logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মৰিগাঁও হিমাদ্ৰী শইকীয়া আৰু শেৱালি দেৱী শইকীয়া সুযোগ্য সন্তান বেণি মাধৱ শইকীয়া সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰিটাকৈ বিষয়ত লেটাৰ মাৰ্ক সহ ইষ্টা লাভ কৰি জিলাখনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে St.Theresa's School পৰা উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে

1 day ago
user_Mahesh kumar das
Mahesh kumar das
Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
1 day ago

মৰিগাঁও হিমাদ্ৰী শইকীয়া আৰু শেৱালি দেৱী শইকীয়া সুযোগ্য সন্তান বেণি মাধৱ শইকীয়া সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰিটাকৈ বিষয়ত লেটাৰ মাৰ্ক সহ ইষ্টা লাভ কৰি জিলাখনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে St.Theresa's School পৰা উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে

More news from অসম and nearby areas
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    9 hrs ago
  • 🚨 Morigaiu big banking মৰিগাঁও সোণাৰগাঁও পথ দুৰ্ঘটনা টাক আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনা দুৰ্ঘটনা কৰা টাক খনৰ নম্বৰ হৈছে H P 38G7206 আন হাতে বাইক খনৰ নম্বৰ জানিব পৰা হোৱা নাই মৃত যুৱকজনৰ নাম মোহন হীৰা বুলি জানিব পৰা গৈছে তেওঁ ঘৰ মৰিগাঁও জিলাৰ মৈথেলী পৰাৰ ত বুলি জানিব দিয়ে বাইট::::::::::::::::::::::::::: মৰিগাঁও পৰা ধীৰেন মেধি প্ৰতিবেদন
    3
    🚨 Morigaiu big banking 
মৰিগাঁও সোণাৰগাঁও পথ দুৰ্ঘটনা
টাক আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনা
দুৰ্ঘটনা কৰা টাক খনৰ নম্বৰ হৈছে H P 38G7206 আন হাতে বাইক খনৰ নম্বৰ জানিব পৰা হোৱা নাই
মৃত যুৱকজনৰ নাম মোহন হীৰা বুলি জানিব পৰা গৈছে তেওঁ ঘৰ মৰিগাঁও জিলাৰ মৈথেলী পৰাৰ ত বুলি জানিব দিয়ে 
বাইট:::::::::::::::::::::::::::
মৰিগাঁও পৰা ধীৰেন মেধি প্ৰতিবেদন
    user_Dhiren Medhi
    Dhiren Medhi
    Local News Reporter Marigaon, Assam•
    19 hrs ago
  • 📌ধিঙৰ আলিঘাট মাথাবাৰীত ভ/য়ং/ক/ৰ পথ দু/ৰ্ঘ/*ট/না। 📌👉মাথাউৰিত থকা দ' গাতৰ বাবে বাইকৰ নিয়ন্ত্ৰণ হেৰায়,ফলত সংঘটিত হৈ ভয়ংকৰ দুৰ্ঘটনা 👉থিতাতে নিহত হয় ৩ জনকৈ যুৱক এতিয়ালৈকে পৰিচয় পোৱা যোৱা নাই নিহত হোৱা লোকসকলৰ #foryourpage #nonfollowers #viralpost #newsfeed #Dhing #Domdomia #news16northeast
    1
    📌ধিঙৰ আলিঘাট মাথাবাৰীত ভ/য়ং/ক/ৰ পথ দু/ৰ্ঘ/*ট/না।
📌👉মাথাউৰিত থকা দ' গাতৰ বাবে বাইকৰ নিয়ন্ত্ৰণ হেৰায়,ফলত সংঘটিত হৈ ভয়ংকৰ দুৰ্ঘটনা
👉থিতাতে নিহত হয় ৩ জনকৈ যুৱক
এতিয়ালৈকে পৰিচয় পোৱা যোৱা নাই নিহত হোৱা লোকসকলৰ
#foryourpage #nonfollowers #viralpost #newsfeed #Dhing #Domdomia #news16northeast
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    19 hrs ago
  • গৰু বিহুৰ ব্যাপক উৎসাহ। চৌদিশে কেৱল বিহুৰ ব্যাপক গুঞ্জন।
    1
    গৰু বিহুৰ ব্যাপক উৎসাহ। চৌদিশে কেৱল বিহুৰ ব্যাপক গুঞ্জন।
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    6 hrs ago
  • চামগুৰি সমষ্টিৰ তাৰাবাৰী জাতীয় বিদ্যালত কৃতি ছাত্ৰ ছাত্ৰীক সম্বধনা।উপস্থিত চামগুৰি সমষ্টিৰ কংগ্ৰেছ যুৱ নেতা তানজিল হুচেইন।
    1
    চামগুৰি সমষ্টিৰ তাৰাবাৰী জাতীয় বিদ্যালত কৃতি ছাত্ৰ ছাত্ৰীক সম্বধনা।উপস্থিত চামগুৰি সমষ্টিৰ কংগ্ৰেছ যুৱ নেতা তানজিল হুচেইন।
    user_Time Talks 24
    Time Talks 24
    Video Creator ৰূপাহী, নগাঁও, অসম•
    6 hrs ago
  • সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰূপহী হাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰা অসমীয়া, গণিত আৰু উচ্চ গণিত বিষয়ত এশৰ ভিতৰত এশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ছুমাইয়া আহমেদ নামৰ এগৰাকী ছাত্ৰীয়ে। ৰূপহীহাটৰ কৰৈগুৰিৰ BSc শিক্ষক ছফিকুল আহমেদৰ কণ্যা ছুমাইয়া আহমেদে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা।
    1
    সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰূপহী হাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰা অসমীয়া, গণিত আৰু উচ্চ গণিত বিষয়ত এশৰ ভিতৰত এশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ছুমাইয়া আহমেদ নামৰ এগৰাকী ছাত্ৰীয়ে।
ৰূপহীহাটৰ কৰৈগুৰিৰ BSc শিক্ষক ছফিকুল আহমেদৰ কণ্যা ছুমাইয়া আহমেদে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    9 hrs ago
  • Post by DeV 24 News
    1
    Post by DeV 24 News
    user_DeV 24 News
    DeV 24 News
    Newsagent ৰূপাহী, নগাঁও, অসম•
    18 hrs ago
  • Post by DeV 24 News
    1
    Post by DeV 24 News
    user_DeV 24 News
    DeV 24 News
    Newsagent ৰূপাহী, নগাঁও, অসম•
    18 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.