logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

আজি অসম জাতীয় পৰিষদৰ নিৰ্বাচনী পৰ্যালোচনা বৈঠকৰ কেইটিমান মুহূৰ্ত। আজিৰ এই বৈঠকত নিৰ্বাচনত অৱতীৰ্ণ হোৱা অসম জাতীয় পৰিষদৰ সমূহ প্রার্থী আৰু নিৰ্বাচনী সমিতি উপস্থিত থাকে । : লুৰীনজ্যোতি গগৈ

12 hrs ago
user_Assam Update
Assam Update
Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
12 hrs ago

আজি অসম জাতীয় পৰিষদৰ নিৰ্বাচনী পৰ্যালোচনা বৈঠকৰ কেইটিমান মুহূৰ্ত। আজিৰ এই বৈঠকত নিৰ্বাচনত অৱতীৰ্ণ হোৱা অসম জাতীয় পৰিষদৰ সমূহ প্রার্থী আৰু নিৰ্বাচনী সমিতি উপস্থিত থাকে । : লুৰীনজ্যোতি গগৈ

More news from অসম and nearby areas
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    9 hrs ago
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    11 hrs ago
  • * সোমবাৰে মথুৰাপুৰ ব'হাগী বিদায় উৎসৱৰ লাইখুটা স্থাপন। চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ ৰাইজৰ প্ৰচেষ্টাত অনুষ্ঠিত কৰি অহা ব'হাগী বিদায় উৎসৱ এই বছৰ সপ্তদশ বৰ্ষত ভৰি দিছে। আগন্তুক ৮ আৰু ৯ মে' , শুকুৰ আৰু শনিবাৰে দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে জুবিন গাৰ্গ সোঁৱৰণী সমন্বয় ক্ষেত্ৰ মথুৰাপুৰত অনুষ্ঠিত কৰাৰ প্ৰস্তুতিৰে মথুৰাপুৰ ব'হাগী বিদায় উৎসৱ সমিতিয়ে আজি এক মাংগলিক নীতি নিয়মেৰে মথুৰাপুৰ অঞ্চলৰ এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি অজিৎ নেওগে লাইখুটা স্থাপন কৰে। এইবাৰ দুদিনীয়া বিভিন্ন কাৰ্য্যসূচীৰ লগতে ৮ মে'ত বিভিন্ন প্ৰতিযোগিতাৰ লগতে কেইবাটাও আগশাৰী হুচৰি দলৰ হুচৰি প্ৰদৰ্শন। নিশালৈ স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আৰু ৯ মে' তাৰিখে বিহু মঞ্চৰ বিশেষ আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাভ নীতাৰ গীতৰ শৰাইৰ লগতে আমন্ত্ৰিত হুচৰি দলে প্ৰদৰ্শন কৰিব হুচৰি। উক্ত দুয়োটা দিনৰ কাৰ্য্যসূচীত সকলোৰে সহায় সহযোগিতাৰ লগতে উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে।
    1
    *
সোমবাৰে মথুৰাপুৰ ব'হাগী বিদায় উৎসৱৰ লাইখুটা স্থাপন।
চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ ৰাইজৰ প্ৰচেষ্টাত অনুষ্ঠিত কৰি অহা ব'হাগী বিদায় উৎসৱ এই বছৰ সপ্তদশ বৰ্ষত ভৰি দিছে।
