Shuru
Apke Nagar Ki App…
ডিগবৈ লখিপথাৰ ভয়াবহ পথ দূৰঘটনা পাছ গৰাকী মহিলা আহত হয় ডিগবৈ লখিপথাৰ ভয়াবহ পথ দূৰঘটনা পাছ গৰাকী মহিলা আহত হয়
PG LKP NEWS
ডিগবৈ লখিপথাৰ ভয়াবহ পথ দূৰঘটনা পাছ গৰাকী মহিলা আহত হয় ডিগবৈ লখিপথাৰ ভয়াবহ পথ দূৰঘটনা পাছ গৰাকী মহিলা আহত হয়
More news from অসম and nearby areas
- সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মথুৰাপুৰ ব্লচ'ছমছ পাব্লিক স্কুলৰ ডিষ্টিংছন আৰু ষ্টাৰ নম্বৰ লাভ কৰি সুখ্যাতিৰে উতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক মথুৰাপুৰ ব্লচ'মছ পাব্লিক স্কুল কৰ্তৃপক্ষৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়। ডিষ্টিংছন লাভ কৰি স্কুল টপাৰ হয় কৌশিক বৈশ্য, গৰিমা ৰাজকুমাৰী ডিষ্টিংছন, আনিছা বৰা ডিষ্টিংছন, ফাৰনাজ ইয়েছমিন ডিষ্টিংছন, তামান্না পাৰিক ষ্টাৰ মাৰ্ক, আফছা ইবনাত হুছেইন ষ্টাৰ মাৰ্ক, তৈয়বুৰ ৰহমান ষ্টাৰ মাৰ্ক, অৰপিতা বৰঠাকুৰ ষ্টাৰ মাৰ্ক, জায়েদ হাজৰিকা ষ্টাৰ মাৰ্ক, ৰিছাব কুমাৰ দেকা ষ্টাৰ মাৰ্ক, দেৱৰাজ বৰা ষ্টাৰ মাৰ্ক লাভ কৰি সুখ্যাতিৰে উতীৰ্ণ হোৱাৰ বাবে আজি স্কুলত আনুষ্ঠানিক ভাৱে অভিনন্দন জনোৱা হয়। ভাল ফলাফল কৰাৰ বাবে স্কুল খনৰ লগতে সমাজৰ বাবে তেওঁলোক একো একোজন নমস্য ব্যক্তি। সুখ্যাতিৰে উতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকল স্কুলখনৰ লগতে মাক-দেউতাকৰ প্ৰচেষ্ঠা আৰু ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মনোবল আৰু অধ্যৱসায়ৰ বলত এই সফলতা অৰ্জন কৰিছে আৰু ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যত জীৱনত অধিক সফলতা লাভ কৰক, নিজৰ লক্ষ্য প্ৰাপ্ত কৰক এই উদ্দেশ্যেৰে আজি সুখ্যাতিৰে উতীৰ্ণ ছাত্ৰ-ছাত্ৰীক এই সম্বৰ্ধনা জনোৱা হয় বুলি স্কুলখনৰ অধ্যক্ষা প্ৰণিতা মেচে তেওঁৰ ভাষণত উল্লেখ কৰে।1
- Post by Assam Update1
- Post by Prime Time National1
- Post by Tezpur Barta1
- নগাঁৱৰ বাইপাছৰ ওচৰত এডোখৰ মাটি ওলাইছে। চাৰিচুকীয়া মাটিডোখৰ দেখিলে আপোনাৰ পচন্দ হ'বই। শান্তিপূৰ্ণ পৰিৱেশত আপোনাক যদি এডোখৰ মাটি লাগে তেন্তে যোগাযোগ কৰক।1
- পুৱাই গৰু চুৰি কৰি গাড়ীত উঠাবলৈ লওঁতেই হাতে-লোটে আটক কৰে তিনি চুৰক পাঁচ জনীয়া চুৰৰ দলটোক ৰাইজে খেদি খেদি তিনি চুৰক আটক কৰে যদিও পলায়ন কৰে আন দুই গৰু চুৰ দীৰ্ঘদিনৰেই পৰা অঞ্চলটোত গৰু চোৰে নিদ্ৰা হৰণ কৰি আহিছে গৃহস্থৰ ধৃত গৰু চোৰ ক্ৰমে হাবিবুৰ ৰহমান,জিয়াবুৰ ৰহমান, আবুল বাশ্বাৰ। উত্তেজিত ৰাইজে গৰু চুৰিত ব্যৱহৃত বাহন ভাঙি লণ্ডভণ্ড কৰে ঘটনাস্থলীত লাওঁখোৱা চাপৰি আৰক্ষী উপস্থিত হৈ তিনি চোৰক থানালৈ লৈ যায় আৰু সোধপোচ অব্যাহত ৰাখিছে1
- Post by Assam Update1
- Post by Prime Time National1
- ফৰাজীৰ মতে, নিৰ্বাচনৰ সময়ত বিজেপিৰ একাংশ স্থানীয় নেতাই বিৰোধীৰ পৰা মোটা অংকৰ ধন লৈ তেওঁক 'চিপৰাং' মাৰিবলৈ যি নিকৃষ্ট ষড়যন্ত্ৰ ৰচিলে, সি এতিয়া মিত্ৰজোঁটৰ মুখা খুলি দিছে। ভোটদানৰ পৰ্ব শেষ হোৱাৰ পাছত এতিয়া চৰম ক্ষোভত অগ্নিশৰ্মা হৈ পৰিছে ফৰাজী। তেওঁৰ অভিযোগ— মিত্ৰধৰ্ম পালন কৰাৰ পৰিৱৰ্তে নিজৰেই মিত্ৰদলৰ একাংশ নেতাই তেওঁৰ বিৰুদ্ধে কৰিছে পিঠিৰ পাছফালৰ পৰা চুৰিঘাত। এই ধনৰ বিনিময়ত হোৱা মিত্ৰদ্ৰোহৰ বাবেই এতিয়া নিৰ্বাচনী ফলাফলক লৈ চৰম শংকাত ডুবিছে এন ডি এ শিবিৰ। সংবাদমেলত ফৰাজীয়ে মুকলিকৈ প্ৰত্যাহ্বান জনাইছে1