Shuru
Apke Nagar Ki App…
বৰঘাট আৰক্ষীৰ জালত দুই কুখ্যাত ড্ৰাগছ পেডলাৰ আটক। তেজপুৰ ঝাৰণিৰ ৰফিকুল ইছলাম আৰু জামাল উদ্দিন ক ড্ৰাগছৰ কণ্টেইনাৰ সহ আটক কৰে বৰঘাট আৰক্ষীয়ে ।
Prime Time National
বৰঘাট আৰক্ষীৰ জালত দুই কুখ্যাত ড্ৰাগছ পেডলাৰ আটক। তেজপুৰ ঝাৰণিৰ ৰফিকুল ইছলাম আৰু জামাল উদ্দিন ক ড্ৰাগছৰ কণ্টেইনাৰ সহ আটক কৰে বৰঘাট আৰক্ষীয়ে ।
More news from অসম and nearby areas
- Post by Prime Time National1
- Post by Tezpur Barta1
- পুৱাই গৰু চুৰি কৰি গাড়ীত উঠাবলৈ লওঁতেই হাতে-লোটে আটক কৰে তিনি চুৰক পাঁচ জনীয়া চুৰৰ দলটোক ৰাইজে খেদি খেদি তিনি চুৰক আটক কৰে যদিও পলায়ন কৰে আন দুই গৰু চুৰ দীৰ্ঘদিনৰেই পৰা অঞ্চলটোত গৰু চোৰে নিদ্ৰা হৰণ কৰি আহিছে গৃহস্থৰ ধৃত গৰু চোৰ ক্ৰমে হাবিবুৰ ৰহমান,জিয়াবুৰ ৰহমান, আবুল বাশ্বাৰ। উত্তেজিত ৰাইজে গৰু চুৰিত ব্যৱহৃত বাহন ভাঙি লণ্ডভণ্ড কৰে ঘটনাস্থলীত লাওঁখোৱা চাপৰি আৰক্ষী উপস্থিত হৈ তিনি চোৰক থানালৈ লৈ যায় আৰু সোধপোচ অব্যাহত ৰাখিছে1
- Post by DeV 24 News1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি পৌৰসভা এলেকাত এখন চিৰাৰ মিলে বিপদত পেলাইছে এটা পৰিয়ালক1
- সোমবাৰে জম্মু-কাশ্মীৰৰ ৰামনগৰ-উধমপুৰ ঘাইপথৰ কাগোটৰ সমীপত এখন যাত্ৰীবাহী বাছ ওলোট খাই পৰাৰ ফলত অতি কমেও ১৫ জন লোকে প্ৰাণ হেৰুৱাইছে।1
- Post by Mahesh kumar das1
- Post by Prime Time National1