Shuru
Apke Nagar Ki App…
উৰুখা পঁজাৰ পৰা জুয়ে পোৰা সোণ হৈ জিলিকিল বাক্সাৰ পূৱ খাগ্ৰাবাৰীৰ বৰষা নাথ। উৰুখা পঁজাৰ পৰা জুয়ে পোৰা সোণ হৈ জিলিকিল বাক্সাৰ পূৱ খাগ্ৰাবাৰীৰ বৰষা নাথ। পিতৃ দিন হাজিৰা কৰি পঢ়ুৱাইছিল সন্তানক। ৯১.৮ শতাংশ নম্বৰ লাভ কৰি আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক লৈ ডিষ্টিংচন সহ উত্তীৰ্ণ হয় মেধাৱী ছাত্ৰী গৰাকী। সফলতা লাভত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে বুলি স্বীকাৰ কৰে মেধাৱী ছাত্ৰী বৰষাই।
JintuMani's News
উৰুখা পঁজাৰ পৰা জুয়ে পোৰা সোণ হৈ জিলিকিল বাক্সাৰ পূৱ খাগ্ৰাবাৰীৰ বৰষা নাথ। উৰুখা পঁজাৰ পৰা জুয়ে পোৰা সোণ হৈ জিলিকিল বাক্সাৰ পূৱ খাগ্ৰাবাৰীৰ বৰষা নাথ। পিতৃ দিন হাজিৰা কৰি পঢ়ুৱাইছিল সন্তানক। ৯১.৮ শতাংশ নম্বৰ লাভ কৰি আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক লৈ ডিষ্টিংচন সহ উত্তীৰ্ণ হয় মেধাৱী ছাত্ৰী গৰাকী। সফলতা লাভত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে বুলি স্বীকাৰ কৰে মেধাৱী ছাত্ৰী বৰষাই।
More news from অসম and nearby areas
- 📌জনপ্ৰতিনিধিলৈ বাট নাচাই নিজেই পথ নিৰ্মাণত নামিল বাক্সাৰ কাহিতামা পথাৰৰ ৩৬ টা পৰিয়াল। 📌তামোল বিক্ৰীৰ ধনেৰে ৰাস্তা মেৰামতি; চৰকাৰী অৱহেলাৰ বিৰুদ্ধে গাঁওবাসীৰ তীব্ৰ ক্ষোভ।1
- ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান বিজ্ঞান শাখাত তামুলপুৰ জিলা। লগতে জিলা খনৰ ভিতৰতে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় শীৰ্ষস্থান দখল।1
- Post by Hii1
- চিকিৎসক হোৱাৰ সপোন বৰপেটাৰ নলীগাওঁৰ ছালমা আখতাৰাৰ। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮৬.২ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে ছালমা আখতাৰা।1
- Post by RINGKU Talukdar1
- কর্ণাটক কাম করা মানুষ কোন সহায় না পাওয়ার কারণে হয়তো আসাম থেকে কর্নাটকে আসছে আসামের কাম করা মানুষগুলোর কোন মূল্য নাই আশা মত এবং বেশি4
- প্ৰতীক্ষাৰ অন্তত ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। ফলাফল অনুসৰি কলা শাখাত প্ৰথম স্থানত বাক্সা জিলা। বাক্সাৰ জালাহৰ কলা শাখাৰ শিক্ষানুষ্ঠান অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত উখল-মাখল পৰিৱেশ। শিক্ষানুষ্ঠান খনত পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবাৰো ১০০% উত্তীৰ্ণ। ফলাফলক লৈ সুখী অধ্যক্ষ, শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকল। আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে সমগ্ৰ বাক্সাত।4
- 📌বাক্সাৰ আওঁহাটাত মুকলি বিহু প্ৰতিযোগিতা। 📌জুবিন গাৰ্গ, নিশামনি হালৈক শ্ৰদ্ধাঞ্জলি।1
- ৰাজ্যৰ ভিতৰতে তামুলপুৰ জিলাই বানিজ্য শাখাই দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ৰাজ্যৰ ভিতৰত তামুলপুৰ জিলা ৰ বিজ্ঞান শাখাত 98.39% বানিজ্য শাখাত 98.95% কলা শাখাত 88.63% * অসমৰ ভিতৰত তামুলপুৰ জিলা বিজ্ঞান শাখাত প্ৰথম স্থান * বানিজ্য শাখাত দ্বিতীয় স্থান * কলা শাখাত পঞ্চম স্থান তামুলপুৰ বানিজ্য মহাবিদ্যালয়ৰ জ্যোটিকা বড়োই অৰ্থনৈতিক ভূগোল বিষয়ত ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে তামুলপুৰ কমাৰ্চ কলেজৰ পৰা ১০০% উত্তীৰ্ণ হবলৈ সক্ষম হৈছে ৷ ১৪৬ গৰাকী পৰীক্ষাত অৱতীৰ্ণ হৈ ১৪৬ গৰাকীয়ে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে ৷ ইয়াৰে প্ৰথম বিভাগত ৮৭ গৰাকী দ্বিতীয় বিভাগত ৫১ তৃতীয় ৮ গৰাকীয়ে লাভ কৰে ৷1