logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

আজি কালি আমাৰ গাওঁ অঞ্চলত মোবাইল গেম খেলি পৰা শুনা শেষ কৰিলে। এই ফিৰিফেয়াৰ গেম খেলি সময় নষ্ট কৰিব ধৰিছে আজি কালি আমাৰ গাওঁ অঞ্চলত মোবাইল গেম খেলি পৰা শুনা শেষ কৰিলে। এই ফিৰিফেয়াৰ গেম খেলি সময় নষ্ট কৰিব ধৰিছে

1 hr ago
user_Geramari pt 2
Geramari pt 2
আঠানি, ধুবুৰী, অসম•
1 hr ago

আজি কালি আমাৰ গাওঁ অঞ্চলত মোবাইল গেম খেলি পৰা শুনা শেষ কৰিলে। এই ফিৰিফেয়াৰ গেম খেলি সময় নষ্ট কৰিব ধৰিছে আজি কালি আমাৰ গাওঁ অঞ্চলত মোবাইল গেম খেলি পৰা শুনা শেষ কৰিলে। এই ফিৰিফেয়াৰ গেম খেলি সময় নষ্ট কৰিব ধৰিছে

More news from Assam and nearby areas
  • ইউটিউবাৰ ভাস্কৰ দত্তৰ বিৰুদ্ধে ধুবুৰীত এজাহাৰ দাখিল। ধুবুৰীৰ কুন্তিৰচৰক বাংলাদেশ কোৱা ইউটিবাৰ ভাস্কৰ দত্তৰ বিৰুদ্ধে এজাহাৰ ধুবুৰী যুৱ সমাজৰ। ইউটিউবাৰ ভাস্কৰ দত্তই ধুবুৰী চহৰৰ নেতাই ধুবুনী পাৰঘাট থিয় হৈ কুন্তিৰচৰক বাংলাদেশ কোৱা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে জাঙুৰ খাই উঠিছে ধুবুৰী যুৱ সমাজে।
    1
    ইউটিউবাৰ ভাস্কৰ দত্তৰ বিৰুদ্ধে ধুবুৰীত এজাহাৰ দাখিল।
ধুবুৰীৰ কুন্তিৰচৰক বাংলাদেশ কোৱা ইউটিবাৰ ভাস্কৰ দত্তৰ বিৰুদ্ধে এজাহাৰ ধুবুৰী যুৱ সমাজৰ। 
ইউটিউবাৰ ভাস্কৰ দত্তই ধুবুৰী চহৰৰ নেতাই ধুবুনী পাৰঘাট থিয় হৈ কুন্তিৰচৰক বাংলাদেশ কোৱা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে জাঙুৰ খাই উঠিছে ধুবুৰী যুৱ সমাজে।
    user_North East Bulletin
    North East Bulletin
    Media and information sciences faculty Dhubri, Assam•
    14 hrs ago
  • ধৰ্মশালা আনন্দৰাম জাতীয় বিদ্যালয়ৰ কলা শাখাৰ ফলাফলত উজ্জ্বলিল ধৰ্মশালা আনন্দৰাম বৰুৱা জাতীয় বিদ্যালয় । কলা শাখাত ৬১ জন পাছ, এজন ছাত্ৰী Destination , Star Mark পাচঁজন,প্ৰথম স্থান দখল ২৪ জন,দ্বিতীয় স্থান দখল ২৭ জন, আৰু ৩য় স্থান দহ জন দখল কৰাৰ লগতে ২৭ জন ছাত্ৰছাত্ৰীয়ে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হয়। ফলাফল ঘোষনা কৰাৰ পিছৰে পৰা শিক্ষানুষ্ঠানখনত আনন্দৰ বন্যা। উল্লেখ যোগ্য যে - এইবেলি পোনপ্ৰথম বাৰৰ স্কুলখনৰ ছাত্ৰছাত্ৰী পৰিক্ষাত অবতীৰ্ণ হৈছিল। সুনাম কঢ়িয়াই অনা ছাত্ৰছাত্ৰী সকললৈ সম্বৰ্ধনা বিদ্যালয়ৰ তৰফৰ পৰা ।
    1
    ধৰ্মশালা আনন্দৰাম জাতীয় বিদ্যালয়ৰ কলা শাখাৰ ফলাফলত উজ্জ্বলিল ধৰ্মশালা আনন্দৰাম বৰুৱা জাতীয় বিদ্যালয় ।
কলা শাখাত ৬১ জন পাছ, এজন ছাত্ৰী Destination , Star Mark পাচঁজন,প্ৰথম স্থান দখল ২৪ জন,দ্বিতীয় স্থান দখল ২৭ জন, আৰু ৩য় স্থান দহ জন দখল কৰাৰ লগতে ২৭ জন ছাত্ৰছাত্ৰীয়ে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হয়।  
