Shuru
Apke Nagar Ki App…
কংগ্ৰেছৰ দ্বিতীয় খন প্ৰাৰ্থী তালিকা ঘোষণা। কালি নিশা ঘোষণা কৰা হয় তালিকাখন ৰাজ্যৰ চৌদিশে এতিয়া বলিছে নিৰ্বাচনী বতাহ। কংগ্ৰেছে নিশা প্ৰকাশ কৰে দ্বিতীয় খন প্ৰাৰ্থী তালিকা।
Majuli Update
কংগ্ৰেছৰ দ্বিতীয় খন প্ৰাৰ্থী তালিকা ঘোষণা। কালি নিশা ঘোষণা কৰা হয় তালিকাখন ৰাজ্যৰ চৌদিশে এতিয়া বলিছে নিৰ্বাচনী বতাহ। কংগ্ৰেছে নিশা প্ৰকাশ কৰে দ্বিতীয় খন প্ৰাৰ্থী তালিকা।
More news from অসম and nearby areas
- Post by Majuli Update1
- উৰুকাৰ বজাৰ পৰা বিচাৰিলে জুবিন গাৰ্গৰ ন্যায়। প্ৰতিকূল বতৰকো নেউচি বিহু বজাৰ কৰিবলৈ উলাই আহিল ৰাইজ। মাজুলীৰ উৰুকাৰ বিহু বজাৰত বৰষুণৰ বাবে বিক্ৰী কম হৈছে বিক্ৰেটাৰ। গৰু বিহুত গৰুক চাৰ মাৰিবৰ বাবে যাৱতীয় লাও, বেঙেনা, কেৰেলা, হালধী, তিয়হ, মাখিয়তী ক্ৰয় গ্ৰাহকৰ। বজাত উভয়নদী সামগ্ৰী কিন্তু গ্ৰাহক সেৰেঙা। নিৰাশ ব্যৱসায়ী সকল। লগতে কাপোৰ কানি কিনাতো ব্যস্ত ৰাইজ।1
- *প্ৰখ্যাত অভিনেতা ৰাজীৱ গোস্বামী* লৈ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী উমেশ চন্দ্ৰ বৰদলৈ সোঁৱৰণী *সমন্বয় শিল্পী সাধনা বঁটা-২০২৬* ৷ উল্লেখ যে, শিৱসাগৰ দ’লপথত অহা ১৮ এপ্ৰিল (৪ বহাগ) শনিবাৰে আয়োজিত "সমন্বয় সাংস্কৃতিক গোষ্ঠী" আৰু সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ_ *২১ সংখ্যক শিৱসাগৰ বহাগী উৎসৱ* স্থলীত শিল্পীগৰাকীক প্ৰদান কৰা হ’ব এই বঁটা ৷2
- Happy rongali bihu ❤️🩹1
- Post by Charaideo news1
- আজি গৰু বিহু । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াটো পালন কৰিছে গৰু বিহু ৷ তিনিচুকীয়া মাকুমৰ জ্যোতিনগৰত বিগত বৰ্ষসমূহৰ দৰেই এইবৰ্ষও একত্ৰিত হৈ উদযাপন কৰিছে গৰুবিহু। জ্যোতিনগৰৰ টিংৰাই নৈত একত্ৰিত হৈ পুৱাই গৰুক গা ধুৱাই পালন কৰে গৰু বিহু ।1
- kiman bhayanak hobo pare1
- Post by Majuli Update1