logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই সমূহ অসমবাসী ৰাইজলৈ পৱিত্ৰ ঈদ-উল-ফিতৰৰ শুভেচ্ছা জনায়। তেওঁ এই পৱিত্ৰ উৎসৱৰ মাধ্যমে শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ অধিক মজবুত হওক বুলি কামনা কৰে, লগতে সকলোৰে জীৱনত সুখ-শান্তি আৰু সমৃদ্ধি আহক বুলি প্ৰাৰ্থনা জনায়। পৱিত্ৰ উৎসৱে সমাজত শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানৰ বতৰা কঢ়িয়াই আনিব। সকলো ধৰ্ম-বৰ্ণ-ভাষাৰ লোক একেলগে মিলি সুখ-শান্তিৰে বসবাস কৰাৰ ক্ষেত্ৰত ঈদে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি তেওঁ উল্লেখ কৰে।

3 hrs ago
user_AM News 24
AM News 24
Newsagent ৰূপাহী, নগাঁও, অসম•
3 hrs ago

ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই সমূহ অসমবাসী ৰাইজলৈ পৱিত্ৰ ঈদ-উল-ফিতৰৰ শুভেচ্ছা জনায়। তেওঁ এই পৱিত্ৰ উৎসৱৰ মাধ্যমে শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ অধিক মজবুত হওক বুলি কামনা কৰে, লগতে সকলোৰে জীৱনত সুখ-শান্তি আৰু সমৃদ্ধি আহক বুলি প্ৰাৰ্থনা জনায়। পৱিত্ৰ উৎসৱে সমাজত শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানৰ বতৰা কঢ়িয়াই আনিব। সকলো ধৰ্ম-বৰ্ণ-ভাষাৰ লোক একেলগে মিলি সুখ-শান্তিৰে বসবাস কৰাৰ ক্ষেত্ৰত ঈদে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি তেওঁ উল্লেখ কৰে।