আগন্তুক ৮ আৰু ৯ মে' , শুকুৰ আৰু শনিবাৰে দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে জুবিন গাৰ্গ সোঁৱৰণী সমন্বয় ক্ষেত্ৰ মথুৰাপুৰত  অনুষ্ঠিত কৰাৰ প্ৰস্তুতিৰে মথুৰাপুৰ ব'হাগী বিদায় উৎসৱ সমিতিয়ে আজি এক মাংগলিক নীতি নিয়মেৰে মথুৰাপুৰ অঞ্চলৰ এগৰাকী  ধৰ্মপ্ৰাণ ব্যক্তি অজিৎ নেওগে লাইখুটা স্থাপন কৰে।
এইবাৰ দুদিনীয়া বিভিন্ন কাৰ্য্যসূচীৰ লগতে ৮ মে'ত বিভিন্ন প্ৰতিযোগিতাৰ লগতে কেইবাটাও আগশাৰী হুচৰি দলৰ হুচৰি প্ৰদৰ্শন।
নিশালৈ স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান
আৰু ৯ মে' তাৰিখে বিহু মঞ্চৰ বিশেষ আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাভ নীতাৰ গীতৰ শৰাইৰ লগতে আমন্ত্ৰিত হুচৰি দলে  প্ৰদৰ্শন কৰিব হুচৰি।
উক্ত দুয়োটা দিনৰ কাৰ্য্যসূচীত সকলোৰে সহায় সহযোগিতাৰ লগতে উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    13 hrs ago
  • কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ বৃহৎ সফলতা সাতবইনীৰটুপ বালাভিঠা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সাতবইনীৰটুপ বালাভিঠা আঞ্চলিক যুৱ সংঘৰ উদ্দোগত কৃতি ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামোচা , কলমেৰে সম্ভৰ্ধনা জনোৱাৰ লগতে আমন্ত্ৰিত অতিথি ,অধিবক্তা , সাংবাদিক আৰু মুৰব্বী সকলক সম্বৰ্ধনা জনায় । কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ সম্ভৰ্ধনা অনুষ্ঠানত আব্দুল হালিমৰ সভাপতিত্বত কঠোৰ পৰিশ্ৰম কৰি অনুষ্ঠান আয়োজন কৰা মতিয়াৰ ৰহমান , জাহিদুল ইছলাম প্ৰচেষ্টাত অনুষ্ঠান আয়োজন কৰে । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভাল ফলাফল অৰ্জন কৰা সম্ভৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে মিলনজ্যেতি মহাবিদ্যালয়ৰ অধ্যাপক ওমৰ আলী আহমেদ , অৰুনোদয় জাতীয় বিদ্যালয়ৰ অধ্যাক্ষ তথা নৱশক্তি মহাবিদ্যালয়ৰ অধ্যাপক শাজাহান আলী , বৰপেটাৰোড ছাবৰেজিষ্টাৰ অফিচত কৰ্মৰত নুৰ আলম , অধিবক্তা ইকবল হুছেইন সাংবাদিকসকল আৰু গাৱৰ মুৰব্বীসকলে । আগন্তুক দিনত ছাত্র ছাত্ৰীসকলৰ ভৱিষ্যতৰ জীৱন প্ৰতি লক্ষ্য ৰাখি সম্ভৰ্ধনা অনুষ্ঠানৰ যোগেদি প্ৰতিগৰাকী ছাত্র-ছাত্ৰীক আশীৰ্বাদ জ্ঞাপন কৰে । ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিজৰ স্থিতি অটল ৰাখি সময়মতে অধ্যয়ন কৰি এজন এজনকৈ সুদক্ষ নাগৰিক হিচাপে গঢ়ি তুলিব পাৰে তাৰে পৰামৰ্শ দিয়ে। *সৰভোগৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট*
