logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

আশীৰ্বাদ যাত্ৰাত জাকিৰ হুছেইনক আশীৰ্বাদ আই মাতৃৰ। গামোচা,ফুলৰ মালাৰে আদৰণি

3 hrs ago
user_Arshad Ali
Arshad Ali
Court reporter বৰপেটা, বৰপেটা, অসম•
3 hrs ago

আশীৰ্বাদ যাত্ৰাত জাকিৰ হুছেইনক আশীৰ্বাদ আই মাতৃৰ। গামোচা,ফুলৰ মালাৰে আদৰণি

More news from অসম and nearby areas
  • Post by Arshad Ali
    1
    Post by Arshad Ali
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    3 hrs ago
  • বৰপেটা জিলাৰ অন্তৰ্গত পাকাবেতবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইনে মনোনয়ন পত্ৰ দাখিল কৰি কি ক'লে। দলীয় টিকট লৈ পকাবেতবাৰী সমষ্টিত পদাৰ্পন কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰ ৷ পাচ সহস্ৰাধিক ৰাইজে বাইক আৰু চাৰিচকীয়া বাহনেৰে বিশাল ৰেলীৰে সমষ্টিত উষ্ম আদৰণি ৷ কংগ্ৰেছৰ দলীয় টিকট লাভৰ পিচতে বিশাল ৰেলীৰে পাকাবেতবাৰী সমষ্টিত ৰাজকীয় পদাৰ্পণ জাকিৰ হুছেইন শিকদাৰৰ | শুক্ৰবাৰে গুৱাহাটীৰ পৰা কংগ্ৰেছৰ টিকট লৈ পাকাবেতবাৰী সমষ্টিৰ বনবৰীয়া গাঁওত উপস্থিত হয় জাকিৰ হুছেইন শিকদাৰ | সমষ্টিত পদাৰ্পণ কৰা জাকিৰ হুছেইন শিকদাৰক হাজাৰ হাজাৰ মটৰ চাইকেল, চাৰিচকীয়া বাহনৰ এক বিশাল ৰেলীৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক কয়াকুছি চহৰলৈ আদৰি নিয়ে |
    1
    বৰপেটা জিলাৰ অন্তৰ্গত পাকাবেতবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইনে 
মনোনয়ন পত্ৰ দাখিল কৰি কি ক'লে।
দলীয় টিকট লৈ পকাবেতবাৰী সমষ্টিত পদাৰ্পন কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰ ৷ পাচ সহস্ৰাধিক ৰাইজে বাইক আৰু চাৰিচকীয়া বাহনেৰে বিশাল ৰেলীৰে সমষ্টিত উষ্ম আদৰণি ৷ কংগ্ৰেছৰ দলীয় টিকট লাভৰ পিচতে বিশাল ৰেলীৰে পাকাবেতবাৰী সমষ্টিত ৰাজকীয় পদাৰ্পণ জাকিৰ হুছেইন শিকদাৰৰ | শুক্ৰবাৰে গুৱাহাটীৰ পৰা কংগ্ৰেছৰ টিকট লৈ পাকাবেতবাৰী সমষ্টিৰ বনবৰীয়া গাঁওত উপস্থিত হয় জাকিৰ হুছেইন শিকদাৰ |
সমষ্টিত পদাৰ্পণ কৰা জাকিৰ হুছেইন শিকদাৰক হাজাৰ হাজাৰ মটৰ চাইকেল, চাৰিচকীয়া বাহনৰ এক বিশাল ৰেলীৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক কয়াকুছি চহৰলৈ আদৰি নিয়ে |
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    6 hrs ago
  • Post by Sakandar Ali
    1
    Post by Sakandar Ali
    user_Sakandar Ali
    Sakandar Ali
    Pharmacist Srijangram, Bongaigaon•
    18 hrs ago
  • 📌বাক্সাৰ বাঁহবাৰীত বিপিএফৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। 📌যুৱ বিপিএফ আৰু প্ৰাক্তন বিএলটি বিপিএফ কৰ্মীৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ। 📌মানাহ বিধানসভা সমষ্টিত বাক্সা সমষ্টিৰ থানেশ্বৰ বসুমতাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পাছতেই প্ৰতিবাদ।
    1
    📌বাক্সাৰ বাঁহবাৰীত বিপিএফৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ।
📌যুৱ বিপিএফ আৰু প্ৰাক্তন বিএলটি বিপিএফ কৰ্মীৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ।