ফলাফল ঘোষনা কৰাৰ পিছৰে পৰা শিক্ষানুষ্ঠানখনত আনন্দৰ বন্যা। উল্লেখ যোগ্য যে - এইবেলি পোনপ্ৰথম বাৰৰ স্কুলখনৰ ছাত্ৰছাত্ৰী পৰিক্ষাত অবতীৰ্ণ হৈছিল। 
সুনাম কঢ়িয়াই অনা ছাত্ৰছাত্ৰী সকললৈ সম্বৰ্ধনা বিদ্যালয়ৰ তৰফৰ পৰা ।
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    18 hrs ago
  • Post by T News
    1
    Post by T News
    user_T News
    T News
    Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
    15 hrs ago
  • hi
    1
    hi
    user_Biswajit kr sutradhaar
    Biswajit kr sutradhaar
    চামাণ্ডা, পূব গাৰো পাহাৰ, মেঘালয়•
    1 hr ago
  • H.S.ৰ ফলাফল বেয়া হোৱাৰ বাবেই যুৱতীৰ ভ*য়ংকৰ কা*ণ্ড। যোগীঘোপা-পঞ্চৰত্ন দলঙৰ পৰা মহাবাহুত জপিয়াই চৰম পন্থাৰ চেষ্টা যুৱতীৰ।
    1
    H.S.ৰ ফলাফল বেয়া হোৱাৰ বাবেই যুৱতীৰ ভ*য়ংকৰ কা*ণ্ড। যোগীঘোপা-পঞ্চৰত্ন দলঙৰ পৰা মহাবাহুত জপিয়াই চৰম পন্থাৰ চেষ্টা যুৱতীৰ।
    user_Kayakuchi Express
    Kayakuchi Express
    Media house বৰপেটা, বৰপেটা, অসম•
    37 min ago
  • বৰপেটাৰ বহৰিৰ সাহিদ আলীৰ অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন। আপুনিও জনাওক শুভেচ্ছা।
    1
    বৰপেটাৰ বহৰিৰ সাহিদ আলীৰ অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন। আপুনিও জনাওক শুভেচ্ছা।
    user_ND Axom
    ND Axom
    Media house বৰপেটা, বৰপেটা, অসম•
    43 min ago
  • কিছুদিন পুৰ্বেই প্ৰদেশ কংগ্ৰেছৰ অনুমতি অবিহনে নিজ ইচ্ছা মতে ৪৫ জন কংগ্ৰেছ কৰ্মীক নিলম্বন কৰিছিল। তাৰ পাছতে প্ৰদেশ কংগ্ৰেছে সেই নিলম্বনৰ পত্ৰ গ্ৰহণ নকৰি জিলা কমিটিক সকিয়নী দি শীঘ্ৰেই পত্ৰ উঠাই লৈ নিলম্বীত কংগ্ৰেছ কৰ্মী সকলক বাহাল ৰাখিবলৈ নিৰ্দেশ দিয়ে । গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ তৎপৰতাত নিলম্বন পত্ৰখন বাতিল কৰা হয়। পত্ৰখন বাতিল কৰাৰ পাছতে ধুবুৰী ৰাজীৱ ভৱনত সংবাদমেল পাতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু সাংসদ ৰকিবুল হুছেইনক ধন্যবাদ জনাই কংগ্ৰেছ কৰ্মী সকলে। ইপিনে সংবাদমেলখনত জিলা সভানেত্ৰীৰ বিৰুদ্ধে এটাৰ এটা মন্তব্য কৰা দেখা যায় ।
    1
    কিছুদিন পুৰ্বেই প্ৰদেশ কংগ্ৰেছৰ অনুমতি অবিহনে নিজ ইচ্ছা মতে ৪৫ জন কংগ্ৰেছ কৰ্মীক নিলম্বন কৰিছিল। 
