Shuru
Apke Nagar Ki App…
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৬৩ সংখ্যক ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহত নৃত্য পৰিৱেশন।
DK NEWS NE ASSAM
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৬৩ সংখ্যক ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহত নৃত্য পৰিৱেশন।
More news from Lakhimpur and nearby areas
- ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৬৩ সংখ্যক ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহত নৃত্য পৰিৱেশন।1
- সম্পৰ্ক যিয়েই নহওঁক কিয়, একতা বা ভাল হৈ থাকিলেহে ভাল লাগে, সেইয়া পৰিয়ালেই হওঁক, ভাল পোৱাই হওঁক নতুবা বন্ধুৰ ক্ষেত্ৰতেই হওঁক, নহয় জানো সংগীতা ৰয়1
- সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত উত্তৰ লক্ষীমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত,,পৰিবেশ আৰু জলবায়ু সজাগতা সপ্তাহ,, উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা।1
- মাজুলী সংগীত মহোৎসৱ ২০২৪' ২২,২৩,২৪ তাৰিখলৈ অনুষ্ঠিত হব লগা অনুষ্ঠানৰ যোৱা কালিৰ মাজুলীৰে সন্তান #PranjitBhuya ৰ এক সংগীত অনুষ্ঠান উপভোগ কৰি খুৱ ভাল লাগিল। অসম তথা উত্তৰ পূৱৰ বহু সংগীত শিল্পী আৰু অসমৰ হাৰ্ট ট্ৰৱ জুবিন গাৰ্গ ও এই সংগীত মহোৎসৱত অংশ গ্ৰহণ কৰিব। সকলোকে আমি এই সংগীত মহোৎসৱলৈ আহি অনুষ্ঠান উপভোগ কৰিবলৈ আহ্বান জনাইছোঁ।1
- মাজুলী মিউজিক ফেষ্টিভেল ২০২৪ তন্ময় শইকীয়া গীত পৰিবেশনেৰে মোহিত কৰে শ্ৰোতা দৰ্শকক খেৰকটীয়া নদীৰ পাৰৰ মনোমোহা পৰিবেশত পঞ্চমবাৰৰ বাবে ২২,২৩,২৪ নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈছে মাজুলী মিউজিক ফেষ্টিভেল । অনুগ্ৰহ কৰি মাজুলীৰ খবৰ পেজটো লাইক কৰিব1
- প্ৰথমে মই সদৌ অসমবাসী তথা মোৰ মৰমৰ আপোন জিলা লক্ষীমপুৰবাসী ৰাইজলৈ আন্তৰিক সেৱা জনাইছো। আপোনালোকৰ আশীৰ্বাদ আৰু মৰম তথা আপোনালোকৰ বহুমূলীয়া ভোট প্ৰদান কৰি মোক আগুৱাই যোৱাত যি সহায় কৰিলে তাৰবাবে মই আপোনাসৱৰ ওচৰত সদায় চিৰ কৃতজ্ঞ । অনাগত দিনতো এনেকৈয়ে যেন অসমৰ লগতে লক্ষীমপুৰ জিলাখনলৈ গৌৰৱ আৰু সন্মান বুটলি আনিবলৈ সক্ষম হ'ব পাৰো তাৰ বাবে আপোনালোকে সদায় আশীৰ্বাদ আৰু মৰম দি যাব।1
- মাজুলীৰ জেংৰাই বালিচাপৰিত ২২ নবেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে মাজুলী মিউজিক ফেষ্টিভেল ২০২৪। কালিৰ সাংস্কৃতিক অনুষ্ঠানে মুগ্ধ কৰি তোলে হাজাৰ হাজাৰ দৰ্শকক।1
- অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লক্ষীমপুৰ জিলা সমিতিৰ অষ্ঠম দ্বি-বার্ষিক অধিৱেশন আৰু অসম দিৱসত লখিমপুৰ ত্যাগ ক্ষেত্ৰত সংগীত পৰিৱেশন কৰিব অসমৰ জনপ্ৰিয় সংগীত শিল্পী বিপিন চাউদাং আৰু সহশিল্পীয়ে । উদ্যোক্তাই সকলোৰে উপস্থিতি কামনা কৰিছে ।1