logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰাজ্যৰ ভিতৰতেই কলা শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম বাক্সা ৰাজ্যৰ ভিতৰতেই কলা শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম বাক্সা

17 hrs ago
user_BAKSA LIVE 24 Digital
BAKSA LIVE 24 Digital
Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
17 hrs ago

ৰাজ্যৰ ভিতৰতেই কলা শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম বাক্সা ৰাজ্যৰ ভিতৰতেই কলা শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম বাক্সা

More news from অসম and nearby areas
  • বাক্সাৰ জালাহত প্ৰকাণ্ড অজগৰ উদ্ধাৰ। জালাহৰ গোপাল দাসৰ খেৰৰ পুজিৰ পৰা উদ্ধাৰ হয় প্ৰায় ৩০ কিলোগ্ৰাম ওজন আৰু প্ৰায় ৮ ফুট দৈৰ্ঘ্যৰ প্ৰকাণ্ড অজগৰ সাপ ডাল। বনবিভাগৰ লোক উপস্থিত হৈ অজগৰ ডাল উদ্ধাৰ কৰি দাওধাৰাৰ বন সংমণ্ডল কাৰ্যালয়লৈ লৈ যায়।
    1
    বাক্সাৰ জালাহত প্ৰকাণ্ড অজগৰ উদ্ধাৰ।
জালাহৰ গোপাল দাসৰ খেৰৰ পুজিৰ পৰা উদ্ধাৰ হয় প্ৰায় ৩০ কিলোগ্ৰাম ওজন আৰু প্ৰায় ৮ ফুট দৈৰ্ঘ্যৰ প্ৰকাণ্ড অজগৰ সাপ ডাল। বনবিভাগৰ লোক উপস্থিত হৈ অজগৰ ডাল উদ্ধাৰ কৰি দাওধাৰাৰ বন সংমণ্ডল কাৰ্যালয়লৈ লৈ যায়।
    user_JintuMani's News
    JintuMani's News
    Local News Reporter বাক্সা, বাক্সা, অসম•
    18 hrs ago
  • ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান বিজ্ঞান শাখাত তামুলপুৰ জিলা। লগতে জিলা খনৰ ভিতৰতে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় শীৰ্ষস্থান দখল।
    1
    ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান বিজ্ঞান শাখাত তামুলপুৰ জিলা। লগতে জিলা খনৰ ভিতৰতে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় শীৰ্ষস্থান দখল।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    14 hrs ago
  • Post by Hii
    1
    Post by Hii
    user_Hii
    Hii
    বৰপেটা, বৰপেটা, অসম•
    3 hrs ago
  • চিকিৎসক হোৱাৰ সপোন বৰপেটাৰ নলীগাওঁৰ ছালমা আখতাৰাৰ। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮৬.২ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে ছালমা আখতাৰা।
    1
    চিকিৎসক হোৱাৰ সপোন বৰপেটাৰ নলীগাওঁৰ ছালমা আখতাৰাৰ।
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮৬.২ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে ছালমা আখতাৰা।
    user_ND Axom
    ND Axom
    Media house বৰপেটা, বৰপেটা, অসম•
    14 hrs ago
  • Post by RINGKU Talukdar
    1
    Post by RINGKU Talukdar
    user_RINGKU Talukdar
    RINGKU Talukdar
    Photographer বৰনগৰ (পিটি), বৰপেটা, অসম•
    23 hrs ago
  • কর্ণাটক কাম করা মানুষ কোন সহায় না পাওয়ার কারণে হয়তো আসাম থেকে কর্নাটকে আসছে আসামের কাম করা মানুষগুলোর কোন মূল্য নাই আশা মত এবং বেশি
    4
    কর্ণাটক কাম করা মানুষ কোন সহায় না পাওয়ার কারণে হয়তো আসাম থেকে কর্নাটকে আসছে আসামের কাম করা মানুষগুলোর কোন মূল্য নাই আশা মত এবং বেশি
    user_Ebrahim Ali
    Ebrahim Ali
    মঙলদৈ (পিটি), দৰং, অসম•
    47 min ago
  • 📌বাক্সাৰ আওঁহাটাত মুকলি বিহু প্ৰতিযোগিতা। 📌জুবিন গাৰ্গ, নিশামনি হালৈক শ্ৰদ্ধাঞ্জলি।
