logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

গুৱাহাটী মহানগৰত এগৰাকী নিচাসক্ত বাহন চালকে মহানগৰ যান-বাহন আৰক্ষীক প্ৰত্যাহ্বান জনাই মদ্যপান কৰি গাড়ী চলাই নিয়ন্ত্ৰণ হেৰুৱাই নলাত সোমাই পৰে। মহানগৰীৰ ৰাজপথত সংঘটিত এই ঘটনা নব-নিৰ্মিত শ্যামাপ্ৰসাদ মুখাৰ্জী উৰনীয়া সেতুৰ তলত, এটা ৰোলিং মিলৰ সমীপত সংঘটিত হৈছে।

3 days ago
user_DSL LIVE
DSL LIVE
গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
3 days ago

গুৱাহাটী মহানগৰত এগৰাকী নিচাসক্ত বাহন চালকে মহানগৰ যান-বাহন আৰক্ষীক প্ৰত্যাহ্বান জনাই মদ্যপান কৰি গাড়ী চলাই নিয়ন্ত্ৰণ হেৰুৱাই নলাত সোমাই পৰে। মহানগৰীৰ ৰাজপথত সংঘটিত এই ঘটনা নব-নিৰ্মিত শ্যামাপ্ৰসাদ মুখাৰ্জী উৰনীয়া সেতুৰ তলত, এটা ৰোলিং মিলৰ সমীপত সংঘটিত হৈছে।

More news from অসম and nearby areas
  • জাগীৰোড আৰক্ষীয়ে তিনিজন মটৰচাইকেল চোৰক গ্ৰেপ্তাৰ কৰিছে। এক গোপন সূত্ৰৰ ভিত্তিত জাগীৰোড-মৰিগাঁও সংযোগী পথৰ বেলগুৰিৰ পৰা আৰক্ষীয়ে মায়ং পাটেকিবড়ীৰ আজাদ হুছেইন, আজমল শেইখ আৰু আবু হুৰাইৰাক আটক কৰে। এই অভিযানত আৰক্ষীয়ে এখন চোৰাং Yamaha R15 আৰু এখন বাজাজ পালচাৰ মটৰচাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। পোহৰলৈ অহা তথ্য অনুসৰি, চোৰকেইটাই উদ্ধাৰ হোৱা দুয়োখন মটৰচাইকেলৰ নম্বৰ প্লেট খুলি বহিঃৰাজ্যত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল। অৱশ্যে, বৰ্তমানলৈকে উদ্ধাৰ হোৱা মটৰচাইকেল দুখনৰ প্ৰকৃত গৰাকীৰ বিষয়ে কোনো তথ্য লাভ কৰা হোৱা নাই। উল্লেখ্য যে, বিগত প্ৰায় এমাহত এই তিনিজন চোৰেই জাগীৰোডত কেইবাখনো মটৰচাইকেল চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। এই সন্দৰ্ভত জাগীৰোড আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ ৩০৩(২)/৩(৫) ধাৰাৰ অধীনত ১৩৫/২৬ নম্বৰৰ এক গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে আটক কৰা তিনিওজনকে সোধাপোছা অব্যাহত ৰাখিছে।
    1
    জাগীৰোড আৰক্ষীয়ে তিনিজন মটৰচাইকেল চোৰক গ্ৰেপ্তাৰ কৰিছে। এক গোপন সূত্ৰৰ ভিত্তিত জাগীৰোড-মৰিগাঁও সংযোগী পথৰ বেলগুৰিৰ পৰা আৰক্ষীয়ে মায়ং পাটেকিবড়ীৰ আজাদ হুছেইন, আজমল শেইখ আৰু আবু হুৰাইৰাক আটক কৰে। এই অভিযানত আৰক্ষীয়ে এখন চোৰাং Yamaha R15 আৰু এখন বাজাজ পালচাৰ মটৰচাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

