logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বিশাল সমদলেৰে মনোনয়ন পত্ৰ দাখিল ৰঙিয়া বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ভবেশ কলিতাৰ ৰঙিয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভবেশ কলিতাই আজি আনুষ্ঠানিকভাৱে দাখিল কৰে মনোনয়ন পত্ৰ। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰে ৰঙিয়াত। তৃতীয়বাৰৰ বাবে দলীয় টিকট লাভ কৰি আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে ৰাওনা হয় ভবেশ কলিতাই। পুৱাই ৰঙিয়া নগৰৰ শিৱ মন্দিৰত সমবেত হয় দলীয় কৰ্মী আৰু সমৰ্থক।শিৱ মন্দিৰত আশীষ গ্ৰহণ কৰাৰ পিছতে সোনেশ্বৰত উপস্থিত হৈ দলীয় নেতা কৰ্মীক সাক্ষাৎ কৰে ভবেশ কলিতাই।সোনেশ্বৰৰ পৰা আমিনগাঁওলৈ বিশাল সমদলৰে ৰাওনা হয় ভবেশ কলিতাই।যত দেখা গল উৎসাহী সমৰ্থকৰ লানি নিছিগা ভিৰ। মনোনয়ন দাখিলৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াই বিধায়ক ভবেশ কলিতাই। তেওঁ কয় যে বিগত নিৰ্বাচনৰ বিপৰীতে এইবাৰ ৫০ হাজাৰ ভোটৰ ব্যৱধানত বিজয়ী সাব্যস্ত কৰিবলৈ সক্ষম হব ।

2 hrs ago
user_BHASKAR KALITA
BHASKAR KALITA
সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
2 hrs ago

বিশাল সমদলেৰে মনোনয়ন পত্ৰ দাখিল ৰঙিয়া বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ভবেশ কলিতাৰ ৰঙিয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভবেশ কলিতাই আজি আনুষ্ঠানিকভাৱে দাখিল কৰে মনোনয়ন পত্ৰ। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰে ৰঙিয়াত। তৃতীয়বাৰৰ বাবে দলীয় টিকট লাভ কৰি আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে ৰাওনা হয় ভবেশ কলিতাই। পুৱাই ৰঙিয়া নগৰৰ শিৱ মন্দিৰত সমবেত হয় দলীয় কৰ্মী আৰু সমৰ্থক।শিৱ মন্দিৰত আশীষ গ্ৰহণ কৰাৰ পিছতে সোনেশ্বৰত উপস্থিত হৈ দলীয় নেতা কৰ্মীক সাক্ষাৎ কৰে ভবেশ কলিতাই।সোনেশ্বৰৰ পৰা আমিনগাঁওলৈ বিশাল সমদলৰে ৰাওনা হয় ভবেশ কলিতাই।যত দেখা গল উৎসাহী সমৰ্থকৰ লানি নিছিগা ভিৰ। মনোনয়ন দাখিলৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াই বিধায়ক ভবেশ কলিতাই। তেওঁ কয় যে বিগত নিৰ্বাচনৰ বিপৰীতে এইবাৰ ৫০ হাজাৰ ভোটৰ ব্যৱধানত বিজয়ী সাব্যস্ত কৰিবলৈ সক্ষম হব ।