    1
    কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ  বৃহৎ সফলতা 
সাতবইনীৰটুপ বালাভিঠা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 
সাতবইনীৰটুপ বালাভিঠা আঞ্চলিক যুৱ সংঘৰ উদ্দোগত  কৃতি  ছাত্ৰ-ছাত্ৰীসকলক  ফুলাম গামোচা , কলমেৰে সম্ভৰ্ধনা জনোৱাৰ লগতে আমন্ত্ৰিত অতিথি ,অধিবক্তা  , সাংবাদিক আৰু মুৰব্বী সকলক  সম্বৰ্ধনা জনায় । 
কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ সম্ভৰ্ধনা অনুষ্ঠানত আব্দুল হালিমৰ সভাপতিত্বত কঠোৰ পৰিশ্ৰম কৰি অনুষ্ঠান আয়োজন কৰা মতিয়াৰ ৰহমান , জাহিদুল ইছলাম  প্ৰচেষ্টাত অনুষ্ঠান আয়োজন কৰে । 
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভাল ফলাফল অৰ্জন কৰা সম্ভৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে মিলনজ্যেতি  মহাবিদ্যালয়ৰ অধ্যাপক ওমৰ আলী আহমেদ , অৰুনোদয় জাতীয় বিদ্যালয়ৰ অধ্যাক্ষ তথা নৱশক্তি মহাবিদ্যালয়ৰ অধ্যাপক শাজাহান আলী , বৰপেটাৰোড ছাবৰেজিষ্টাৰ অফিচত কৰ্মৰত নুৰ আলম ,  অধিবক্তা ইকবল হুছেইন সাংবাদিকসকল আৰু গাৱৰ মুৰব্বীসকলে । 
আগন্তুক দিনত ছাত্র ছাত্ৰীসকলৰ ভৱিষ্যতৰ জীৱন প্ৰতি লক্ষ্য ৰাখি সম্ভৰ্ধনা অনুষ্ঠানৰ যোগেদি প্ৰতিগৰাকী ছাত্র-ছাত্ৰীক  আশীৰ্বাদ জ্ঞাপন কৰে । 
ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিজৰ স্থিতি অটল ৰাখি সময়মতে অধ্যয়ন কৰি এজন  এজনকৈ সুদক্ষ নাগৰিক হিচাপে গঢ়ি তুলিব পাৰে তাৰে পৰামৰ্শ দিয়ে।
*সৰভোগৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট*
    user_Huntu sen kachari
    Huntu sen kachari
    Photographer Dibrugarh East, Assam•
    17 hrs ago
  • ডিগবৈ লখিপথাৰ ভয়াবহ পথ দূৰঘটনা পাছ গৰাকী মহিলা আহত হয়
    1
    ডিগবৈ লখিপথাৰ ভয়াবহ পথ দূৰঘটনা পাছ গৰাকী মহিলা আহত হয়
    user_PG LKP NEWS
    PG LKP NEWS
    Social Media Manager তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    10 hrs ago
