Shuru
Apke Nagar Ki App…
আলি-আয়ে- লৃগাঙৰ ৰাজ্যিক বন্ধ ঘোষণা মিচিং ৰাইজৰ আন্দোলনৰ ফল: আকাশ দলে। তেওঁ কয় যে মিচিং সমাজে বহু বছৰৰ পৰা নিজৰ সংস্কৃতি, পৰম্পৰা আৰু অধিকাৰৰ স্বীকৃতি দাবী কৰি অহা আন্দোলনৰ ফলতেই আজি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত সম্ভৱ হৈছে। ৰাজ্যৰ অন্যতম বৃহৎ জনগোষ্ঠী মিচিংসকলৰ বাবে Ali-Aye-Ligang উৎসৱ অতি তাৎপৰ্যপূর্ণ, আৰু ইয়াৰ দিনত ৰাজ্যিক বন্ধ ঘোষণা কৰাটো তেওঁলোকৰ সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি এক সন্মান বুলি তেওঁ উল্লেখ কৰে।
Bittuahmed
আলি-আয়ে- লৃগাঙৰ ৰাজ্যিক বন্ধ ঘোষণা মিচিং ৰাইজৰ আন্দোলনৰ ফল: আকাশ দলে। তেওঁ কয় যে মিচিং সমাজে বহু বছৰৰ পৰা নিজৰ সংস্কৃতি, পৰম্পৰা আৰু অধিকাৰৰ স্বীকৃতি দাবী কৰি অহা আন্দোলনৰ ফলতেই আজি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত সম্ভৱ হৈছে। ৰাজ্যৰ অন্যতম বৃহৎ জনগোষ্ঠী মিচিংসকলৰ বাবে Ali-Aye-Ligang উৎসৱ অতি তাৎপৰ্যপূর্ণ, আৰু ইয়াৰ দিনত ৰাজ্যিক বন্ধ ঘোষণা কৰাটো তেওঁলোকৰ সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি এক সন্মান বুলি তেওঁ উল্লেখ কৰে।
More news from অসম and nearby areas
- ৰূপহীহাটৰ তাৰাবাৰি বজাৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড । অগ্নিকাণ্ডত ৭টা দোকানৰ লগতে ৪টা বাইক জুইত ভস্মীভূত হয় । এতিয়ালৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। ঘটনাস্থলিত অগ্নিনিৰ্বাপক বাহিনী আহি জুই নোমাবলৈ সক্ষম হয়।1
- ইংৰাজী, অসমীয়া, গণিত, সাধাৰণ বিজ্ঞান, সমাজবিজ্ঞান আৰু আই,টি আদি প্ৰতিটো বিষয়তে নব্বৈ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ফাৰজানা তাচনিম নামৰ এগৰাকী ছাত্ৰীয়ে। ৰূপহীহাটৰ তাৰাবাৰীৰ অৱসৰ প্ৰাপ্ত শিক্ষক উবাইদুল্লাহৰ কণ্যা ফাৰজানা তাচনিমে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা। আমাৰ সাংবাদিকে প্ৰাঞ্জল শইকীয়াই এই কৃতি ছাত্ৰী গৰাকীৰ বাসগৃহত উপস্থিত হৈ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এই প্ৰতিবেদন যুগুত কৰে। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন।1
- 📌লোকসভাৰ অধিবেশনত মহিলা সংৰক্ষণ আৰু সীমা নিৰ্ধাৰণ বিধেয়কক লৈ বিজেপিক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ 📌মহিলাৰ সংৰক্ষণ বিধেয়কক লৈ বিজেপিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ 📌মহিলাক প্ৰতিনিধিত্ব দিয়াৰ পৰিৱৰ্তে বিধেয়কখনক লৈ ৰাজনীতি কৰাৰ ইংগিত বিজেপিৰ বিৰুদ্ধে #LokSabha #WomenReservation #GauravGogoi1
- Post by Mahesh kumar das1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ নতুন চিৰাজুলিস্থিত ও,পি কানৈ মধ্য ইংৰাজী বিদ্যালয়ত যোৱা নিশা সংঘটিত হ’ল চুৰিকাণ্ড1
- Post by অঞ্জন শইকীয়া1
- ৰঙিয়াত আটক দুধৰ্ষ চোৰ । দীৰ্ঘদিন ধৰি ৰঙিয়াৰ বিভিন্ন লোকৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ দুধৰ্ষ চোৰ ছাদ্দামে কাটি লৈ যায় বিজুলী সংযোগ থকা বৰ্ড আৰু তাঁৰ । বিগত প্ৰায় এবছৰৰ পৰা ছাদ্দামে কৰি আহিছে এই চুৰিকাৰ্য্য । চুৰি কৰা বৰ্ড আৰু তাঁৰ ছাদ্দামে বিক্ৰী কৰে স্ক্ৰেবৰ দোকানত । কিন্ত ইলেক্ট্ৰিক মেন ছাদ্দামৰ এইবাৰ ফিউজ উৰিল । ৰঙিয়াৰ শৌলমাৰীত এঘৰত তাঁৰ কাটিব সোমাই ধৰা পৰিল ছাদ্দাম ।ঘৰৰ ভিতৰত ঘুটুং ঘাটাং শব্দ শুনি কোঠাৰ ভিতৰলৈ গৃহস্থ সোমাই দেখিলে লুকাই আছে ছাদ্দাম। আৰু তাৰ পিছৰ অৱস্থা এয়া ছাদ্দামৰ । পঘাৰে খুটাঁত বান্ধি ৰাইজে ছাদ্দামক দিলে ৰাজহুৱা হেয়াৰ কাট । অৱশ্যে প্ৰহাৰ নকৰি শোধাই দিলে আৰক্ষীক।1
- এই নতুন বছৰটি আপোনাৰ কেনে যাব? ব্যৱসায় বানিজ্য, পাৰিবাৰিক সমস্যা, মেল মুকৰ্দ্দমা, গৃহদোষ, কালদোষ, ৰাহু, কেতু , শণিৰ প্ৰভাৱ পৰিব নেকি আহি থকা বছৰটিত? আপুনি যদি ইয়াকে লৈ সমস্যাত পৰিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ নিচেই কাষতে আছে Astrologer Sulman ওৰফে চুলমান কবিৰাজ।1