Shuru
Apke Nagar Ki App…
তামুলপুৰ কালাকুছি ঘগ্ৰাপাৰ লোকনিৰ্মান বিভাগৰ পথৰ মেৰামতিৰ কামৰ শুভাৰম্ভ ৷ তামুলপুৰ কালাকুছি ঘগ্ৰাপাৰ লোকনিৰ্মান বিভাগৰ পথৰ মেৰামতিৰ কামৰ শুভাৰম্ভ ৷ তামুলপুৰৰ ঘগ্ৰা চ'কৰ পৰা কালাকুছি হৈ ঘগ্ৰাপাৰ সংযোগী পথৰ ঘগ্ৰা চকৰ পৰা কালকুছিলৈ পথছোৱা জৰাজীৰ্ণ হৈ প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি হৈছিল। আজি বহু প্ৰতীক্ষাৰ অন্তত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে এই পথছোৱাৰ মেৰামতিৰ কামৰ শুভাৰম্ভ কৰে ৷ এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বহুদিন ধৰি পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে সীমাহীন কষ্ট ভোগ কৰি আহিছিল। আজি তামুলপুৰ জিলাৰ পথ অংশ অৰ্থাৎ তামুলপুৰ ঘগ্ৰা চকৰ পৰা কলকুছিলৈ পথৰ মেৰামতিৰ কামৰ শুভাৰম্ভ কৰাত ৰাইজে আজি অধ্যক্ষ গৰিকীক ধন্যবাদ জনায় ৷
NAlive24

More news from অসম and nearby areas
- Post by Uttam Dutta1
- असम गौरव जुबीन गर्ग के पत्नी गरिमा गर्ग 9 अप्रैल को मतदान करने पहुंची बीमारी के बाद भी1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা আৰক্ষী থানা এলেকাৰ গৰুডুবা গাঁৱত আজি সংঘটিত হ’ল জঘন্য ঘটনা ৷ আজি গো-ধনৰ ভৰি কাটিলে এটা নৰাধমে ৷ এই ঘটনাক কেন্দ্ৰকৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য1
- Post by Mahesh kumar das1
- Post by DeV 24 News1
- লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা মা-ৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু1
- दिसपुर प्रेस क्लब के प्रोग्राम में संगीत गाते हुए मौमिता मित्र1
- তামিলনাডুলৈ যোৱাৰ পথত নিৰুদ্দেশ চামগুৰিৰ এজন লোক। চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত টেকেলিফুটা গাঁৱৰ ৰবিকুল ইছলাম বহি: ৰাজ্যত নিৰুদ্দেশ। চাৰি সন্তানৰ পিতৃ ৰবিকুল ইছলামৰ নিৰুদ্দেশক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। কৰ্মসূত্ৰে বহি: ৰাজ্যলৈ যোৱাৰ উদ্দেশ্য যোৱা ৯ তাৰিখে ঘৰৰ পৰা ওলাই গৈছিল ৰবিকুল ইছলাম। পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে, তামিলনাডু পোৱাৰ আগতেই লোকজনৰ কোনো সন্ধান পোৱা নাই। চলন্ত ৰে'লৰ পৰা পৰি যোৱা বুলিও লগৰ দুই এজনে অৱগত কৰায় পৰিয়ালৰ লোকক। লোকজনৰ কোনো সন্ধান নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়াল। আপুনি যদি ফটোত থকা এই ব্যক্তিগৰাকীৰ কোনো সন্ধান লাভ কৰে তেন্তে যোগাযোগ কৰক চামগুৰি আৰক্ষী থানা অথবা পৰিয়ালৰ লোকৰ সৈতে। পৰিয়ালৰ লোকৰ যোগাযোগ নম্বৰ হৈছে 8724014239 অথবা 90742382611
- গৰু বিহুৰ ব্যাপক উৎসাহ। চৌদিশে কেৱল বিহুৰ ব্যাপক গুঞ্জন।1