  • আজি তিনিচুকীয়াৰ বিষ্ণুজ্যোতি সংগীত বিদ্যালয়ত অসম সন্মিলিত মহাসংঘই এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত অসম সন্মিলিত মহাসংঘৰ সভাপতি মতিউৰ ৰহমানে কয় যে, অসমত উপনিৱেশিক চৰকাৰ প্ৰতিষ্ঠা কৰাৰ পৰাই খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ ভয়াবহ দুৰ্যোগ আৰম্ভ হৈছে । বৃটিছেই বিভিন্ন বিদেশী লোকক অসমলৈ আনিছিল চৰকাৰৰ শাসন চলাবলৈ, সাৰুৱা তেল, কৃষি, চাহ, কয়লা আদিৰ উৎপাদন আৰু ব্যৱসায় কৰিবলৈ, ৰেল লাইন প্ৰতিষ্ঠা কৰিবলৈ । অসমলৈ বিদেশী আৰু বহিৰাগতৰ প্ৰৱজন এতিয়াও ব্যাপক ৰূপত চলিয়েই আছে । বৃটিছৰ দৰে ভাৰতীয় শাসক শ্ৰেণীয়েও অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহক ধ্বংস কৰিবলৈকে এই প্ৰৱজনক উদগণি দি আছে । অবৈধ বিদেশী বহিষ্কাৰ নকৰে আৰু ব্যাপক বহিৰাগতৰ প্ৰৱজন নিয়ন্ত্ৰণ নকৰে । খিলঞ্জীয়া জনগোষ্ঠী সমূহক নিজৰ হাজাৰ বছৰীয়া গৃহভূমিতে সংখ্যালঘু কৰি চিৰদিনৰ বাবে শাসন ক্ষমতা আৰু ভূ-সম্পদৰ অধিকাৰৰ পৰা বঞ্চিত কৰি গোলাম কৰিবলৈকেই বিভিন্ন ৰাজনৈতিক দল আৰু চৰকাৰে চলাই থকা ভয়ানক ষড়যন্ত্ৰৰ কথা খিলঞ্জীয়া জনগোষ্ঠী সমূহে এতিয়াও নুবুজাটো অতিশয় বেদনাদায়ক আৰু পৰিতাপৰ কথা । মহাসংঘই সেই কাৰণেই   খিলঞ্জীয়াৰ হাতৰ পৰা অতি কৌশলেৰে শাসন ক্ষমতা সহ সকলো অধিকাৰ কাঢ়ি লৈ গৈ থকা জঘণ্য কাৰ্য চিৰদিনৰ বাবে বন্ধ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় নীতি অনুসৰিয়েই খিলঞ্জীয়াৰ ভিত্তি বছৰ ১৮২৬ ৰ ভিত্তিত প্ৰকৃত খিলঞ্জীয়া আৰু ভাৰতৰ সংবিধান অনুসৰি ১৯৫১ৰ ভিত্তিত প্ৰকৃত ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ বাবেই আঞ্চলিক ৰাজনৈতিক দল "অসম সুৰক্ষা পৰিষদ" গঠন কৰিছে । ভাৰতৰ স্বাধীনতাৰ ৭৯ বছৰত অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ ভিত্তিত শাসন ক্ষমতা আৰু ভূ-সম্পদৰ অধিকাৰ ক্ৰমান্বয়ে বিলুপ্ত হৈ গৈ আছ । এসময়ৰ শাসক মৰাণ, মটক, চিংফৌ, দেউৰী, চুতীয়া, সোনোৱাল কছাৰী আদি জনগোষ্ঠীয়ে উজনি অসমৰ বিভিন্ন অঞ্চলত ৰাজত্ব কৰিছিল । আজি সেই জনগোষ্ঠী সমূহেই ৰাজনৈতিক শাসন ক্ষমতা হেৰুৱাইছে । অথচ উজনি অসমত হিন্দু বাঙালী, বিহাৰী, নেপালী, চাহ বনুৱা সম্প্ৰদায় আদি অ-খিলঞ্জীয়া সম্প্ৰদায়ৰ লোক বিধায়ক, সাংসদ, মন্ত্ৰী হৈছে । উজনি অসমৰ হাজাৰ বছৰীয়া খিলঞ্জীয়া জনগোষ্ঠীয়ে নিজৰ হাজাৰ বছৰীয়া গৃহভূমিতে যে ক্ষমতাৰ পৰা বঞ্চিত হৈছে সেই কথা বাস্তৱ ক্ষেত্ৰত প্ৰমাণিত হৈয়েই আছে । সেয়ে অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ আৰু প্ৰকৃত ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ বাবেই শুদ্ধ ভাবে কাম কৰিবলৈ আৰু যাতে অধিক ক্ষতি নহয় তাৰ বাবেই এই আঞ্চলিক ৰাজনৈতিক দলৰ জড়িয়তে কাম