ধুবুৰীৰ ৮৩৫ নং আসামেৰ আলগা এল পি স্কুলত অবাধ দূৰ্নীতিৰ অভিযোগ। বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি কবাদ আলী আৰু আবু তালেব আলিৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল। অভিযোগ অনুসৰি ধুবুৰীৰ ৮৩৫ নং আসামেৰ আলগা এল পি স্কুলৰ নতুন ভৱন নিৰ্মাণৰ বাবে ধন অনুমোদন জনাইছিল। সেই অনুসৰি প্ৰায় দুমাহ পূৰ্বে উক্ত বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি কোবাদ হুছেইনৰ লগতে আন আন কিছুমান ব্যক্তিয়ে পুৰণি বিদ্যালয় ভৱনটো ভাঙি পেলাই তাৰ পাছত সামগ্ৰীসমূহ বিদ্যালয় চৌহদৰ এটা কোঠাত জমা ৰাখিছিল। কিন্তু জানিব পৰা গৈছে যে উক্ত প্ৰধান শিক্ষক আৰু এছ এম চিৰ প্ৰাক্তন সভাপতিয়ে স্থানীয় আন একাংশ ব্যক্তিৰ সৈতে গোপন বুজাবুজি কৰি কোনো ধৰণৰ চৰকাৰী পদ্ধতি বা ৰাজহুৱা নিলাম পালন নকৰাকৈয়ে বিদ্যালয়খনৰ সৌৰশক্তি চেট আৰু ইনভাৰ্টাৰৰ লগতে ভাঙি পেলোৱা বিদ্যালয় গৃহৰ সামগ্ৰীসমূহ ক’লা বজাৰত অবৈধভাৱে বিক্ৰী কৰাৰ অভিযোগ। উক্ত সামগ্ৰীসমূহৰ আনুমানিক মূল্য প্ৰায় ২ লাখ টকা। এওঁলোকে নিজৰ লাভৰ বাবে চৰকাৰী সম্পত্তিৰ অপব্যৱহাৰ কৰিছে, যিটো গুৰুতৰ অসৎ আচৰণ আৰু চৰকাৰী সম্পত্তিৰ অপব্যৱহাৰৰ সমান। বিষয়টোৰ সঠিক তদন্ত কৰি জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী আৰু বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অপব্যৱহাৰ কৰা চৰকাৰী সম্পত্তি উদ্ধাৰৰ বাবেও পদক্ষেপ গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে। ইফালে প্ৰধান শিক্ষক গৰাকীয়ে সমগ্ৰীসমূহ বিক্ৰী সন্দৰ্ভত অৱগত নহয় বুলি মন্তব্য কৰে। তেন্তে কাৰ বলত প্ৰাক্তন সভাপতি কোবাদ আলিয়ে বিক্রী কৰিবলৈ সাহস পালে। সেয়া এক ৰহস্যৰ সৃষ্টি কৰিছে। এতিয়া ধুবুৰী শিক্ষা বিভাগৰ ফালৰ পৰা কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয় বিষয়।

- 📌ধুবুৰী ঈদগাহ ময়দানত অনুষ্ঠিত হ'ল ঈদ উল ফিতৰৰ সমূহীয়া নামাজ। 📌পুৱা ৮ বজাত ধুবুৰী ঈদগাহ ময়দানত অনুষ্ঠিত হয় ঈদ উল ফিতৰৰ নামাজ। 📌হাজাৰ হাজাৰ লোকে একেলগে আদায় কৰে ঈদ উল ফিতৰৰ নামাজ।1
- Dhubri district Assam Alokjhari Mahamaya Dham Niwes video Day2
- ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয় লৈ দলে বলে আহি মনোনয়ন পত্ৰ দাখিল কৰে জমছেৰ তালুকদাৰে। গোলোকগঞ্জ সমষ্টিত AIUDF ৰ জয় নিশ্চিত বুলি দাবী। কংগ্ৰেছ প্ৰাৰ্থীক তীব্ৰ সমালোচনা । মূল প্ৰতিদ্বন্দ্বীতা বিজেপিৰ লগত হব বুলি মন্তব্য জমছেৰ তালুকদাৰৰ1
- 📍গোৱালপাৰা জিলাৰ খলিছাভিটা পামেৰবালা ত অৰুণোদয় আঁচনিত দুৰ্নীতিৰ অভিযোগ বিজেপিৰ বুথ সভাপতি আবু ছালামৰ বিৰুদ্ধে । 👉 আনফালে আবু ছালামে সংবাদমেল ।1
- mor sorkar oporot aktai onurot jen amar assam sapatgram to balapara berez khon abar chay please please half4
- Post by Arshad Ali1
- বৰপেটা জিলাৰ অন্তৰ্গত পাকাবেতবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইনে মনোনয়ন পত্ৰ দাখিল কৰি কি ক'লে। দলীয় টিকট লৈ পকাবেতবাৰী সমষ্টিত পদাৰ্পন কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰ ৷ পাচ সহস্ৰাধিক ৰাইজে বাইক আৰু চাৰিচকীয়া বাহনেৰে বিশাল ৰেলীৰে সমষ্টিত উষ্ম আদৰণি ৷ কংগ্ৰেছৰ দলীয় টিকট লাভৰ পিচতে বিশাল ৰেলীৰে পাকাবেতবাৰী সমষ্টিত ৰাজকীয় পদাৰ্পণ জাকিৰ হুছেইন শিকদাৰৰ | শুক্ৰবাৰে গুৱাহাটীৰ পৰা কংগ্ৰেছৰ টিকট লৈ পাকাবেতবাৰী সমষ্টিৰ বনবৰীয়া গাঁওত উপস্থিত হয় জাকিৰ হুছেইন শিকদাৰ | সমষ্টিত পদাৰ্পণ কৰা জাকিৰ হুছেইন শিকদাৰক হাজাৰ হাজাৰ মটৰ চাইকেল, চাৰিচকীয়া বাহনৰ এক বিশাল ৰেলীৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক কয়াকুছি চহৰলৈ আদৰি নিয়ে |1
- 📌ধুবুৰীৰ চৰাঞ্চলৰ একাংশ চৰকাৰী বিদ্যালয়ত চলিছে মাতব্বৰীৰাজ। 📌কেতিয়া বন্ধ হ'ব এই মাতব্বৰীৰাজ?1