logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মৰিগাওঁ ন-বাখৰবড়ীত প্ৰতি বছৰৰ দৰে এইবাৰো মুকলি বিহু আৰু আধুনিক নিত্য প্ৰতিযোগিতা অনুষ্ঠিত। মৰিগাঁও জিলাৰ ন বাখৰবড়ী মিলনজ্যোতি সংঘৰ উদ্যোগত পূৰ্বৰে পৰা গোসাঁই বিহুৰ দিনটোতে আয়োজিত কৰে মুকলি বিহু আৰু আধুনিক নিত্য প্রতিযোগিতা। এইবেলি ন বাখৰবড়ী এই অনুষ্ঠানটোৱে ভৰি দিলে ২৭ তম্ বৰ্ষত।স্থানীয় সংস্কৃতি, সমাজ জীৱন আৰু সমসাময়িক পৰিবেশৰ এক সুন্দৰ প্ৰতিফলন আগবঢ়ায় এই মুকলি বিহু আৰু আধুনিক নিত্য প্রতিযোগিতাই।অনুষ্ঠানৰ আৰম্ভণিতে হিয়া আমঠু জুবিন গাৰ্গৰ ফটোত শ্ৰদ্ধাঞ্জলি জনায় এখন উদ্বোধনী সভা অনুষ্ঠিত কৰে, সভাত সভাপতিত্ব কৰে আকাশ পাটৰে। উক্ত সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে,লগতে উপস্থিত থাকে দীঘলবড়ী গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি সীমান্ত হাজৰিকা , গড়মাৰি গাওঁ পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা ৰূপামনি দাস আৰু বহু কেইজন গণ্য মান্য ব্যক্তি।

2 hrs ago
user_Mahesh kumar das
Mahesh kumar das
Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
2 hrs ago

মৰিগাওঁ ন-বাখৰবড়ীত প্ৰতি বছৰৰ দৰে এইবাৰো মুকলি বিহু আৰু আধুনিক নিত্য প্ৰতিযোগিতা অনুষ্ঠিত। মৰিগাঁও জিলাৰ ন বাখৰবড়ী মিলনজ্যোতি সংঘৰ উদ্যোগত পূৰ্বৰে পৰা গোসাঁই বিহুৰ দিনটোতে আয়োজিত কৰে মুকলি বিহু আৰু আধুনিক নিত্য প্রতিযোগিতা। এইবেলি ন বাখৰবড়ী এই অনুষ্ঠানটোৱে ভৰি দিলে ২৭ তম্ বৰ্ষত।স্থানীয় সংস্কৃতি, সমাজ জীৱন আৰু সমসাময়িক পৰিবেশৰ এক সুন্দৰ প্ৰতিফলন আগবঢ়ায় এই মুকলি বিহু আৰু আধুনিক নিত্য প্রতিযোগিতাই।অনুষ্ঠানৰ আৰম্ভণিতে হিয়া আমঠু জুবিন গাৰ্গৰ ফটোত শ্ৰদ্ধাঞ্জলি জনায় এখন উদ্বোধনী সভা অনুষ্ঠিত কৰে, সভাত সভাপতিত্ব কৰে আকাশ পাটৰে। উক্ত সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে,লগতে উপস্থিত থাকে দীঘলবড়ী গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি সীমান্ত হাজৰিকা , গড়মাৰি গাওঁ পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা ৰূপামনি দাস আৰু বহু কেইজন গণ্য মান্য ব্যক্তি।

More news from অসম and nearby areas
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    2 hrs ago
  • বিগত বৰ্ষৰ দৰে এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জালুগুটিত একশৰণ ভাগৱতী সমাজৰ ৬৫ সংখ্যক মহাপালনাম কীৰ্তন ভাগ অনুষ্ঠিত কৰা হৈছে। উল্লেখ্য যে বিশ্ব শান্তিৰ অৰ্থে প্ৰতি বছৰে অনুষ্ঠিত হোৱা এই কীৰ্তন ভাগৰ কাৰ্যসূচী অনুসৰি ১১ ব'হাগ ইংৰাজী ২৫ এপ্ৰিল শনিবাৰে পুৱা ৫ বজাত প্ৰাতঃপ্ৰসঙ্গ ৫-৩০ বজাত খোলা প্ৰসঙ্গ, ৬ বজাত পুৱা প্ৰসঙ্গ, ৭ বজাত নগৰ কীৰ্তন, ৯ বজাত ধৰ্ম ধ্বজা উত্তোলন কৰিব ধৰ্মেশ্বৰ দাসে, ৯-৩০ বজাত তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা, ১০ বজাত বৃক্ষ ৰোপণ, ১১-৩০ বজাত মধ্যাহ্ন প্ৰসঙ্গ, দুপৰীয়া ১ বজাত আহাৰ গ্ৰহণ, ২ বজাত ভকত আদৰণি, ৩ বজাত ভাগৱত পাঠ, সন্ধ্যা ৬ বজাত বন্তি প্ৰজ্বলন, ৭ বজাত মহাপালনামৰ শৰাই অৰ্চনা, ৭-১৫ বজাত আচাৰ্য প্ৰণাম, ৭-৩০ বজাত গুণমালা কীৰ্তন, নিশা ৯ বজাত খোল প্ৰসঙ্গ, ১০ বজাত নিশাৰ আহাৰ গ্ৰহণ, ১০-৩০ বজাত মহাপালনাম কীৰ্তন আৰম্ভ। ১১ ব'হাগ ইংৰাজী ২৬ এপ্ৰিল ৰবিবাৰে পুৱা ৬ বজাত মহাপালনাম সামৰণি, ৭ বজাত কৃপা প্ৰাৰ্থনা, ৮ বজাত ভাগৱত শোভাযাত্ৰা, ৯ বজাত প্ৰসাদ বিতৰণ, ১২ বজাত ভকত বিদায় আৰু বিয়লি ৫ বজাত ধৰ্ম ধ্বজা অবতৰণেৰে কাৰ্যসূচীৰ সফল সামৰণি পৰিব বুলি জানিবলৈ দিয়ে পৰিচালনা সমিতিৰ সভাপতি শ্ৰীমন্ত হাজৰিকা আৰু সম্পাদক উৎপল কুমাৰ দাসে। এই সমুহ কাৰ্যসূচীত অসমৰ সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে পৰিচালনা সমিতিয়ে।
