Shuru
Apke Nagar Ki App…
Nakhuti Bazar Video News Live
Jamil Ahmed
Nakhuti Bazar Video News Live
More news from অসম and nearby areas
- ৰঙিয়াত ছিমবায়চিছ একাডেমীৰ উদ্যোগত প্ৰাক ৰঙালী বিহু উদযাপন। ৰঙিয়া ৰাইজমেল কৃষক ছহিদ ভবণ প্ৰাংগনত তদুপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়। অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি বিহু নৃত্য প্ৰদৰ্শনকে ধৰি বিভিন্ন আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়ণ কৰা হয়।1
- তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবেলিও বিহু নাচৰ এক বিশেষ কৰ্মশালা তথা আখৰা অনুষ্ঠানৰ আয়োজন1
- 📌মাত্র ৫০০০ টকা জমা কৰিলে পাব ৩.৫ লাখ টকা!1
- উল্লেখযোগ্য যে ৰঙালী বিহু লৈ মাজত মাথোঁ কেইটামান দিন বাকী তেনে ক্ষেত্ৰত ছয়গাঁৱৰ মহাশ্বেতা বিদ্যামন্দিৰত উদযাপন কৰা হৈছে প্ৰাক ৰঙালী চ'ৰা। ৰাতিপুৱাৰে পৰা বিভিন্ন ধৰণৰ কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় এই অনুষ্ঠান। তাৰ পিছতে ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় বিহু নৃত্যৰ প্ৰতিযোগিতা। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত উপস্থিত থাকে ছয়গাঁৱৰ বহু কেইগৰাকী জেষ্ঠ ব্যক্তি। ছাত্ৰ - ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়ত্ৰী সকলোৱে অংশগ্ৰহণ কৰে এই অনুষ্ঠানটোত।1
- ভুলটো নকৰিব বিনা দোষ লৈ মাৰপিট নহলে আপুনিও 7 বছৰ লৈ জেলত থাকিব লাগিব1
- Pratidin Talks Channel Intro Song1
- Post by Abdul Salam3
- 📌আপোনাৰ শিশু সন্তানটিক উন্নতি শিক্ষা প্ৰদান কৰিব বিচাৰিছে নেকি? 📌তেন্তে আপোনালোকৰ বাবে অতিকৈ ভাল খবৰ 📌আপোনাৰ সন্তানক উন্নত শিক্ষা প্ৰদানৰ বাবে ছানৰাইছ একাডেমীয়ে আনিছে এটি ভাল খবৰ1