰু বাঘেশ্বৰী থানৰ সবাহ মহোৎসৱত আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত Blood Donation Camp ৰ আয়োজন কৰা হয়। অৰ্ধশতাধিক লোকে Blood Donation কৰে।1
- #Motivationvideos #Indian #Assam1
- H.S.ৰ ফলাফল বেয়া হোৱাৰ বাবেই যুৱতীৰ ভ*য়ংকৰ কা*ণ্ড। যোগীঘোপা-পঞ্চৰত্ন দলঙৰ পৰা মহাবাহুত জপিয়াই চৰম পন্থাৰ চেষ্টা যুৱতীৰ।1
- বাক্সাৰ জালাহত প্ৰকাণ্ড অজগৰ উদ্ধাৰ। জালাহৰ গোপাল দাসৰ খেৰৰ পুজিৰ পৰা উদ্ধাৰ হয় প্ৰায় ৩০ কিলোগ্ৰাম ওজন আৰু প্ৰায় ৮ ফুট দৈৰ্ঘ্যৰ প্ৰকাণ্ড অজগৰ সাপ ডাল। বনবিভাগৰ লোক উপস্থিত হৈ অজগৰ ডাল উদ্ধাৰ কৰি দাওধাৰাৰ বন সংমণ্ডল কাৰ্যালয়লৈ লৈ যায়।1