Shuru
Apke Nagar Ki App…
চতিয়াৰ মালৰ গাওঁ ক্ৰীড়া সন্থাৰ উদ্যোগত আজি গোসাই বিহুৰ দিনটোত ভাগৱত ভ্ৰমণ অনুষ্ঠিত কৰা হয়। প্ৰতিঘৰ গঞাই পদুলিমুখত ধুপে দীপে মহা ভাগৱতত সেৱা জনাই আশিষ গ্ৰহণ কৰে।
অঞ্জন শইকীয়া
চতিয়াৰ মালৰ গাওঁ ক্ৰীড়া সন্থাৰ উদ্যোগত আজি গোসাই বিহুৰ দিনটোত ভাগৱত ভ্ৰমণ অনুষ্ঠিত কৰা হয়। প্ৰতিঘৰ গঞাই পদুলিমুখত ধুপে দীপে মহা ভাগৱতত সেৱা জনাই আশিষ গ্ৰহণ কৰে।
More news from অসম and nearby areas
- Post by অঞ্জন শইকীয়া1
- ৰূপহীহাট আৰক্ষীৰ জালত ডকাইত ৰূপহীহাট আৰক্ষীয়ে কাঠপাৰাৰ পৰা এজন ডকাইত গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা ডকাইতজনৰ নাম মুকছিদুল ইছলাম ওৰফে মুশু। কাঠপাৰাৰ মোজাম্মিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত ১০-১২ জনীয়া ডকাইতৰ দলে চলাইছিল লুট-পাত । উক্ত ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মুকছিদুলক জেল হাজোতলৈ প্ৰেৰণ কৰে।1
- সমূহ অসমবাসী ৰাইজলৈ চলমান এষ্ট্ৰ'লজাৰে অসমীয়া নৱ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে #viralpost #ytshort1
- ৭২ সংখ্যক ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু উদ্যাপন কমিতিৰ সম্পাদকৰ মন্তব্য1
- খাটোৱালৰ পৰা খেদি খেদি হাতীপুখুৰীৰ পৰা আটক কৰে জামাল উদ্দীন নামৰ ডকাইটিক। দীৰ্ঘদিননৰ পৰা আৰক্ষীৰ চকুত ফাঁকি দি পলায় ফুৰিছিল ডকাইত জামাল উদ্দীনে। জামাল উদ্দীনৰ বিৰুদ্ধে কেইবাটাও আৰক্ষী থানাত ডকাইতিৰ গোচৰ ৰুজু হৈ আছিল। গড়াজান আৰক্ষীয়ে ধৃত ডকাইত জামাল উদ্দীনক সম্প্ৰতি বেবেজীয়া আৰক্ষীক গতাই দিয়ে।1
- Post by DeV 24 News1
- 🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺1
- বিশ্বশান্তিৰ কামনাৰে ঢেকীয়াজুলিৰ পিৰাকটাত বাথৌ আৰছ অনুষ্ঠিত কৰে1