Shuru
Apke Nagar Ki App…
বৰপেটা জিলাৰ অন্তৰ্গত পাকাবেতবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইনে মনোনয়ন পত্ৰ দাখিল কৰি কি ক'লে। বৰপেটা জিলাৰ অন্তৰ্গত পাকাবেতবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইনে মনোনয়ন পত্ৰ দাখিল কৰি কি ক'লে। দলীয় টিকট লৈ পকাবেতবাৰী সমষ্টিত পদাৰ্পন কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰ ৷ পাচ সহস্ৰাধিক ৰাইজে বাইক আৰু চাৰিচকীয়া বাহনেৰে বিশাল ৰেলীৰে সমষ্টিত উষ্ম আদৰণি ৷ কংগ্ৰেছৰ দলীয় টিকট লাভৰ পিচতে বিশাল ৰেলীৰে পাকাবেতবাৰী সমষ্টিত ৰাজকীয় পদাৰ্পণ জাকিৰ হুছেইন শিকদাৰৰ | শুক্ৰবাৰে গুৱাহাটীৰ পৰা কংগ্ৰেছৰ টিকট লৈ পাকাবেতবাৰী সমষ্টিৰ বনবৰীয়া গাঁওত উপস্থিত হয় জাকিৰ হুছেইন শিকদাৰ | সমষ্টিত পদাৰ্পণ কৰা জাকিৰ হুছেইন শিকদাৰক হাজাৰ হাজাৰ মটৰ চাইকেল, চাৰিচকীয়া বাহনৰ এক বিশাল ৰেলীৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক কয়াকুছি চহৰলৈ আদৰি নিয়ে |
Sampler Group Assam

More news from অসম and nearby areas
- পাকাবেতবাৰীত কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ আশীৰ্বাদ যাত্ৰা। ভেল্লাৰ পৰা বৰবালালৈ আশীৰ্বাদ যাত্ৰাত ব্যাপক সহাঁৰি।1
- বৰপেটা জিলাৰ অন্তৰ্গত পাকাবেতবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইনে মনোনয়ন পত্ৰ দাখিল কৰি কি ক'লে। দলীয় টিকট লৈ পকাবেতবাৰী সমষ্টিত পদাৰ্পন কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰ ৷ পাচ সহস্ৰাধিক ৰাইজে বাইক আৰু চাৰিচকীয়া বাহনেৰে বিশাল ৰেলীৰে সমষ্টিত উষ্ম আদৰণি ৷ কংগ্ৰেছৰ দলীয় টিকট লাভৰ পিচতে বিশাল ৰেলীৰে পাকাবেতবাৰী সমষ্টিত ৰাজকীয় পদাৰ্পণ জাকিৰ হুছেইন শিকদাৰৰ | শুক্ৰবাৰে গুৱাহাটীৰ পৰা কংগ্ৰেছৰ টিকট লৈ পাকাবেতবাৰী সমষ্টিৰ বনবৰীয়া গাঁওত উপস্থিত হয় জাকিৰ হুছেইন শিকদাৰ | সমষ্টিত পদাৰ্পণ কৰা জাকিৰ হুছেইন শিকদাৰক হাজাৰ হাজাৰ মটৰ চাইকেল, চাৰিচকীয়া বাহনৰ এক বিশাল ৰেলীৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক কয়াকুছি চহৰলৈ আদৰি নিয়ে |1
- Post by Sakandar Ali1
- Post by Shakil Ahmed- ABC News Digital1
- 📌বাক্সাৰ বাঁহবাৰীত বিপিএফৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। 📌যুৱ বিপিএফ আৰু প্ৰাক্তন বিএলটি বিপিএফ কৰ্মীৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ। 📌মানাহ বিধানসভা সমষ্টিত বাক্সা সমষ্টিৰ থানেশ্বৰ বসুমতাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পাছতেই প্ৰতিবাদ।1
- kodom Toli wart no. 12 road ka hal bohat bura he our koi kam nahi karta aur dren bi bohat kharap he3
- বিশাল সমদলেৰে মনোনয়ন পত্ৰ দাখিল ৰঙিয়া বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ভবেশ কলিতাৰ ৰঙিয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভবেশ কলিতাই আজি আনুষ্ঠানিকভাৱে দাখিল কৰে মনোনয়ন পত্ৰ। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰে ৰঙিয়াত। তৃতীয়বাৰৰ বাবে দলীয় টিকট লাভ কৰি আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে ৰাওনা হয় ভবেশ কলিতাই। পুৱাই ৰঙিয়া নগৰৰ শিৱ মন্দিৰত সমবেত হয় দলীয় কৰ্মী আৰু সমৰ্থক।শিৱ মন্দিৰত আশীষ গ্ৰহণ কৰাৰ পিছতে সোনেশ্বৰত উপস্থিত হৈ দলীয় নেতা কৰ্মীক সাক্ষাৎ কৰে ভবেশ কলিতাই।সোনেশ্বৰৰ পৰা আমিনগাঁওলৈ বিশাল সমদলৰে ৰাওনা হয় ভবেশ কলিতাই।যত দেখা গল উৎসাহী সমৰ্থকৰ লানি নিছিগা ভিৰ। মনোনয়ন দাখিলৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াই বিধায়ক ভবেশ কলিতাই। তেওঁ কয় যে বিগত নিৰ্বাচনৰ বিপৰীতে এইবাৰ ৫০ হাজাৰ ভোটৰ ব্যৱধানত বিজয়ী সাব্যস্ত কৰিবলৈ সক্ষম হব ।1
- কংগ্ৰেছৰ দলীয় টিকট লাভৰ পিচতে বিশাল ৰেলীৰে পাকাবেতবাৰী সমষ্টিত ৰাজকীয় পদাৰ্পণ জাকিৰ হুছেইন শিকদাৰৰ | শুক্ৰবাৰে গুৱাহাটীৰ পৰা কংগ্ৰেছৰ টিকট লৈ পাকাবেতবাৰী সমষ্টিৰ বনবৰীয়া গাঁওত উপস্থিত হয় জাকিৰ হুছেইন শিকদাৰ | সমষ্টিত পদাৰ্পণ কৰা জাকিৰ হুছেইন শিকদাৰক হাজাৰ হাজাৰ মটৰ চাইকেল, চাৰিচকীয়া বাহনৰ এক বিশাল ৰেলীৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক কয়াকুছি চহৰলৈ আদৰি নিয়ে | ২০১৬ আৰু ২০২১ ৰ নিৰ্বাচনত অবতীৰ্ণ জাকিৰ হুছেইন শিকদাৰ সৰুক্ষেত্ৰী সমষ্টিৰ পৰা দুবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল। এইবাৰ তৃতীয়বাৰৰ বাবে নৱগঠিত পাকাবেতবাৰী সমষ্টিৰ পৰা নিৰ্বাচনত অবতীৰ্ণ জাকিৰ হুছেইন শিকদাৰক ৰাইজে বিপুল ভোটৰ ব্যৱধানত জয়ী কৰিব বুলি দাবী কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে | দিছপুৰত এইবাৰ কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হব বুলি দাবী কৰা শিকদাৰে এইবুলিও কয় যে অতি অনগ্ৰসৰ অৱস্থাত থকা সৰুক্ষেত্ৰী সমষ্টিত যোৱা দহ বছৰত তেও যথেষ্ট উন্নয়নমূলক কাম কৰিবলৈ সক্ষম হয়। সমস্যামুক্ত পাকা বেতবাৰী গঠন কৰাই তেওৰ নিৰ্বাচনৰ মূল বিষয় বুলিও শিকদাৰে জনায়।1