Shuru
Apke Nagar Ki App…
এই ৰাস্তা টো বহুত মানুহ অহা যোৱা কৰে আৰু দুখন স্কুল সংযোগ আছে বজালী বিধান সভা সমষ্টিৰ অন্তৰ্গত বন্ধসিধনি গাঁও পঞ্চায়তৰ 7 ন খণ্ডৰ এই ৰাস্তা টো বহুত বছৰ অভিযোগ দি আছোঁ কিন্তু কোনেও গুৰুত্ব নিদিয়ে এতিয়া আপোনালোকৰ জৰিয়তে অসম বাসীৰ জনাব বিছাৰিছো যাতে এই ৰাস্তা টো সোনকালে ঠিক হয়।
Tafik Ali
এই ৰাস্তা টো বহুত মানুহ অহা যোৱা কৰে আৰু দুখন স্কুল সংযোগ আছে বজালী বিধান সভা সমষ্টিৰ অন্তৰ্গত বন্ধসিধনি গাঁও পঞ্চায়তৰ 7 ন খণ্ডৰ এই ৰাস্তা টো বহুত বছৰ অভিযোগ দি আছোঁ কিন্তু কোনেও গুৰুত্ব নিদিয়ে এতিয়া আপোনালোকৰ জৰিয়তে অসম বাসীৰ জনাব বিছাৰিছো যাতে এই ৰাস্তা টো সোনকালে ঠিক হয়।
More news from অসম and nearby areas
- এই ৰাস্তা টো বহুত মানুহ অহা যোৱা কৰে আৰু দুখন স্কুল সংযোগ আছে বজালী বিধান সভা সমষ্টিৰ অন্তৰ্গত বন্ধসিধনি গাঁও পঞ্চায়তৰ 7 ন খণ্ডৰ এই ৰাস্তা টো বহুত বছৰ অভিযোগ দি আছোঁ কিন্তু কোনেও গুৰুত্ব নিদিয়ে এতিয়া আপোনালোকৰ জৰিয়তে অসম বাসীৰ জনাব বিছাৰিছো যাতে এই ৰাস্তা টো সোনকালে ঠিক হয়।1
- আমাৰ অসমৰ গৌৰৱ। কিছুমানে মেখেলা বুকুত পিন্ধি reel বনাই আছে। এজন পুৰুষতকৈ মহিলাৰ সহন শক্তি বহুত। কিন্তু reel বনোৱাত ব্যস্ত সৰিৰ অংগ দেখাই। আজিৰ নাৰী, বহুজনী আকাশ চুই, জ্ঞানৰ পোহৰে সমাজক নতুন বাট দেখুৱাই। কিন্তু কিছুমান ব্যস্ত কেৱল ৰিলৰ ক্ষণস্থায়ী তালি পাবলৈ। দেহৰ চাকচিক্যত বিচাৰে খ্যাতি, মুহূৰ্তৰ বাহবাত পাহৰে মৰ্যাদা। লাইক-কমেণ্টৰ ভিৰত কেতিয়াবা হেৰাই যায় আত্মসম্মানৰ সুৰ। সৌন্দৰ্য কেৱল বাহিৰত নহয়, মন, জ্ঞান আৰু আচৰণত তাৰ বাস। সময় সলনি হয়, ধাৰাও সলনি হয়, কিন্তু সন্মানেই মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ। নাৰী মানেই শক্তি, নাৰী মানেই সৃষ্টিৰ আলো। মাত্ৰ ক্ষণিকৰ জনপ্ৰিয়তাৰ বাবে নহয়, নিজৰ গুণেৰে হওক পৃথিৱীৰ গৌৰৱ।1
- বাক্সাৰ জালাহত নৃত্য প্ৰশিক্ষণ। ছাত্ৰ-ছাত্ৰীয়ে স্বাধীনতা দিৱসৰ বাবে প্ৰশিক্ষণ লৈছে দেশপ্ৰেমমূলক নৃত্যৰ। বাক্সাৰ জালাহত নৃত্য প্ৰশিক্ষণ। ছাত্ৰ-ছাত্ৰীয়ে স্বাধীনতা দিৱসৰ বাবে প্ৰশিক্ষণ লৈছে দেশপ্ৰেমমূলক নৃত্যৰ।1
- বালাপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ কথিত ধন সংগ্ৰহৰ দৃশ্য গোপন কেমেৰাত বন্দী বজালী সমষ্টিত PMAY দুৰ্নীতিৰ বিস্ফোৰক অভিযোগ! বালাপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ কথিত ধন সংগ্ৰহৰ দৃশ্য গোপন কেমেৰাত বন্দী #Barpetakhabar #বৰপেটাখবৰ #Newsupdate #pmay #Bajali1
- গোৰেশ্বৰত বিপিএফৰ বিশেষ অভিৱৰ্তন গোৰেশ্বৰ ব্লক বিপিএফ,যুৱ,মহিলা,বি.এছ.ইউ. আৰু দলটোৰ সকলো কোষৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় এই অভিৱৰ্তন গোৰেশ্বৰত বিপিএফৰ বিশেষ অভিৱৰ্তন । গোৰেশ্বৰ ব্লক বিপিএফ,যুৱ,মহিলা,বি.এছ.ইউ. আৰু দলটোৰ সকলো কোষৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় এই অভিৱৰ্তন । পুৱা গোৰেশ্বৰ ব্লক বিপিএফৰ সভাপতি ধনঞ্জয় বসুমতাৰীয়ে পতাকা উত্তোলনেৰে অভিৱৰ্তনৰ কাৰ্যসূচীৰ আৰম্ভণি কৰে । মুকলি সভা উদ্বোধন কৰে বিটিচিৰ EM তথা তামুলপুৰ জিলা বিপিএফৰ সভাপতি মহেশ্বৰ বসুমতাৰীয়ে । মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ ৰাজহ,ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ EM লৌমশ্ৰাও দৈমাৰীয়ে । লগতে নিৰ্দিষ্ট ব্যক্তাৰ ভাষণ ৰাখে তামুলপুৰ জিলা যুৱ বিপিএফৰ সাধাৰণ সম্পাদক দৈমু বড়ো । উল্লেখ্য যে,বিটিচিৰ কল্যানকামী আঁচনী সমূহ সৰ্বস্তৰৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ লগতে ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে সভাত উল্লেখ কৰে EM মহেশ্বৰ বসুমতাৰী আৰু লৌমশ্ৰাও দৈমাৰীয়ে ।1
- মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ফেইল কৰা শিক্ষাৰ্থীৰ বাবে ভাল খবৰ। ⭕মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ফেইল কৰা শিক্ষাৰ্থীৰ বাবে ভাল খবৰ। ⭕বৰপেটাৰ খৰধৰা ভেৰাভিঠাত মুকলি হ'ল Board of open schooling and Skill Education ৰ চেণ্টাৰ। #Barpetakhabar #বৰপেটাখবৰ #NewsUpdate1
- এইখিনি সময়ত শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজক জীৱন-জীৱিকাৰ বিকল্প লাগে নে আজমল Super 40 আৰু আজমলৰ হস্পিতাল লাগে: সত্য ৰঞ্জন বৰা।1