কৰাটো সময়ৰ আহ্বান তথা জৰুৰী দায়িত্ব আৰু কৰ্তব্য ৰূপে বিবেচিত হৈছে । স্বাধীনতাৰ ৭৯ বছৰৰ ইতিহাসত খিলঞ্জীয়া জনগোষ্ঠী সমূহে তথা প্ৰকৃত ভাৰতীয় নাগৰিক সকলে যি হেৰুৱাইছে সেয়া পুনৰুদ্ধাৰৰ কৰিব পাৰিলেহে অসম সুৰক্ষিত হৈ থাকিব । খিলঞ্জীয়া জনগোষ্ঠী সমূহে নিজৰ বিবেক বুদ্ধিৰে শুদ্ধ পথেৰে আগুৱাই যাব পাৰিব লাগিব । সমাজবাদী আদৰ্শেৰে সম অধিকাৰ, সম সন্মান আৰু সম মৰ্যাদাৰ ভিত্তিতেই ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদে দিয়া আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ আধাৰত অসম দেশখন নতুন ৰূপত গঢ়ি প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীৰে নিজস্ব চৰকাৰ গঠনৰ জড়িয়তে সকলোকে সামৰি এখন পূৰ্ণাংগ ফেডাৰেল চৰকাৰ প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰাটোৱেই অসম সুৰক্ষা পৰিষদৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য । মহাসংঘই প্ৰত্যক্ষ সংসদীয় ৰাজনীতি নকৰে । কিন্তু মহাসংঘই  জাতিৰ প্ৰতি দায়িত্বশীল আৰু নিষ্ঠা, সততাৰে সেৱাৰ মনোভাৱেৰে জাতিৰ কল্যাণৰ বাবে কাম কৰিবলৈ দায়বদ্ধ এচাম লোকৰ দ্বাৰা অসম সুৰক্ষা পৰিষদ গঠন কৰি বাস্তৱ ক্ষেত্ৰত কাম কৰাৰ বাবে আগবঢ়াই দিবলৈ দায়বদ্ধ । মহাসংঘৰ হৈ এই ক্ষেত্ৰত যুটীয়া মুখ্য আহ্বায়ক হিচাপে দায়িত্ব পালন কৰিব সভাপতি শান্তনু দাস বৰহাজোৱাল আৰু মহা সচিব ভূপেন নৰহে । ৰাজনৈতিক দল গঠন কৰাৰ বাবে গঠিত আহ্বায়ক সমিতিৰ সদস্য সকল হ'ল -জ্ঞানানন্দ ফুকন, ডক্টৰ যোগেশ্বৰ বড়া, জগন্নাথ সোনোৱাল, বিৰাজ গগৈ, নবীন চন্দ্ৰ পাইত, আইমৌন ছাখাপ, ৰুবুল বৰা, পল্লৱ শ্যাম ৱাইলুঙ আৰু কিৰণ সিংহ । এই আহ্বায়ক সমিতিয়ে এখন ৰাজনৈতিক অভিবৰ্তন অনুষ্ঠিত কৰিবলৈ ক্ষীপ্ৰ গতিত কাম কৰিব । মহাসংঘৰ সুৰক্ষা পৰিষদৰ সভাপতি মতিউৰ ৰহমানে ছুপ্ৰিম কৰ্টত আইনী যুঁজ আৰু গণতান্ত্ৰিক সংগ্ৰাম দৃঢ়তাৰে চলাই নিয়াৰ বাবে যাৱতীয় কাম কাজ কৰি থাকিব বুলি আজি সংবাদমেলত মহাসংঘই ৰাজহুৱা কৰে ।
    1
    আজি তিনিচুকীয়াৰ বিষ্ণুজ্যোতি সংগীত বিদ্যালয়ত অসম সন্মিলিত মহাসংঘই এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত অসম সন্মিলিত মহাসংঘৰ সভাপতি মতিউৰ ৰহমানে কয় যে, অসমত উপনিৱেশিক চৰকাৰ প্ৰতিষ্ঠা কৰাৰ পৰাই খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ ভয়াবহ দুৰ্যোগ আৰম্ভ হৈছে । বৃটিছেই বিভিন্ন বিদেশী