logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

গৰৈমাৰীত কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ বিশাল নিৰ্বাচনী সভা গৰৈমাৰীত কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ বিশাল নিৰ্বাচনী সভা

3 hrs ago
user_Assam Local News
Assam Local News
News Channel বকো, কামৰূপ, অসম•
3 hrs ago

গৰৈমাৰীত কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ বিশাল নিৰ্বাচনী সভা গৰৈমাৰীত কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ বিশাল নিৰ্বাচনী সভা

More news from অসম and nearby areas
  • 📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ জালাহত ৰাইজৰ দলৰ নিৰ্বাচনী প্ৰচাৰ সভা । 📌সমষ্টিটোৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ অখিল গগৈৰ। 📌সভাৰ ভাষণত বিপিএফক তীব্ৰ ভাষাৰে সমালোচনা অখিল গগৈৰ।
    1
    📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ জালাহত ৰাইজৰ দলৰ নিৰ্বাচনী প্ৰচাৰ সভা ।
📌সমষ্টিটোৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ অখিল গগৈৰ।
📌সভাৰ ভাষণত বিপিএফক তীব্ৰ ভাষাৰে সমালোচনা অখিল গগৈৰ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    1 hr ago
  • Post by Habibor Sheikh
    1
    Post by Habibor Sheikh
    user_Habibor Sheikh
    Habibor Sheikh
    Content Creator (YouTuber) বিজনী (পিটি), চিৰাং, অসম•
    10 hrs ago
  • গোৰেশ্বৰ সমষ্টিত বিপুল ভোটত জয়ী হব ভিক্টৰ দাস বুলি দাবী BPF ৰ জ্যেষ্ঠ নেতা তথা কাৰ্যবাহী সদস্য গণেশ কছাৰী।
    1
    গোৰেশ্বৰ সমষ্টিত বিপুল ভোটত জয়ী হব ভিক্টৰ দাস বুলি দাবী BPF ৰ জ্যেষ্ঠ নেতা তথা কাৰ্যবাহী সদস্য গণেশ কছাৰী।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    2 hrs ago
  • 'শুনক হিমন্ত বিশ্ব শৰ্মা চাহাব, আপুনি আমাৰ হাত ভা*ঙি দিয়াৰ কথা কয় - কওক ক'ত গৈ মই মোৰ হাত আপোনাৰ সমুখত ৰাখিম' আছাদুদ্দিন ওৱেইছিৰ প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মাক #AsaduddinOwaisi #HimantaBiswaSarma #AssamPolitics #OwaisiSpeech #BreakingNews #PoliticalClash #IndiaPolitics #ViralNews #TrendingNow #NewsUpdate #PublicStatement #Controversy #LatestNews #NewsAlert #AssamNews #Debate #PoliticalDrama #WatchNow #AssamPortalNews
    1
    'শুনক হিমন্ত বিশ্ব শৰ্মা চাহাব, আপুনি আমাৰ হাত ভা*ঙি দিয়াৰ কথা কয় - কওক ক'ত গৈ মই মোৰ হাত আপোনাৰ সমুখত ৰাখিম'
আছাদুদ্দিন ওৱেইছিৰ প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মাক
#AsaduddinOwaisi #HimantaBiswaSarma #AssamPolitics #OwaisiSpeech #BreakingNews #PoliticalClash #IndiaPolitics #ViralNews #TrendingNow #NewsUpdate #PublicStatement #Controversy #LatestNews #NewsAlert #AssamNews #Debate #PoliticalDrama #WatchNow #AssamPortalNews
    user_Assam Portal News
    Assam Portal News
    Local News Reporter বঙাইগাঁও (অংশ), বঙাইগাঁও, অসম•
    14 hrs ago
  • বিলাসীপারা চিরেকু‌‌টা for helping video for me and balapara 123 all public thanks all
    1
    বিলাসীপারা চিরেকু‌‌টা for helping video for me and balapara 123 all public thanks all
    user_Rahul ali
    Rahul ali
    Army & navy surplus shop Bilasipara Pt, Dhubri•
    15 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    4 hrs ago
  • ছমৰীয়া সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে এআইইউডিএফ সমৰ্থকৰ সংবাদমেল। Part-1
    1
    ছমৰীয়া সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে এআইইউডিএফ সমৰ্থকৰ সংবাদমেল। Part-1
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    22 hrs ago
  • 📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ নিমুৱাত এআইইউডিএফ নেতা কুৰপান আলীৰ বিপিএফত যোগদান। 📌বিটিচি নিৰ্বাচনত এআইইউডিএফৰ মথনগুৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী আছিল কুৰপান আলী। 📌বিপিএফৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিপিএফ দলত যোগদান কৰা বুলি মন্তব্য কুৰপান আলীৰ।
    1
    📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ নিমুৱাত এআইইউডিএফ নেতা কুৰপান আলীৰ বিপিএফত যোগদান।
📌বিটিচি নিৰ্বাচনত এআইইউডিএফৰ মথনগুৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী আছিল কুৰপান আলী। 
📌বিপিএফৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিপিএফ দলত যোগদান কৰা বুলি মন্তব্য কুৰপান আলীৰ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    4 hrs ago
  • ইউপিপিএলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ: গামোচাক অপমান কৰা ভিক্টৰ দাসক ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলি সকীয়নী। তামুলপুৰ, ৩ এপ্ৰিল: তামুলপুৰ জিলাৰ ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিত বৰ্তমান নিৰ্বাচনী গৰম প্ৰবল হৈ পৰিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আজি ইউপিপিএল দলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৱে সমষ্টিটোৰ গাঁৱে-ভূঞে এক ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলায়। গোৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ কালচেনীকে ধৰি বিভিন্ন প্ৰান্তত আজি কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়, য’ত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে এগৰাকী ষ্টাৰ কেম্পেইনাৰ হিচাপে উপস্থিত থাকি দিনজোৰা প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ইউপিপিএলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৱে অত্যন্ত আত্মবিশ্বাসেৰে কয় যে নিৰ্বাচনী সভা-সমিতিসমূহত তেওঁ ৰাইজৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ বাবে তেওঁ সমষ্টিবাসী ৰাইজৰ লগতে সাংসদ জয়ন্ত বসুমতাৰীকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ দাবী কৰে যে সমষ্টিটোৰ প্ৰতিটো প্ৰান্তত দলীয় কৰ্মীসকলে নিৰন্তৰ প্ৰচাৰ চলাই আছে আৰু বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত তেওঁ প্ৰতিদ্বন্দ্বিতাৰ দৌৰত এক নম্বৰ স্থানত আছে। আনহাতে, এনডিএৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ প্ৰসংগত কঠোৰ সমালোচনা কৰি বড়োৱে কয় যে ভিক্টৰ দাস তেওঁৰ বাবে কোনো কাৰণতে প্ৰত্যাহ্বান হ’ব নোৱাৰে, কাৰণ কিছুদিন পূৰ্বে ভিক্টৰ দাসে ডিঙিত পিন্ধোৱা গামোচাখনক ‘চিপজৰী’ বুলি আখ্যা দি অসমীয়াৰ স্বাভিমানৰ প্ৰতীক বস্ত্ৰখনক চৰম অপমান কৰিছিল। অসমীয়াৰ আবেগক আঘাত দিও বৰ্তমানলৈকে ভিক্টৰ দাসে ৰাজহুৱাকৈ ক্ষমা নোখোজাৰ বাবে গোৰেশ্বৰৰ সচেতন ৰাইজে অহা ৯ এপ্ৰিলৰ ভোটদানৰ জৰিয়তে তেওঁক উচিত শিক্ষা দিব বুলি বড়োৱে একপ্ৰকাৰ সকীয়নী প্ৰদান কৰে। পবিত্ৰ কুমাৰ বড়োৱে লগতে দৃঢ়তাৰে কয় যে তেওঁ এই নিৰ্বাচনত প্ৰায় ৮০ হাজাৰ ভোট লাভ কৰি এক বৃহৎ ব্যৱধানত জয়লাভ কৰাটো নিশ্চিত।###
    1
    ইউপিপিএলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ: গামোচাক অপমান কৰা ভিক্টৰ দাসক ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলি সকীয়নী।
তামুলপুৰ, ৩ এপ্ৰিল:
তামুলপুৰ জিলাৰ ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিত বৰ্তমান নিৰ্বাচনী গৰম প্ৰবল হৈ পৰিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আজি ইউপিপিএল দলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৱে সমষ্টিটোৰ গাঁৱে-ভূঞে এক ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলায়। গোৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ কালচেনীকে ধৰি বিভিন্ন প্ৰান্তত আজি কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়, য’ত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে এগৰাকী ষ্টাৰ কেম্পেইনাৰ হিচাপে উপস্থিত থাকি দিনজোৰা প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ইউপিপিএলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৱে অত্যন্ত আত্মবিশ্বাসেৰে কয় যে নিৰ্বাচনী সভা-সমিতিসমূহত তেওঁ ৰাইজৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ বাবে তেওঁ সমষ্টিবাসী ৰাইজৰ লগতে সাংসদ জয়ন্ত বসুমতাৰীকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ দাবী কৰে যে সমষ্টিটোৰ প্ৰতিটো প্ৰান্তত দলীয় কৰ্মীসকলে নিৰন্তৰ প্ৰচাৰ চলাই আছে আৰু বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত তেওঁ প্ৰতিদ্বন্দ্বিতাৰ দৌৰত এক নম্বৰ স্থানত আছে। আনহাতে, এনডিএৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ প্ৰসংগত কঠোৰ সমালোচনা কৰি বড়োৱে কয় যে ভিক্টৰ দাস তেওঁৰ বাবে কোনো কাৰণতে প্ৰত্যাহ্বান হ’ব নোৱাৰে, কাৰণ কিছুদিন পূৰ্বে ভিক্টৰ দাসে ডিঙিত পিন্ধোৱা গামোচাখনক ‘চিপজৰী’ বুলি আখ্যা দি অসমীয়াৰ স্বাভিমানৰ প্ৰতীক বস্ত্ৰখনক চৰম অপমান কৰিছিল। অসমীয়াৰ আবেগক আঘাত দিও বৰ্তমানলৈকে ভিক্টৰ দাসে ৰাজহুৱাকৈ ক্ষমা নোখোজাৰ বাবে গোৰেশ্বৰৰ সচেতন ৰাইজে অহা ৯ এপ্ৰিলৰ ভোটদানৰ জৰিয়তে তেওঁক উচিত শিক্ষা দিব বুলি বড়োৱে একপ্ৰকাৰ সকীয়নী প্ৰদান কৰে। পবিত্ৰ কুমাৰ বড়োৱে লগতে দৃঢ়তাৰে কয় যে তেওঁ এই নিৰ্বাচনত প্ৰায় ৮০ হাজাৰ ভোট লাভ কৰি এক বৃহৎ ব্যৱধানত জয়লাভ কৰাটো নিশ্চিত।###
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.