📌মানাহ বিধানসভা সমষ্টিত বাক্সা সমষ্টিৰ থানেশ্বৰ বসুমতাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পাছতেই প্ৰতিবাদ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    12 hrs ago
  • kodom Toli wart no. 12 road ka hal bohat bura he our koi kam nahi karta aur dren bi bohat kharap he
    3
    kodom Toli wart no. 12 road ka hal bohat bura he our koi kam nahi karta aur dren bi bohat kharap he
    user_BNG KD
    BNG KD
    বঙাইগাঁও (অংশ), বঙাইগাঁও, অসম•
    16 hrs ago
  • বিশাল সমদলেৰে মনোনয়ন পত্ৰ দাখিল ৰঙিয়া বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ভবেশ কলিতাৰ ৰঙিয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভবেশ কলিতাই আজি আনুষ্ঠানিকভাৱে দাখিল কৰে মনোনয়ন পত্ৰ। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰে ৰঙিয়াত। তৃতীয়বাৰৰ বাবে দলীয় টিকট লাভ কৰি আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে ৰাওনা হয় ভবেশ কলিতাই। পুৱাই ৰঙিয়া নগৰৰ শিৱ মন্দিৰত সমবেত হয় দলীয় কৰ্মী আৰু সমৰ্থক।শিৱ মন্দিৰত আশীষ গ্ৰহণ কৰাৰ পিছতে সোনেশ্বৰত উপস্থিত হৈ দলীয় নেতা কৰ্মীক সাক্ষাৎ কৰে ভবেশ কলিতাই।সোনেশ্বৰৰ পৰা আমিনগাঁওলৈ বিশাল সমদলৰে ৰাওনা হয় ভবেশ কলিতাই।যত দেখা গল উৎসাহী সমৰ্থকৰ লানি নিছিগা ভিৰ। মনোনয়ন দাখিলৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াই বিধায়ক ভবেশ কলিতাই। তেওঁ কয় যে বিগত নিৰ্বাচনৰ বিপৰীতে এইবাৰ ৫০ হাজাৰ ভোটৰ ব্যৱধানত বিজয়ী সাব্যস্ত কৰিবলৈ সক্ষম হব ।
    1
    বিশাল সমদলেৰে মনোনয়ন পত্ৰ দাখিল ৰঙিয়া বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ভবেশ কলিতাৰ 
ৰঙিয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভবেশ কলিতাই আজি আনুষ্ঠানিকভাৱে দাখিল কৰে মনোনয়ন পত্ৰ।
মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰে ৰঙিয়াত।
তৃতীয়বাৰৰ বাবে দলীয় টিকট লাভ কৰি আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে ৰাওনা হয় ভবেশ কলিতাই। 
পুৱাই ৰঙিয়া নগৰৰ শিৱ মন্দিৰত সমবেত হয়  দলীয় কৰ্মী আৰু সমৰ্থক।শিৱ মন্দিৰত আশীষ গ্ৰহণ কৰাৰ পিছতে সোনেশ্বৰত উপস্থিত হৈ দলীয় নেতা কৰ্মীক সাক্ষাৎ কৰে ভবেশ কলিতাই।সোনেশ্বৰৰ পৰা আমিনগাঁওলৈ বিশাল  সমদলৰে ৰাওনা হয় ভবেশ কলিতাই।যত দেখা গল  উৎসাহী সমৰ্থকৰ লানি নিছিগা ভিৰ। মনোনয়ন দাখিলৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত  মন্তব্য আগবঢ়াই বিধায়ক ভবেশ কলিতাই। তেওঁ কয় যে বিগত নিৰ্বাচনৰ বিপৰীতে এইবাৰ ৫০ হাজাৰ ভোটৰ ব্যৱধানত বিজয়ী সাব্যস্ত কৰিবলৈ সক্ষম হব ।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    4 hrs ago
  • ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ NDA প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী মনোনয়ন পত্ৰ দাখিল দাখিল।
    1
    ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ NDA  প্ৰাৰ্থী বিশ্বজিৎ  দৈমাৰী মনোনয়ন পত্ৰ দাখিল দাখিল।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    5 hrs ago
  • Post by Arshad Ali
    1
    Post by Arshad Ali
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.