    1
    বিগত বৰ্ষৰ দৰে এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জালুগুটিত একশৰণ ভাগৱতী সমাজৰ ৬৫ সংখ্যক মহাপালনাম কীৰ্তন ভাগ অনুষ্ঠিত কৰা হৈছে। উল্লেখ্য যে বিশ্ব শান্তিৰ অৰ্থে প্ৰতি বছৰে অনুষ্ঠিত হোৱা এই কীৰ্তন ভাগৰ কাৰ্যসূচী অনুসৰি ১১ ব'হাগ ইংৰাজী ২৫ এপ্ৰিল শনিবাৰে পুৱা ৫ বজাত প্ৰাতঃপ্ৰসঙ্গ ৫-৩০ বজাত খোলা প্ৰসঙ্গ, ৬ বজাত পুৱা প্ৰসঙ্গ, ৭ বজাত নগৰ কীৰ্তন, ৯ বজাত ধৰ্ম ধ্বজা উত্তোলন কৰিব ধৰ্মেশ্বৰ দাসে, ৯-৩০ বজাত তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা, ১০ বজাত বৃক্ষ ৰোপণ, ১১-৩০ বজাত মধ্যাহ্ন প্ৰসঙ্গ, দুপৰীয়া ১ বজাত আহাৰ গ্ৰহণ, ২ বজাত ভকত আদৰণি, ৩ বজাত ভাগৱত পাঠ, সন্ধ্যা ৬ বজাত বন্তি প্ৰজ্বলন, ৭ বজাত মহাপালনামৰ শৰাই অৰ্চনা, ৭-১৫ বজাত আচাৰ্য প্ৰণাম, ৭-৩০ বজাত গুণমালা কীৰ্তন, নিশা ৯ বজাত খোল প্ৰসঙ্গ, ১০ বজাত নিশাৰ আহাৰ গ্ৰহণ, ১০-৩০ বজাত মহাপালনাম কীৰ্তন আৰম্ভ। ১১ ব'হাগ ইংৰাজী ২৬ এপ্ৰিল ৰবিবাৰে পুৱা ৬ বজাত মহাপালনাম সামৰণি, ৭ বজাত কৃপা প্ৰাৰ্থনা, ৮ বজাত ভাগৱত শোভাযাত্ৰা, ৯ বজাত প্ৰসাদ বিতৰণ, ১২ বজাত ভকত বিদায় আৰু বিয়লি ৫ বজাত ধৰ্ম ধ্বজা অবতৰণেৰে কাৰ্যসূচীৰ সফল সামৰণি পৰিব বুলি জানিবলৈ দিয়ে পৰিচালনা সমিতিৰ সভাপতি শ্ৰীমন্ত হাজৰিকা আৰু সম্পাদক উৎপল কুমাৰ দাসে। এই সমুহ কাৰ্যসূচীত অসমৰ সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে পৰিচালনা সমিতিয়ে।
    user_MOHAN HAZARIKA
    MOHAN HAZARIKA
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    6 hrs ago
  • 📌লোকসভাৰ অধিবেশনত মহিলা সংৰক্ষণ আৰু সীমা নিৰ্ধাৰণ বিধেয়কক লৈ বিজেপিক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ 📌মহিলাৰ সংৰক্ষণ বিধেয়কক লৈ বিজেপিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ 📌মহিলাক প্ৰতিনিধিত্ব দিয়াৰ পৰিৱৰ্তে বিধেয়কখনক লৈ ৰাজনীতি কৰাৰ ইংগিত বিজেপিৰ বিৰুদ্ধে #LokSabha #WomenReservation #GauravGogoi
    1
    📌লোকসভাৰ অধিবেশনত মহিলা সংৰক্ষণ আৰু সীমা নিৰ্ধাৰণ বিধেয়কক লৈ বিজেপিক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ
📌মহিলাৰ সংৰক্ষণ বিধেয়কক লৈ বিজেপিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ
📌মহিলাক প্ৰতিনিধিত্ব দিয়াৰ পৰিৱৰ্তে বিধেয়কখনক লৈ ৰাজনীতি কৰাৰ ইংগিত বিজেপিৰ বিৰুদ্ধে
#LokSabha #WomenReservation #GauravGogoi
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    42 min ago
  • ছিপাঝাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ নিচেই কাষতে থকা (মাত্ৰ ৪০০ মিঃ) নৰেন্দ্ৰ বৰুৱাৰ নঙলাৰ পৰা বাবুল বনিয়াৰ নঙলালৈ (প্ৰায় ২০০ দৈৰ্ঘ) পথছোৱা একেবাৰে পঁয়ালগা অৱস্থা হৈছে । বিগত বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়াক কৈ কৈ ভাগৰি গ'লোঁ , কোনো ধৰণৰ সঁহাৰি নাপালোঁ...