    1
    📌বাক্সাৰ আওঁহাটাত মুকলি বিহু প্ৰতিযোগিতা।
📌জুবিন গাৰ্গ, নিশামনি হালৈক শ্ৰদ্ধাঞ্জলি।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    20 hrs ago
  • প্ৰতীক্ষাৰ অন্তত ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। ফলাফল অনুসৰি কলা শাখাত প্ৰথম স্থানত বাক্সা জিলা। বাক্সাৰ জালাহৰ কলা শাখাৰ শিক্ষানুষ্ঠান অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত উখল-মাখল পৰিৱেশ। শিক্ষানুষ্ঠান খনত পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবাৰো ১০০% উত্তীৰ্ণ। ফলাফলক লৈ সুখী অধ্যক্ষ, শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকল। আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে সমগ্ৰ বাক্সাত।
    4
    প্ৰতীক্ষাৰ অন্তত ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।
ফলাফল অনুসৰি কলা শাখাত প্ৰথম স্থানত বাক্সা জিলা।
বাক্সাৰ জালাহৰ কলা শাখাৰ শিক্ষানুষ্ঠান অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত উখল-মাখল পৰিৱেশ।
শিক্ষানুষ্ঠান খনত পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবাৰো ১০০% উত্তীৰ্ণ।
ফলাফলক লৈ সুখী অধ্যক্ষ, শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকল।
আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে সমগ্ৰ বাক্সাত।
    user_JintuMani's News
    JintuMani's News
    Local News Reporter বাক্সা, বাক্সা, অসম•
    19 hrs ago
  • ৰাজ্যৰ ভিতৰতে তামুলপুৰ জিলাই বানিজ্য শাখাই দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ৰাজ্যৰ ভিতৰত তামুলপুৰ জিলা ৰ বিজ্ঞান শাখাত 98.39% বানিজ্য শাখাত 98.95% কলা শাখাত 88.63% * অসমৰ ভিতৰত তামুলপুৰ জিলা বিজ্ঞান শাখাত প্ৰথম স্থান * বানিজ্য শাখাত দ্বিতীয় স্থান * কলা শাখাত পঞ্চম স্থান তামুলপুৰ বানিজ্য মহাবিদ্যালয়ৰ জ্যোটিকা বড়োই অৰ্থনৈতিক ভূগোল বিষয়ত ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে তামুলপুৰ কমাৰ্চ কলেজৰ পৰা ১০০% উত্তীৰ্ণ হবলৈ সক্ষম হৈছে ৷ ১৪৬ গৰাকী পৰীক্ষাত অৱতীৰ্ণ হৈ ১৪৬ গৰাকীয়ে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে ৷ ইয়াৰে প্ৰথম বিভাগত ৮৭ গৰাকী দ্বিতীয় বিভাগত ৫১ তৃতীয় ৮ গৰাকীয়ে লাভ কৰে ৷
    1
    ৰাজ্যৰ ভিতৰতে তামুলপুৰ জিলাই  বানিজ্য শাখাই  দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ৰাজ্যৰ ভিতৰত তামুলপুৰ জিলা ৰ বিজ্ঞান শাখাত 98.39% বানিজ্য শাখাত 98.95% কলা শাখাত 88.63%
* অসমৰ ভিতৰত তামুলপুৰ জিলা বিজ্ঞান শাখাত প্ৰথম স্থান 
* বানিজ্য শাখাত দ্বিতীয় স্থান 
* কলা শাখাত পঞ্চম স্থান
তামুলপুৰ বানিজ্য মহাবিদ্যালয়ৰ   জ্যোটিকা বড়োই অৰ্থনৈতিক ভূগোল বিষয়ত ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷
ইপিনে তামুলপুৰ কমাৰ্চ কলেজৰ পৰা ১০০% উত্তীৰ্ণ হবলৈ সক্ষম হৈছে ৷
১৪৬ গৰাকী পৰীক্ষাত অৱতীৰ্ণ হৈ ১৪৬ গৰাকীয়ে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে ৷ 
ইয়াৰে প্ৰথম বিভাগত ৮৭ গৰাকী দ্বিতীয় বিভাগত ৫১ তৃতীয় ৮ গৰাকীয়ে লাভ কৰে ৷
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    14 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.