লোকক অসমলৈ আনিছিল চৰকাৰৰ শাসন চলাবলৈ, সাৰুৱা তেল, কৃষি, চাহ, কয়লা আদিৰ উৎপাদন আৰু ব্যৱসায় কৰিবলৈ, ৰেল লাইন প্ৰতিষ্ঠা কৰিবলৈ । অসমলৈ বিদেশী আৰু বহিৰাগতৰ প্ৰৱজন এতিয়াও ব্যাপক ৰূপত চলিয়েই আছে । বৃটিছৰ দৰে ভাৰতীয় শাসক শ্ৰেণীয়েও অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহক ধ্বংস কৰিবলৈকে এই প্ৰৱজনক উদগণি দি আছে । অবৈধ বিদেশী বহিষ্কাৰ নকৰে আৰু ব্যাপক বহিৰাগতৰ প্ৰৱজন নিয়ন্ত্ৰণ নকৰে । খিলঞ্জীয়া জনগোষ্ঠী সমূহক নিজৰ হাজাৰ বছৰীয়া গৃহভূমিতে সংখ্যালঘু কৰি চিৰদিনৰ বাবে শাসন ক্ষমতা আৰু ভূ-সম্পদৰ অধিকাৰৰ পৰা বঞ্চিত কৰি গোলাম কৰিবলৈকেই বিভিন্ন ৰাজনৈতিক দল আৰু চৰকাৰে চলাই থকা ভয়ানক ষড়যন্ত্ৰৰ কথা খিলঞ্জীয়া জনগোষ্ঠী সমূহে এতিয়াও নুবুজাটো অতিশয় বেদনাদায়ক আৰু পৰিতাপৰ কথা । মহাসংঘই সেই কাৰণেই   খিলঞ্জীয়াৰ হাতৰ পৰা অতি কৌশলেৰে শাসন ক্ষমতা সহ সকলো অধিকাৰ কাঢ়ি লৈ গৈ থকা জঘণ্য কাৰ্য চিৰদিনৰ বাবে বন্ধ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় নীতি অনুসৰিয়েই খিলঞ্জীয়াৰ ভিত্তি বছৰ ১৮২৬ ৰ ভিত্তিত প্ৰকৃত খিলঞ্জীয়া আৰু ভাৰতৰ সংবিধান অনুসৰি ১৯৫১ৰ ভিত্তিত প্ৰকৃত ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ বাবেই আঞ্চলিক ৰাজনৈতিক দল "অসম সুৰক্ষা পৰিষদ" গঠন কৰিছে । ভাৰতৰ স্বাধীনতাৰ ৭৯ বছৰত অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ ভিত্তিত শাসন ক্ষমতা আৰু ভূ-সম্পদৰ অধিকাৰ ক্ৰমান্বয়ে বিলুপ্ত হৈ গৈ আছ । এসময়ৰ শাসক মৰাণ, মটক, চিংফৌ, দেউৰী, চুতীয়া, সোনোৱাল কছাৰী আদি জনগোষ্ঠীয়ে উজনি অসমৰ বিভিন্ন অঞ্চলত ৰাজত্ব কৰিছিল । আজি সেই জনগোষ্ঠী সমূহেই ৰাজনৈতিক শাসন ক্ষমতা হেৰুৱাইছে । অথচ উজনি অসমত হিন্দু বাঙালী, বিহাৰী, নেপালী, চাহ বনুৱা সম্প্ৰদায় আদি অ-খিলঞ্জীয়া সম্প্ৰদায়ৰ লোক বিধায়ক, সাংসদ, মন্ত্ৰী হৈছে । উজনি অসমৰ হাজাৰ বছৰীয়া খিলঞ্জীয়া জনগোষ্ঠীয়ে নিজৰ হাজাৰ বছৰীয়া গৃহভূমিতে যে ক্ষমতাৰ পৰা বঞ্চিত হৈছে সেই কথা বাস্তৱ ক্ষেত্ৰত প্ৰমাণিত হৈয়েই আছে । সেয়ে অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ আৰু প্ৰকৃত ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ বাবেই শুদ্ধ ভাবে কাম কৰিবলৈ আৰু যাতে অধিক ক্ষতি নহয় তাৰ বাবেই এই আঞ্চলিক ৰাজনৈতিক দলৰ জড়িয়তে কাম কৰাটো সময়ৰ আহ্বান তথা জৰুৰী দায়িত্ব