Shuru
Apke Nagar Ki App…
বগীনদী আৰক্ষীৰ অভিযানত বগীনদীৰ মংগলবৰীয়া বজাৰৰ পৰা চুৰি হোৱা বাইক সহ গ্ৰেপ্তাৰ বাইক চোৰ লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বগীনদীৰ সাপ্তাহিক মংগলবৰীয়া বজাৰৰ পৰা ১১ আগষ্টৰ দিনা চুৰি হোৱা AS05 D 2462 নম্বৰৰ পালছাৰ ১৩৫ বাইক খন কালি নিশা ধেমাজি জিলাৰ গোগামুখৰ বেতনিহোলা বালি চাপৰিৰ প্ৰভাত ডেকাৰ পুত্ৰ বাবু ডেকাৰ পৰা উদ্ধাৰ কৰাৰ লগতে এই চুৰি কাৰ্যত জড়িত থকা অপৰাধত বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত ১নং লালপানী গাঁৱৰ মিতন গগৈৰ পুত্ৰ বিকাশ গগৈ ওৰফে খনিলক গ্ৰেপ্তাৰ কৰে।
Bhuban Gautam
বগীনদী আৰক্ষীৰ অভিযানত বগীনদীৰ মংগলবৰীয়া বজাৰৰ পৰা চুৰি হোৱা বাইক সহ গ্ৰেপ্তাৰ বাইক চোৰ লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বগীনদীৰ সাপ্তাহিক মংগলবৰীয়া বজাৰৰ পৰা ১১ আগষ্টৰ দিনা চুৰি হোৱা AS05 D 2462 নম্বৰৰ পালছাৰ ১৩৫ বাইক খন কালি নিশা ধেমাজি জিলাৰ গোগামুখৰ বেতনিহোলা বালি চাপৰিৰ প্ৰভাত ডেকাৰ পুত্ৰ বাবু ডেকাৰ পৰা উদ্ধাৰ কৰাৰ লগতে এই চুৰি কাৰ্যত জড়িত থকা অপৰাধত বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত ১নং লালপানী গাঁৱৰ মিতন গগৈৰ পুত্ৰ বিকাশ গগৈ ওৰফে খনিলক গ্ৰেপ্তাৰ কৰে।
More news from অসম and nearby areas
- লখিমপুৰত ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপন সম্পৰ্কত লখিমপুৰ জিলা সমিতিৰ সভাপতি ৰাজেন ছেত্ৰীৰ মন্তব্য প্ৰকাশ ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক লখিমপুৰ অধিৱেশন, ৰূপালী জয়ন্তী বৰ্ষপুৰ্তি অনুষ্ঠান আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপন কৰা সম্পৰ্কে গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি তথা অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন ছেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰিছে। এই সন্দৰ্ভত তেখেতৰ মন্তব্য শুনোচোন আহক।1
- অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল1
- If you love authentic Oud… this one is for you. 🌿 Jumbo Muri Double Super 🌿 Experience the true luxury of premium Oud — Oud at its finest, just the way it should be. Rich • Elegant • Authentic • Long-Lasting ✨ For those who truly appreciate the finest Oud. If you love authentic Oud… this one is for you. 🌿 Jumbo Muri Double Super 🌿 Experience the true luxury of premium Oud — Oud at its finest, just the way it should be. Rich • Elegant • Authentic • Long-Lasting ✨ For those who truly appreciate the finest Oud.1
- মৰাণৰ টেপৰচালিবামত অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদ অৱৰোধ কৰি ৰাইজৰ উত্তাল প্ৰতিবাদ । অঞ্চলটোৰ জৰাজীৰ্ণ বাট-পথকে ধৰি বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত অইলে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ।1
- বকতাত সপ্তসুৰ এন জি অই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিলে স্কুল বেগ বকতাত দুলীয়াজানৰ সপ্তসুৰ এন জি অই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিলে স্কুল বেগ1
- কামৰ সন্ধানত কেৰেলালৈ যোৱা দীপাংকৰ শইকীয়াৰ ঘৰত নামি আহিল বিপদ। দুখীয়াৰ দুখ নুগুছে… 💔 🛑 কামৰ সন্ধানত কেৰেলালৈ যোৱা দীপাংকৰ শইকীয়াৰ ঘৰত নামি আহিল বিপদ। 🛑 কামত যোগ দিয়াৰ দুদিন পিছতে পানীত পৰি সন্ধানহীন তেওঁৰ জ্যেষ্ঠ পুত্ৰ। ঘৰলৈ উভতি যাবলৈ এতিয়া আৰ্থিক সহায়ৰ প্ৰয়োজন। 🙏 যিয়ে যেনেকৈ পাৰে—১০, ২০ টকা বা সামৰ্থ্য অনুসৰি সহায় কৰক। 📢 ভিডিঅ’টো অধিক শ্বেয়াৰ কৰি এই অসহায় পিতৃগৰাকীৰ কাষত থিয় দিয়ক। . . . . #AssamNews #HelpNeeded #HumanityFirst #Kerala #FocusAxom241
- 🔻 জ্যোষ্মিতা বৰা মৃ*ত্যু তদন্ত দাবীত HGM নাৰ্চিং হোমৰ সন্মুখত প্ৰতিবাদ। পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে । 🔻 জ্যোষ্মিতা বৰা মৃ*ত্যু তদন্ত দাবীত HGM নাৰ্চিং হোমৰ সন্মুখত প্ৰতিবাদ। পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ।1
- If you know oud, you already know... this one is special. This is Jumbo Muri Double Super—one of those oud pieces that speaks for itself. ما شاء الله تبارك وتعالى... شوفوا الجودة بأنفسكم. The moment it touches the heat, you start getting that deep, rich oud aroma... ريحة فخمة قوية وفوحها كلمسة العربية الأصيلة. And the best part? It doesn't just fragrance the room—it changes the whole atmosphere. يعطي المكان هيبة وفخامة... خصوصاً في المجلس. For the people who truly appreciate premium oud, this is definitely something you want to experience. إذا تحبون العود الأصلي... هذا لكم. Jumbo Muri Double Super مع فخامة العود... على أصولها. If you know oud, you already know... this one is special. This is Jumbo Muri Double Super—one of those oud pieces that speaks for itself. ما شاء الله تبارك وتعالى... شوفوا الجودة بأنفسكم. The moment it touches the heat, you start getting that deep, rich oud aroma... ريحة فخمة قوية وفوحها كلمسة العربية الأصيلة. And the best part? It doesn't just fragrance the room—it changes the whole atmosphere. يعطي المكان هيبة وفخامة... خصوصاً في المجلس. For the people who truly appreciate premium oud, this is definitely something you want to experience. إذا تحبون العود الأصلي... هذا لكم. Jumbo Muri Double Super مع فخامة العود... على أصولها. 📞+9196435870341