    1
    ছিপাঝাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ নিচেই কাষতে থকা (মাত্ৰ ৪০০ মিঃ) নৰেন্দ্ৰ বৰুৱাৰ নঙলাৰ পৰা বাবুল বনিয়াৰ নঙলালৈ (প্ৰায় ২০০ দৈৰ্ঘ) পথছোৱা একেবাৰে পঁয়ালগা অৱস্থা হৈছে । বিগত বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়াক কৈ কৈ ভাগৰি গ'লোঁ , কোনো ধৰণৰ সঁহাৰি নাপালোঁ...
    user_দিব্যজ্যোতি বনিয়া
    দিব্যজ্যোতি বনিয়া
    শিপাঝাৰ, দৰং, অসম•
    4 hrs ago
  • ৰূপহীহাট আৰক্ষীৰ জালত ডকাইত ৰূপহীহাট আৰক্ষীয়ে কাঠপাৰাৰ পৰা এজন ডকাইত গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা ডকাইতজনৰ নাম মুকছিদুল ইছলাম ওৰফে মুশু। কাঠপাৰাৰ মোজাম্মিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত ১০-১২ জনীয়া ডকাইতৰ দলে চলাইছিল লুট-পাত । উক্ত ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মুকছিদুলক জেল হাজোতলৈ প্ৰেৰণ কৰে।
    1
    ৰূপহীহাট আৰক্ষীৰ জালত ডকাইত
ৰূপহীহাট আৰক্ষীয়ে কাঠপাৰাৰ পৰা এজন ডকাইত গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰ কৰা ডকাইতজনৰ নাম মুকছিদুল ইছলাম ওৰফে মুশু। 
কাঠপাৰাৰ মোজাম্মিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত ১০-১২ জনীয়া  ডকাইতৰ দলে চলাইছিল লুট-পাত । 
উক্ত ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মুকছিদুলক জেল হাজোতলৈ প্ৰেৰণ কৰে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    5 hrs ago
  • Post by Amirul haque 203
    3
    Post by Amirul haque 203
    user_Amirul haque 203
    Amirul haque 203
    ডংকা, পশ্চিম কাৰ্বি আংলং, অসম•
    11 hrs ago
  • খাটোৱালৰ পৰা খেদি খেদি হাতীপুখুৰীৰ পৰা আটক কৰে জামাল উদ্দীন নামৰ ডকাইটিক। দীৰ্ঘদিননৰ পৰা আৰক্ষীৰ চকুত ফাঁকি দি পলায় ফুৰিছিল ডকাইত জামাল উদ্দীনে। জামাল উদ্দীনৰ বিৰুদ্ধে কেইবাটাও আৰক্ষী থানাত ডকাইতিৰ গোচৰ ৰুজু হৈ আছিল। গড়াজান আৰক্ষীয়ে ধৃত ডকাইত জামাল উদ্দীনক সম্প্ৰতি বেবেজীয়া আৰক্ষীক গতাই দিয়ে।
    1
    খাটোৱালৰ পৰা খেদি খেদি হাতীপুখুৰীৰ পৰা আটক কৰে জামাল উদ্দীন নামৰ ডকাইটিক।
দীৰ্ঘদিননৰ পৰা আৰক্ষীৰ চকুত ফাঁকি দি পলায় ফুৰিছিল ডকাইত জামাল উদ্দীনে।
জামাল উদ্দীনৰ বিৰুদ্ধে কেইবাটাও আৰক্ষী থানাত ডকাইতিৰ গোচৰ ৰুজু হৈ আছিল।
গড়াজান আৰক্ষীয়ে ধৃত ডকাইত জামাল উদ্দীনক সম্প্ৰতি বেবেজীয়া আৰক্ষীক গতাই দিয়ে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    23 hrs ago
  • সমূহ অসমবাসী ৰাইজলৈ চলমান এষ্ট্ৰ'লজাৰে অসমীয়া নৱ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে #viralpost #ytshort
    1
    সমূহ অসমবাসী ৰাইজলৈ চলমান এষ্ট্ৰ'লজাৰে অসমীয়া নৱ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে 
#viralpost #ytshort
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    8 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.