পোহৰলৈ অহা তথ্য অনুসৰি, চোৰকেইটাই উদ্ধাৰ হোৱা দুয়োখন মটৰচাইকেলৰ নম্বৰ প্লেট খুলি বহিঃৰাজ্যত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল। অৱশ্যে, বৰ্তমানলৈকে উদ্ধাৰ হোৱা মটৰচাইকেল দুখনৰ প্ৰকৃত গৰাকীৰ বিষয়ে কোনো তথ্য লাভ কৰা হোৱা নাই। উল্লেখ্য যে, বিগত প্ৰায় এমাহত এই তিনিজন চোৰেই জাগীৰোডত কেইবাখনো মটৰচাইকেল চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। এই সন্দৰ্ভত জাগীৰোড আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ ৩০৩(২)/৩(৫) ধাৰাৰ অধীনত ১৩৫/২৬ নম্বৰৰ এক গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে আটক কৰা তিনিওজনকে সোধাপোছা অব্যাহত ৰাখিছে।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    22 hrs ago
  • বাক্সা জিলাৰ এক আজৱ বিদ্যালয়ৰ বিষয়ে পোহৰলৈ আহিছে, য'ত কেৱল এজন শিক্ষক আৰু এজন ছাত্ৰৰে বিদ্যালয়খন চলি আছে।
    1
    বাক্সা জিলাৰ এক আজৱ বিদ্যালয়ৰ বিষয়ে পোহৰলৈ আহিছে, য'ত কেৱল এজন শিক্ষক আৰু এজন ছাত্ৰৰে বিদ্যালয়খন চলি আছে।
    user_Sanjay sarkar
    Sanjay sarkar
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    5 min ago
  • বজালী জিলাৰ কাৱৈমাৰী ১ নং ব্লকত বিষপান কৰি আত্মহত্যাৰ এক ঘটনা সংঘটিত হৈছে।
    1
    বজালী জিলাৰ কাৱৈমাৰী ১ নং ব্লকত বিষপান কৰি আত্মহত্যাৰ এক ঘটনা সংঘটিত হৈছে।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    2 hrs ago
  • বৰপেটা চহৰৰ গায়নহাটীত সংঘটিত হোৱা এক হ*ত্যা*কাণ্ডৰ সৈতে জড়িত তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত অভিযুক্তসকল হৈছে সমীৰণ গায়ন, গনেন দাস আৰু জিতুল ভূঞা।
    1
    বৰপেটা চহৰৰ গায়নহাটীত সংঘটিত হোৱা এক হ*ত্যা*কাণ্ডৰ সৈতে জড়িত তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত অভিযুক্তসকল হৈছে সমীৰণ গায়ন, গনেন দাস আৰু জিতুল ভূঞা।
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    5 hrs ago
  • বৰপেটা জিলাৰ কলগাছিয়াৰ বৰটাৰী গাঁৱত সংঘটিত এক হত্যাকাণ্ডৰ সন্দৰ্ভত প্ৰশাসনে আজি ঘটনাস্থলীত গ্ৰেপ্তাৰ কৰা দুজন অভিযুক্তক উপস্থিত কৰোৱাই হত্যাকাণ্ডৰ ডেমো প্ৰদৰ্শন কৰে। এই ডেমো প্ৰদৰ্শন কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত কৰা হৈছিল। উল্লেখ্য যে, যোৱা ১ জুন তাৰিখে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰটাৰী গাঁৱত এক শিহৰণকাৰী হত্যাকাণ্ড সংঘটিত হৈছিল। অভিযোগ অনুসৰি, বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত ঘোৰামাৰা গাঁৱৰ ইছমাইল হোছেইন নামৰ এজনক বৰটাৰী গাঁৱৰ বৰকত আলী মণ্ডল আৰু তেওঁৰ দুই পুত্ৰ নজৰুল ইছলাম আৰু ৰকিবুল ইছলামে লাঠিৰে কোবাই হত্যা কৰিছিল। এই ঘটনাৰ পিছতে কলগাছিয়া আৰক্ষীয়ে নজৰুল ইছলাম আৰু ৰকিবুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল। আন কেইবাজনো অভিযুক্ত এতিয়াও পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। এই হত্যাকাণ্ডৰ সৈতে জড়িত দোষীসকলক ফাঁচী দিয়াৰ দাবী জনাইছে ইছমাইল হোছেইনৰ পত্নীৰ লগতে স্থানীয় ৰাইজে।
    1
    বৰপেটা জিলাৰ কলগাছিয়াৰ বৰটাৰী গাঁৱত সংঘটিত এক হত্যাকাণ্ডৰ সন্দৰ্ভত প্ৰশাসনে আজি ঘটনাস্থলীত গ্ৰেপ্তাৰ কৰা দুজন অভিযুক্তক উপস্থিত কৰোৱাই হত্যাকাণ্ডৰ ডেমো প্ৰদৰ্শন কৰে। এই ডেমো প্ৰদৰ্শন কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত কৰা হৈছিল।

উল্লেখ্য যে, যোৱা ১ জুন তাৰিখে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰটাৰী গাঁৱত এক শিহৰণকাৰী হত্যাকাণ্ড সংঘটিত হৈছিল। অভিযোগ অনুসৰি, বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত ঘোৰামাৰা গাঁৱৰ ইছমাইল হোছেইন নামৰ এজনক বৰটাৰী গাঁৱৰ বৰকত আলী মণ্ডল আৰু তেওঁৰ দুই পুত্ৰ নজৰুল ইছলাম আৰু ৰকিবুল ইছলামে লাঠিৰে কোবাই হত্যা কৰিছিল।

