Shuru
Apke Nagar Ki App…
#বাক্সাৰ বাঁহবাৰীত বিপিএফৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। # যুৱ বিপিএফ আৰু প্ৰাক্তন বিএলটি বিপিএফ কৰ্মীৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ। # মানাহ বিধানসভা সমষ্টিত বাক্সা সমষ্টিৰ থানেশ্বৰ বসুমতাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পাছতেই প্ৰতিবাদ। 📌বাক্সাৰ বাঁহবাৰীত বিপিএফৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। 📌যুৱ বিপিএফ আৰু প্ৰাক্তন বিএলটি বিপিএফ কৰ্মীৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ। 📌মানাহ বিধানসভা সমষ্টিত বাক্সা সমষ্টিৰ থানেশ্বৰ বসুমতাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পাছতেই প্ৰতিবাদ।
BAKSA LIVE 24 Digital

More news from অসম and nearby areas
- 📌বাক্সাৰ বাঁহবাৰীত বিপিএফৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। 📌যুৱ বিপিএফ আৰু প্ৰাক্তন বিএলটি বিপিএফ কৰ্মীৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ। 📌মানাহ বিধানসভা সমষ্টিত বাক্সা সমষ্টিৰ থানেশ্বৰ বসুমতাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পাছতেই প্ৰতিবাদ।1
- Post by Shakil Ahmed- ABC News Digital1
- ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাফেল দৈমাৰীয়ে টিকট লাভ কৰি তামুলপুৰৰ ৰাজীৱ ভৱনত উপস্থিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।1
- Post by Arshad Ali2
- ৰঙিয়াত তৃতীয় বাৰৰ বাবে বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভৱেশ কলিতাক উষ্ম আদৰণি ৰঙিয়া বিধানসভা সমষ্টিত তৃতীয় বাৰৰ বাবে বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভৱেশ কলিতাক আজি উষ্ম আদৰণি জনাই দলীয় নেতা কৰ্মী সমৰ্থকে । প্ৰাৰ্থীত্ব লাভৰ পিছতে ভৱেশ কলিতাই ৰঙিয়া সমষ্টিত প্ৰৱেশ কৰাৰ লগে লগে সহস্ৰাধিক দলীয় কৰ্মীয়ে আদৰণি জনায় । চাংসাৰিৰ পৰা বিশাল সমদলৰে আদৰণি জনাই ভবেশ কলিতাক । ইয়াৰ পিছতে ৰঙিয়াৰ চেপ্টিস্থিত বাসগৃহত কেবা সহস্ৰাধিক দলীয় কৰ্মী,সমৰ্থক উপস্থিত হৈ প্ৰিয় নেতা গৰাকীক শুভেচ্ছা জনায়। ইফালে সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎ কালত বিজেপি দলৰ ৰাষ্ট্ৰীয় নেতৃত্ব, ৰাজ্যিক বিজেপিৰ সভাপতিৰ লগতে মুখ্যমন্ত্ৰীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । তৃতীয়বাৰৰ বাবে ৰঙিয়া সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে মনোনীত ভবেশ কলিতাৰ প্ৰতি দলীয় কৰ্মীৰ বিশ্বাস আৰু আস্থাৰ বাবেও কৃতজ্ঞতা প্ৰকাশ কৰে ।1
- Post by Sakandar Ali1
- kodom Toli wart no. 12 road ka hal bohat bura he our koi kam nahi karta aur dren bi bohat kharap he3
- বাক্সাত বিপিএফ দলৰ প্ৰাৰ্থী ঘোষণাৰ লগে লগে আনন্দৰ জোৱাৰ সমৰ্থকৰ মাজত। *মানাহ বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব লাভ কৰিলে বিপিএফৰ থানেশ্বৰ বসুমতাৰীয়ে। এনডিএৰ সমৰ্থক বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কালি নিশা প্ৰায় ১০-৩০ বজাত দলৰ ১১ খন আসনৰ তালিকা ঘোষণা কৰাৰ লগে লগেই প্ৰাৰ্থীত্ব লাভ কৰা সমৰ্থক সকলৰ মাজত এক আনন্দৰ পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হয়।1