আৰু কৰ্তব্য ৰূপে বিবেচিত হৈছে । স্বাধীনতাৰ ৭৯ বছৰৰ ইতিহাসত খিলঞ্জীয়া জনগোষ্ঠী সমূহে তথা প্ৰকৃত ভাৰতীয় নাগৰিক সকলে যি হেৰুৱাইছে সেয়া পুনৰুদ্ধাৰৰ কৰিব পাৰিলেহে অসম সুৰক্ষিত হৈ থাকিব । খিলঞ্জীয়া জনগোষ্ঠী সমূহে নিজৰ বিবেক বুদ্ধিৰে শুদ্ধ পথেৰে আগুৱাই যাব পাৰিব লাগিব । সমাজবাদী আদৰ্শেৰে সম অধিকাৰ, সম সন্মান আৰু সম মৰ্যাদাৰ ভিত্তিতেই ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদে দিয়া আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ আধাৰত অসম দেশখন নতুন ৰূপত গঢ়ি প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীৰে নিজস্ব চৰকাৰ গঠনৰ জড়িয়তে সকলোকে সামৰি এখন পূৰ্ণাংগ ফেডাৰেল চৰকাৰ প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰাটোৱেই অসম সুৰক্ষা পৰিষদৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য । মহাসংঘই প্ৰত্যক্ষ সংসদীয় ৰাজনীতি নকৰে । কিন্তু মহাসংঘই  জাতিৰ প্ৰতি দায়িত্বশীল আৰু নিষ্ঠা, সততাৰে সেৱাৰ মনোভাৱেৰে জাতিৰ কল্যাণৰ বাবে কাম কৰিবলৈ দায়বদ্ধ এচাম লোকৰ দ্বাৰা অসম সুৰক্ষা পৰিষদ গঠন কৰি বাস্তৱ ক্ষেত্ৰত কাম কৰাৰ বাবে আগবঢ়াই দিবলৈ দায়বদ্ধ । মহাসংঘৰ হৈ এই ক্ষেত্ৰত যুটীয়া মুখ্য আহ্বায়ক হিচাপে দায়িত্ব পালন কৰিব সভাপতি শান্তনু দাস বৰহাজোৱাল আৰু মহা সচিব ভূপেন নৰহে । ৰাজনৈতিক দল গঠন কৰাৰ বাবে গঠিত আহ্বায়ক সমিতিৰ সদস্য সকল হ'ল -জ্ঞানানন্দ ফুকন, ডক্টৰ যোগেশ্বৰ বড়া, জগন্নাথ সোনোৱাল, বিৰাজ গগৈ, নবীন চন্দ্ৰ পাইত, আইমৌন ছাখাপ, ৰুবুল বৰা, পল্লৱ শ্যাম ৱাইলুঙ আৰু কিৰণ সিংহ । এই আহ্বায়ক সমিতিয়ে এখন ৰাজনৈতিক অভিবৰ্তন অনুষ্ঠিত কৰিবলৈ ক্ষীপ্ৰ গতিত কাম কৰিব । মহাসংঘৰ সুৰক্ষা পৰিষদৰ সভাপতি মতিউৰ ৰহমানে ছুপ্ৰিম কৰ্টত আইনী যুঁজ আৰু গণতান্ত্ৰিক সংগ্ৰাম দৃঢ়তাৰে চলাই নিয়াৰ বাবে যাৱতীয় কাম কাজ কৰি থাকিব বুলি আজি সংবাদমেলত মহাসংঘই ৰাজহুৱা কৰে ।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    12 hrs ago
  • Post by Prime Time National
    1
    Post by Prime Time National
    user_Prime Time National
    Prime Time National
    Local News Reporter তেজপুৰ, শোণিতপুৰ, অসম•
    9 hrs ago
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    9 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.