More news from অসম and nearby areas
  • বাক্সাত বিপিএফ দলৰ প্ৰাৰ্থী ঘোষণাৰ লগে লগে আনন্দৰ জোৱাৰ সমৰ্থকৰ মাজত। *মানাহ বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব লাভ কৰিলে বিপিএফৰ থানেশ্বৰ বসুমতাৰীয়ে। এনডিএৰ সমৰ্থক বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কালি নিশা প্ৰায় ১০-৩০ বজাত দলৰ ১১ খন আসনৰ তালিকা ঘোষণা কৰাৰ লগে লগেই প্ৰাৰ্থীত্ব লাভ কৰা সমৰ্থক সকলৰ মাজত এক আনন্দৰ পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হয়।
    1
    বাক্সাত বিপিএফ দলৰ প্ৰাৰ্থী ঘোষণাৰ লগে লগে আনন্দৰ জোৱাৰ সমৰ্থকৰ মাজত।
*মানাহ বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব লাভ কৰিলে বিপিএফৰ থানেশ্বৰ বসুমতাৰীয়ে।
এনডিএৰ সমৰ্থক বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কালি নিশা প্ৰায় ১০-৩০ বজাত দলৰ ১১ খন আসনৰ তালিকা ঘোষণা কৰাৰ লগে লগেই প্ৰাৰ্থীত্ব লাভ কৰা সমৰ্থক সকলৰ মাজত এক আনন্দৰ পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হয়।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    14 hrs ago
  • Post by Arshad Ali
    1
    Post by Arshad Ali
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    1 hr ago
  • কংগ্ৰেছৰ দলীয় টিকট লাভৰ পিচতে বিশাল ৰেলীৰে পাকাবেতবাৰী সমষ্টিত ৰাজকীয় পদাৰ্পণ জাকিৰ হুছেইন শিকদাৰৰ | শুক্ৰবাৰে গুৱাহাটীৰ পৰা কংগ্ৰেছৰ টিকট লৈ পাকাবেতবাৰী সমষ্টিৰ বনবৰীয়া গাঁওত উপস্থিত হয় জাকিৰ হুছেইন শিকদাৰ | সমষ্টিত পদাৰ্পণ কৰা জাকিৰ হুছেইন শিকদাৰক হাজাৰ হাজাৰ মটৰ চাইকেল, চাৰিচকীয়া বাহনৰ এক বিশাল ৰেলীৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক কয়াকুছি চহৰলৈ আদৰি নিয়ে | ২০১৬ আৰু ২০২১ ৰ নিৰ্বাচনত অবতীৰ্ণ জাকিৰ হুছেইন শিকদাৰ সৰুক্ষেত্ৰী সমষ্টিৰ পৰা দুবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল। এইবাৰ তৃতীয়বাৰৰ বাবে নৱগঠিত পাকাবেতবাৰী সমষ্টিৰ পৰা নিৰ্বাচনত অবতীৰ্ণ জাকিৰ হুছেইন শিকদাৰক ৰাইজে বিপুল ভোটৰ ব্যৱধানত জয়ী কৰিব বুলি দাবী কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে | দিছপুৰত এইবাৰ কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হব বুলি দাবী কৰা শিকদাৰে এইবুলিও কয় যে অতি অনগ্ৰসৰ অৱস্থাত থকা সৰুক্ষেত্ৰী সমষ্টিত যোৱা দহ বছৰত তেও যথেষ্ট উন্নয়নমূলক কাম কৰিবলৈ সক্ষম হয়। সমস্যামুক্ত পাকা বেতবাৰী গঠন কৰাই তেওৰ নিৰ্বাচনৰ মূল বিষয় বুলিও শিকদাৰে জনায়।
    1
    কংগ্ৰেছৰ দলীয় টিকট লাভৰ পিচতে বিশাল ৰেলীৰে পাকাবেতবাৰী সমষ্টিত ৰাজকীয় পদাৰ্পণ জাকিৰ হুছেইন শিকদাৰৰ | শুক্ৰবাৰে গুৱাহাটীৰ পৰা কংগ্ৰেছৰ টিকট লৈ পাকাবেতবাৰী সমষ্টিৰ বনবৰীয়া গাঁওত উপস্থিত হয় জাকিৰ হুছেইন শিকদাৰ | সমষ্টিত পদাৰ্পণ কৰা জাকিৰ হুছেইন শিকদাৰক হাজাৰ হাজাৰ মটৰ চাইকেল, চাৰিচকীয়া বাহনৰ এক বিশাল ৰেলীৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক কয়াকুছি চহৰলৈ আদৰি নিয়ে | ২০১৬ আৰু ২০২১ ৰ নিৰ্বাচনত অবতীৰ্ণ জাকিৰ হুছেইন শিকদাৰ সৰুক্ষেত্ৰী সমষ্টিৰ পৰা দুবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল। এইবাৰ তৃতীয়বাৰৰ বাবে নৱগঠিত পাকাবেতবাৰী সমষ্টিৰ পৰা নিৰ্বাচনত অবতীৰ্ণ জাকিৰ হুছেইন শিকদাৰক ৰাইজে বিপুল ভোটৰ ব্যৱধানত জয়ী কৰিব বুলি দাবী কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে | দিছপুৰত এইবাৰ কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হব বুলি দাবী কৰা শিকদাৰে এইবুলিও কয় যে অতি  অনগ্ৰসৰ অৱস্থাত থকা সৰুক্ষেত্ৰী সমষ্টিত যোৱা দহ বছৰত তেও যথেষ্ট উন্নয়নমূলক কাম কৰিবলৈ সক্ষম হয়। সমস্যামুক্ত পাকা বেতবাৰী গঠন কৰাই তেওৰ নিৰ্বাচনৰ মূল বিষয় বুলিও শিকদাৰে জনায়।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    5 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    2 hrs ago
  • Post by Sakandar Ali
    1
    Post by Sakandar Ali
    user_Sakandar Ali
    Sakandar Ali
    Pharmacist Srijangram, Bongaigaon•
    16 hrs ago
  • তেওঁ এই পৱিত্ৰ উৎসৱৰ মাধ্যমে শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ অধিক মজবুত হওক বুলি কামনা কৰে, লগতে সকলোৰে জীৱনত সুখ-শান্তি আৰু সমৃদ্ধি আহক বুলি প্ৰাৰ্থনা জনায়। পৱিত্ৰ উৎসৱে সমাজত শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানৰ বতৰা কঢ়িয়াই আনিব। সকলো ধৰ্ম-বৰ্ণ-ভাষাৰ লোক একেলগে মিলি সুখ-শান্তিৰে বসবাস কৰাৰ ক্ষেত্ৰত ঈদে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি তেওঁ উল্লেখ কৰে।
    1
    তেওঁ এই পৱিত্ৰ উৎসৱৰ মাধ্যমে শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ অধিক মজবুত হওক বুলি কামনা কৰে, লগতে সকলোৰে জীৱনত সুখ-শান্তি আৰু সমৃদ্ধি আহক বুলি প্ৰাৰ্থনা জনায়।
পৱিত্ৰ উৎসৱে সমাজত শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানৰ বতৰা কঢ়িয়াই আনিব। সকলো ধৰ্ম-বৰ্ণ-ভাষাৰ লোক একেলগে মিলি সুখ-শান্তিৰে বসবাস কৰাৰ ক্ষেত্ৰত ঈদে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি তেওঁ উল্লেখ কৰে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    1 hr ago
  • তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিলে UPPL ৰ সভাপতি প্ৰমোদ বড়োৱে।
    1
    তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিলে UPPL ৰ সভাপতি প্ৰমোদ বড়োৱে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    10 hrs ago
  • পাকাবেতবাৰীত কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ আশীৰ্বাদ যাত্ৰা। ভেল্লাৰ পৰা বৰবালালৈ আশীৰ্বাদ যাত্ৰাত ব্যাপক সহাঁৰি।
    1
    পাকাবেতবাৰীত কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ আশীৰ্বাদ যাত্ৰা। ভেল্লাৰ পৰা বৰবালালৈ আশীৰ্বাদ যাত্ৰাত ব্যাপক সহাঁৰি।
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    2 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    11 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.