এই ঘটনাৰ পিছতে কলগাছিয়া আৰক্ষীয়ে নজৰুল ইছলাম আৰু ৰকিবুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল। আন কেইবাজনো অভিযুক্ত এতিয়াও পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। এই হত্যাকাণ্ডৰ সৈতে জড়িত দোষীসকলক ফাঁচী দিয়াৰ দাবী জনাইছে ইছমাইল হোছেইনৰ পত্নীৰ লগতে স্থানীয় ৰাইজে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    20 hrs ago
  • কামারঘাট অঞ্চলৰ ৰাইজে তেওঁলোকৰ গাওঁলৈ যোৱা পথৰ দুৰৱস্থাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে। পথটোৰ নাম কামারঘাট বুলি উল্লেখ কৰি স্থানীয় লোকে জনাইছে যে পথটোৰ অৱস্থা অত্যন্ত শোচনীয়, যাৰ বাবে যাতায়তত অসুবিধা হৈছে। তেওঁলোকে পথটো মেৰামতিৰ বাবে নিজাববীয়াকৈ চেষ্টা কৰিছিল আৰু কিছু মেৰামতি কৰিছিল। কিন্তু, পথটো সম্পূৰ্ণৰূপে মেৰামতি কৰিবলৈ তেওঁলোকৰ হাতত পৰ্যাপ্ত ধন নথকাৰ বাবে বাকী কামখিনি কৰিব পৰা নাই। সেয়েহে, স্থানীয় ৰাইজে চৰকাৰলৈ এই সমস্যাটোৰ প্ৰতি গুৰুত্ব দিবলৈ আৰু পথটো মেৰামতিৰ বাবে সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছে।
    1
    কামারঘাট অঞ্চলৰ ৰাইজে তেওঁলোকৰ গাওঁলৈ যোৱা পথৰ দুৰৱস্থাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে। পথটোৰ নাম কামারঘাট বুলি উল্লেখ কৰি স্থানীয় লোকে জনাইছে যে পথটোৰ অৱস্থা অত্যন্ত শোচনীয়, যাৰ বাবে যাতায়তত অসুবিধা হৈছে।

তেওঁলোকে পথটো মেৰামতিৰ বাবে নিজাববীয়াকৈ চেষ্টা কৰিছিল আৰু কিছু মেৰামতি কৰিছিল। কিন্তু, পথটো সম্পূৰ্ণৰূপে মেৰামতি কৰিবলৈ তেওঁলোকৰ হাতত পৰ্যাপ্ত ধন নথকাৰ বাবে বাকী কামখিনি কৰিব পৰা নাই। সেয়েহে, স্থানীয় ৰাইজে চৰকাৰলৈ এই সমস্যাটোৰ প্ৰতি গুৰুত্ব দিবলৈ আৰু পথটো মেৰামতিৰ বাবে সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছে।
    user_SK Maa all round
    SK Maa all round
    ধিং, নগাঁও, অসম•
    22 hrs ago
  • বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত ৰূপহীত থকা পূৰ্ণিমা স্বৰ্গীয়াৰী মেম’ৰিয়েল সংগীত বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনটো এক বৰ্ণাঢ্য আৰু গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।
    2
    বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত ৰূপহীত থকা পূৰ্ণিমা স্বৰ্গীয়াৰী মেম’ৰিয়েল সংগীত বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনটো এক বৰ্ণাঢ্য আৰু গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।
    user_Laba kumar Das
    Laba kumar Das
    Baska, Baksa•
    4 hrs ago
  • বাক্সা জিলাত বান্দৰৰ অত্যাচাৰৰ ফলত জনজীৱন বিপৰ্যস্ত হৈ পৰিছে। এই বান্দৰবোৰৰ আক্ৰমণৰ বাবে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ যাবলৈ ভয় কৰিবলৈ লৈছে।
    1
    বাক্সা জিলাত বান্দৰৰ অত্যাচাৰৰ ফলত জনজীৱন বিপৰ্যস্ত হৈ পৰিছে। এই বান্দৰবোৰৰ আক্ৰমণৰ বাবে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ যাবলৈ ভয় কৰিবলৈ লৈছে।
    user_Sanjay sarkar
    Sanjay sarkar
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    33 min ago
  • কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰাকৃতিক গেছ আন্তঃগাঁথনি প্ৰকল্প ভাৰ্চুৱেলীভাৱে উদ্বোধন কৰা হৈছে। এই উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত মঙলদৈত PNG যোগান আৰু তেজপুৰত CNG সুবিধাৰ ব্যৱস্থা অন্তৰ্ভুক্ত।
    1
    কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰাকৃতিক গেছ আন্তঃগাঁথনি প্ৰকল্প ভাৰ্চুৱেলীভাৱে উদ্বোধন কৰা হৈছে। এই উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত মঙলদৈত PNG যোগান আৰু তেজপুৰত CNG সুবিধাৰ ব্যৱস্থা অন্তৰ্ভুক্ত।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.