বৰিহাটত Austex Agro ৰ প্ৰথম Super-Cum Distributor শুভাৰম্ভ।* *বৰিহাটত Austex Agro ৰ প্ৰথম Super-Cum Distributor শুভাৰম্ভ।* পলাশবাৰীৰ বৰিহাটত আনুষ্ঠানিকভাৱে Austex Agro Private Limited ৰ কামৰূপ গ্ৰাম্য জিলাৰ প্ৰথম Super-Cum Distributor মুকলি কৰা হয়। বৰিহাটৰ উমাকান্ত আৰু চন্দ্ৰকান্ত গোস্বামী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখতে অৱস্থিত DAVID Enterprise ত এই বিতৰণ কেন্দ্ৰটো ফিটা কাটি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বৰিহাট ব্যৱসায়ী সন্থাৰ সভাপতি কুশল ডেকা আৰু সম্পাদক কন্দৰ্প দাসে। উল্লেখযোগ্য যে DAVID Enterprise ৰ স্বত্বাধিকাৰী হৈছে পৰেশ চন্দ্ৰ দাস। উক্ত অনুষ্ঠানটোত উপস্থিত থাকে কোম্পানীটোৰ একাধিক শীৰ্ষ কৰ্মকৰ্তা। উল্লেখযোগ্য যে এই Super-Cum Distributor টোৰ জৰিয়তে এতিয়া কামৰূপ গ্ৰাম্য জিলাৰ বিভিন্ন বজাৰলৈ কোম্পানীটোৰ নুডুলছ, পাস্তা, মেকাৰনি, ছয়াবাৰী, পাপড়, মখনা, ভুজিয়া আদি বিভিন্ন FMCG খাদ্য সামগ্ৰী সহজে যোগান ধৰা হ’ব। বৰিহাটত এই নতুন বিতৰণ কেন্দ্ৰ আৰম্ভ হোৱাৰ ফলত অঞ্চলটোৰ ব্যৱসায়িক ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

- ৭২ সংখ্যক ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু উদ্যাপন কমিতিৰ সম্পাদকৰ মন্তব্য1
- Post by Amirul haque 2033
- Post by অঞ্জন শইকীয়া1
- ৰঙিয়াত আটক দুধৰ্ষ চোৰ । দীৰ্ঘদিন ধৰি ৰঙিয়াৰ বিভিন্ন লোকৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ দুধৰ্ষ চোৰ ছাদ্দামে কাটি লৈ যায় বিজুলী সংযোগ থকা বৰ্ড আৰু তাঁৰ । বিগত প্ৰায় এবছৰৰ পৰা ছাদ্দামে কৰি আহিছে এই চুৰিকাৰ্য্য । চুৰি কৰা বৰ্ড আৰু তাঁৰ ছাদ্দামে বিক্ৰী কৰে স্ক্ৰেবৰ দোকানত । কিন্ত ইলেক্ট্ৰিক মেন ছাদ্দামৰ এইবাৰ ফিউজ উৰিল । ৰঙিয়াৰ শৌলমাৰীত এঘৰত তাঁৰ কাটিব সোমাই ধৰা পৰিল ছাদ্দাম ।ঘৰৰ ভিতৰত ঘুটুং ঘাটাং শব্দ শুনি কোঠাৰ ভিতৰলৈ গৃহস্থ সোমাই দেখিলে লুকাই আছে ছাদ্দাম। আৰু তাৰ পিছৰ অৱস্থা এয়া ছাদ্দামৰ । পঘাৰে খুটাঁত বান্ধি ৰাইজে ছাদ্দামক দিলে ৰাজহুৱা হেয়াৰ কাট । অৱশ্যে প্ৰহাৰ নকৰি শোধাই দিলে আৰক্ষীক।1
- Tajuddin Ahmed Education ट्रस्ट के जरिए Dispur Public School गरीब छात्र-छात्राओं को कर रहे हैं मदद4
- ৰংজালী বৈছাগু উৎসৱ বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-গীতৰে মুখৰিত হৈ উঠিছে তামুলপুৰ জিলা বগাঔজাৰগুৰীত।1
- বিশ্বশান্তিৰ কামনাৰে ঢেকীয়াজুলিৰ পিৰাকটাত বাথৌ আৰছ অনুষ্ঠিত কৰে1
- তামুলপুৰৰ মটঙাপাৰত তামুলপুৰ এবছুৰ ২২ সংখ্যক ৰংজালি বৈছাগু উদযাপন1
- Post by Bijoy mandal1