তাৰ পাছতে প্ৰদেশ কংগ্ৰেছে সেই নিলম্বনৰ পত্ৰ গ্ৰহণ নকৰি জিলা কমিটিক সকিয়নী দি শীঘ্ৰেই পত্ৰ উঠাই লৈ নিলম্বীত কংগ্ৰেছ কৰ্মী সকলক বাহাল ৰাখিবলৈ নিৰ্দেশ দিয়ে । গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ তৎপৰতাত নিলম্বন পত্ৰখন বাতিল কৰা হয়। পত্ৰখন বাতিল কৰাৰ পাছতে ধুবুৰী ৰাজীৱ ভৱনত সংবাদমেল পাতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু সাংসদ ৰকিবুল হুছেইনক ধন্যবাদ জনাই কংগ্ৰেছ কৰ্মী সকলে। ইপিনে সংবাদমেলখনত জিলা সভানেত্ৰীৰ বিৰুদ্ধে এটাৰ এটা মন্তব্য কৰা দেখা যায় ।
    user_North East Bulletin
    North East Bulletin
    Media and information sciences faculty Dhubri, Assam•
    14 hrs ago
  • আজি ঘোষনা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত ফলাফল। ধুবুৰীত চৰকাৰী বিদ্যালয়ৰ সাফল্য । ধুবুৰী শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখাত ১০০ শতাংশ উত্তীৰ্ণৰে উজলিল শিক্ষানুষ্ঠানখন। বিজ্ঞান শাখাত ৮১ গৰাকী আৰু কলা শাখাত ৯৫ গৰাকী শিক্ষাৰ্থী উৰ্ত্তীনৰে সফলতা। কলা শাখাৰ ৯১.৩৪ শতাংশ লাভ কৰি শিক্ষানুষ্ঠানখনৰ লগতে ধুবুৰীৰ গৌৰৱ কঢ়িয়াই আনিছে। ফলাফল ঘোষনা কৰাৰ পিছৰে পৰা শিক্ষানুষ্ঠানখনত আনন্দৰ বন্যা। ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱক সকলৰ মাজতো আনন্দ দেখা পৰিলক্ষিত হৈছে। প্ৰতি বছৰৰ দৰে একেই ধাৰা অক্ষুন্ন ৰাখি পুনৰবাৰ শিক্ষানগৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে শিক্ষানুষ্ঠানখনে।
    1
    আজি ঘোষনা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত ফলাফল। 
ধুবুৰীত চৰকাৰী বিদ্যালয়ৰ সাফল্য ।
ধুবুৰী শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখাত ১০০ শতাংশ উত্তীৰ্ণৰে উজলিল শিক্ষানুষ্ঠানখন।
বিজ্ঞান শাখাত ৮১ গৰাকী আৰু কলা শাখাত ৯৫ গৰাকী শিক্ষাৰ্থী উৰ্ত্তীনৰে সফলতা।
কলা শাখাৰ  ৯১.৩৪ শতাংশ লাভ কৰি শিক্ষানুষ্ঠানখনৰ লগতে ধুবুৰীৰ গৌৰৱ কঢ়িয়াই আনিছে। 
ফলাফল ঘোষনা কৰাৰ পিছৰে পৰা শিক্ষানুষ্ঠানখনত আনন্দৰ বন্যা।
ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱক সকলৰ মাজতো আনন্দ দেখা পৰিলক্ষিত হৈছে।
প্ৰতি বছৰৰ দৰে একেই ধাৰা অক্ষুন্ন ৰাখি পুনৰবাৰ শিক্ষানগৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে শিক্ষানুষ্ঠানখনে।
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    22 hrs ago
  • H.S.ৰ ফলাফল বেয়া হোৱাৰ বাবেই যুৱতীৰ ভ*য়ংকৰ কা*ণ্ড। যোগীঘোপা-পঞ্চৰত্ন দলঙৰ পৰা মহাবাহুত জপিয়াই চৰম পন্থাৰ চেষ্টা যুৱতীৰ।
    1
    H.S.ৰ ফলাফল বেয়া হোৱাৰ বাবেই যুৱতীৰ ভ*য়ংকৰ কা*ণ্ড। যোগীঘোপা-পঞ্চৰত্ন দলঙৰ পৰা মহাবাহুত জপিয়াই চৰম পন্থাৰ চেষ্টা যুৱতীৰ।
    user_ND Axom
    ND Axom
    Media house বৰপেটা, বৰপেটা, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.