Shuru
Apke Nagar Ki App…
হাটশিঙিমাৰী মানকাচৰ পথ বেদখলমুক্ত কৰিবলৈ তৎপৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসন । আজিৰ পৰা ৭ দিন আগতে পথৰ দুয়োকাষে ৩০ ফুট কৈ বেদখলমুক্ত কৰিবলৈ মানকাচৰ চক্ৰ বিষয়াই এক জাননী জাৰি কৰি ৭ দিন সময় দিছিল যদিও ৭ দিন উকলি যোৱাত আজি দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে তৎপৰ হৈ পৰে। ইতিমধ্যে ৰাস্তাৰ দুয়োকাষে বেদখল হৈ থকা ৭০ শতাংশ বেদখলমুক্ত নিজে নিজেই কৰিছে যদিও ৩০ শতাংশ এতিয়াও বেদখল হৈ থকাৰ কথা কয় মানকাচৰ চক্ৰ বিষয়াই । বেদখল হৈ থকা পথটো বেদখলমুক্ত নকৰিলে যিকোনো মুহূৰ্ততে জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাব বুলি জানিবলৈ দিয়ে
Md Romio Mehadi

More news from অসম and nearby areas
- গৰৈমাৰীত কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ বিশাল নিৰ্বাচনী সভা1
- Assam 🇮🇳🇮🇳🚀🌺🌹5
- shuru news app1
- 📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ নিমুৱাত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী। 📌সমষ্টিটোৰ এনডিএ সমৰ্থিত বিপিএফৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ হাগ্ৰামা মহিলাৰীৰ । 📌বিটিচিত শান্তি আৰু উন্নয়নেই হৈছে বিপিএফ দলৰ মূল উদ্দেশ্য বুলি মন্তব্য হাগ্ৰামা মহিলাৰীৰ । 📌বিটিচিত এশ শতাংশই মাটিৰ পট্টা দিম বুলি প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰীৰ।1
- কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ মন্তব্যক লৈ ৰঙিয়াত প্ৰতিক্ৰিয়া বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ1
- 📌উচ্ছেদৰ বিৰুদ্ধে ভোটেই উত্তৰ!” – ৯ এপ্ৰিলৰ আহ্বান Asaduddin Owaisiৰ 📌তলা-ছাবিত ভোট দিয়ক” – জনতাক শক্তিশালী বাৰ্তা ওৱেছিৰ 📌 ৯ এপ্ৰিলত উচ্ছেদৰ বিৰুদ্ধে গণপ্ৰতিক্ৰিয়া! ওৱেছিৰ ডাঙৰ1
- ছমৰীয়া সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে এআইইউডিএফ সমৰ্থকৰ সংবাদমেল। Part-11
- আজকে চলে গেলাম কালকে আসবো মোবাইলের এমবি শেষ হয়ে গেছে1
- 📌মানাহত অখিল গগৈৰ নিৰ্বাচনী হুংকাৰ। 📌কুশল দুৱৰীক সমৰ্থন কৰা ১৪ টাকৈ জাতীয় সংগঠন গণ শত্ৰু সংগঠনহে। 📌আজি ৪১ নং মানাহ সমষ্টিটোৰ চুকে-কোণে সভা আৰু ৰোড শ্ব'ৰ জৰিয়তে অখিল গগৈয়ে ৰাইজৰ কাষ চাপি অঞ্জন তালুকদাৰক বিপুল ভোটত জয়ী কৰিবলৈ আহ্বান জনায়।1