More news from Nagaon and nearby areas
  • নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল বিশিষ্ট চিকিৎসক ডাঃ দূৰ্লভ চমুৱা। নগাঁও বটদ্ৰৱা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থীত্ব লাভ কৰি ডাঃ দুৰ্লভ চমুৱাই তেওঁৰ ভৱিষ্যত আচঁনিৰ সম্পৰ্কত এইদৰে কয়।
    1
    নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল বিশিষ্ট চিকিৎসক ডাঃ দূৰ্লভ চমুৱা।
নগাঁও বটদ্ৰৱা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থীত্ব লাভ কৰি ডাঃ দুৰ্লভ চমুৱাই তেওঁৰ ভৱিষ্যত আচঁনিৰ সম্পৰ্কত এইদৰে কয়।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    14 hrs ago
  • চামগুৰিত বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াই মুখ্যমন্ত্রী ড'হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনিল শইকীয়াৰ বাসগৃহত আজি দলীয় কৰ্মীৰ আতচবাজী ফুটাই আনন্দ উল্লাস পালন কৰে। চামগুৰি সমষ্টিৰ প্ৰতিটো ঘৰেই অনিল শইকীয়াৰ পৰিয়াল গতিকে ঘৰৰ লৰাক জিকোৱাৰ ক্ষেত্রত সকলোৱে আগ-ভাগ সব বুলি মন্তব্য কৰে। চামগুৰিত এইবাৰ ৰজাঘৰীয়া লৰা আৰু সাধাৰণ ঘৰৰ লৰাৰ মাজত যুঁজ হব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অনিল শইকীয়াই।
    1
    চামগুৰিত বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াই মুখ্যমন্ত্রী ড'হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
অনিল শইকীয়াৰ বাসগৃহত আজি দলীয় কৰ্মীৰ আতচবাজী ফুটাই আনন্দ উল্লাস পালন কৰে।
চামগুৰি সমষ্টিৰ প্ৰতিটো ঘৰেই অনিল শইকীয়াৰ পৰিয়াল গতিকে ঘৰৰ লৰাক জিকোৱাৰ ক্ষেত্রত সকলোৱে আগ-ভাগ সব বুলি মন্তব্য কৰে।
চামগুৰিত এইবাৰ ৰজাঘৰীয়া লৰা আৰু সাধাৰণ ঘৰৰ লৰাৰ মাজত যুঁজ হব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অনিল শইকীয়াই।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    23 hrs ago
  • Post by HOJAI JUGIJAN NEWS
    1
    Post by HOJAI JUGIJAN NEWS
    user_HOJAI JUGIJAN NEWS
    HOJAI JUGIJAN NEWS
    Local News Reporter Hojai, Assam•
    7 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    12 hrs ago
  • বিশাল সমদলেৰে মনোনয়ন পত্ৰ দাখিল ৰঙিয়া বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ভবেশ কলিতাৰ ৰঙিয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভবেশ কলিতাই আজি আনুষ্ঠানিকভাৱে দাখিল কৰে মনোনয়ন পত্ৰ। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰে ৰঙিয়াত। তৃতীয়বাৰৰ বাবে দলীয় টিকট লাভ কৰি আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে ৰাওনা হয় ভবেশ কলিতাই। পুৱাই ৰঙিয়া নগৰৰ শিৱ মন্দিৰত সমবেত হয় দলীয় কৰ্মী আৰু সমৰ্থক।শিৱ মন্দিৰত আশীষ গ্ৰহণ কৰাৰ পিছতে সোনেশ্বৰত উপস্থিত হৈ দলীয় নেতা কৰ্মীক সাক্ষাৎ কৰে ভবেশ কলিতাই।সোনেশ্বৰৰ পৰা আমিনগাঁওলৈ বিশাল সমদলৰে ৰাওনা হয় ভবেশ কলিতাই।যত দেখা গল উৎসাহী সমৰ্থকৰ লানি নিছিগা ভিৰ। মনোনয়ন দাখিলৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াই বিধায়ক ভবেশ কলিতাই। তেওঁ কয় যে বিগত নিৰ্বাচনৰ বিপৰীতে এইবাৰ ৫০ হাজাৰ ভোটৰ ব্যৱধানত বিজয়ী সাব্যস্ত কৰিবলৈ সক্ষম হব ।
    1
    বিশাল সমদলেৰে মনোনয়ন পত্ৰ দাখিল ৰঙিয়া বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ভবেশ কলিতাৰ 
ৰঙিয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভবেশ কলিতাই আজি আনুষ্ঠানিকভাৱে দাখিল কৰে মনোনয়ন পত্ৰ।
মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰে ৰঙিয়াত।
তৃতীয়বাৰৰ বাবে দলীয় টিকট লাভ কৰি আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে ৰাওনা হয় ভবেশ কলিতাই। 
পুৱাই ৰঙিয়া নগৰৰ শিৱ মন্দিৰত সমবেত হয়  দলীয় কৰ্মী আৰু সমৰ্থক।শিৱ মন্দিৰত আশীষ গ্ৰহণ কৰাৰ পিছতে সোনেশ্বৰত উপস্থিত হৈ দলীয় নেতা কৰ্মীক সাক্ষাৎ কৰে ভবেশ কলিতাই।সোনেশ্বৰৰ পৰা আমিনগাঁওলৈ বিশাল  সমদলৰে ৰাওনা হয় ভবেশ কলিতাই।যত দেখা গল  উৎসাহী সমৰ্থকৰ লানি নিছিগা ভিৰ। মনোনয়ন দাখিলৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত  মন্তব্য আগবঢ়াই বিধায়ক ভবেশ কলিতাই। তেওঁ কয় যে বিগত নিৰ্বাচনৰ বিপৰীতে এইবাৰ ৫০ হাজাৰ ভোটৰ ব্যৱধানত বিজয়ী সাব্যস্ত কৰিবলৈ সক্ষম হব ।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    4 hrs ago
  • দলীয় প্ৰাৰ্থী লাভৰ পিছতেই আজি ধুবুৰীত উপস্থিত হ'ল কংগ্ৰেছ দলৰ প্ৰাৰ্থী বেবী বেগম।
    1
    দলীয় প্ৰাৰ্থী লাভৰ পিছতেই আজি ধুবুৰীত উপস্থিত হ'ল কংগ্ৰেছ দলৰ প্ৰাৰ্থী বেবী বেগম।
    user_Sangbad365
    Sangbad365
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    5 hrs ago
  • মোৰ দেউতা দুবাৰকৈ ৰূপহী হাটৰ বিধায়ক আছিল। তৃতীয় বাৰৰ বাবে মনোনয়ন দাখিল কৰিবলৈ আহিছে। এইবাৰো বিপুল ভোটত জয়ী হ'ব ৰূপহীহাট সমষ্টিৰ পৰা। এই মন্তব্য ৰূপহী হাটৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাৰ
    1
    মোৰ দেউতা দুবাৰকৈ ৰূপহী হাটৰ বিধায়ক আছিল। তৃতীয় বাৰৰ বাবে মনোনয়ন দাখিল কৰিবলৈ আহিছে। এইবাৰো বিপুল ভোটত জয়ী হ'ব ৰূপহীহাট সমষ্টিৰ পৰা। এই মন্তব্য ৰূপহী হাটৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাৰ
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    17 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    12 hrs ago
  • #PradyutBordoloi #AssamPolitics #ViralNews #AssamNews #BreakingNews #DimpluRanjanSharma #PoliticalUpdate #HNews #NewsAssam
    1
    #PradyutBordoloi #AssamPolitics #ViralNews #AssamNews #BreakingNews #DimpluRanjanSharma #PoliticalUpdate #HNews #NewsAssam
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    7 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.