Shuru
Apke Nagar Ki App…
বিজেপিৰ বিধায়িনী দলৰ বৈঠকত ড০ হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে। দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ পাছত জেপি নড্ডাই তেওঁৰ নাম ঘোষণা কৰে। অহা ১২ মে'ত পুৱা ১১ বজাত তেওঁ শপত গ্ৰহণ কৰিব।
Sadhna yadav
বিজেপিৰ বিধায়িনী দলৰ বৈঠকত ড০ হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে। দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ পাছত জেপি নড্ডাই তেওঁৰ নাম ঘোষণা কৰে। অহা ১২ মে'ত পুৱা ১১ বজাত তেওঁ শপত গ্ৰহণ কৰিব।
More news from Bongaigaon and nearby areas
- বিজেপিৰ বিধায়িনী দলৰ বৈঠকত ড০ হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে। দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ পাছত জেপি নড্ডাই তেওঁৰ নাম ঘোষণা কৰে। অহা ১২ মে'ত পুৱা ১১ বজাত তেওঁ শপত গ্ৰহণ কৰিব।1
- কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা । প্ৰায় ২০ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। হেকৰা মিলনপুৰ বজাৰ উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় কৃতী ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান। সভাত সভাপতিত্ব কৰে অৱসৰ প্ৰাপ্ত শিক্ষক মাননীয় শ্ৰী যুত উমেশ চন্দ্ৰ মেধি দেৱে লগতে বহু কেইগৰাকী বিশিষ্টব্যক্তি সভাত উপস্থিত থাকি সভাৰ সৌন্দৰ্য্য বৃদ্ধি কৰে। উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ লৈ উত্তীৰ্ণ হোৱা কেইবা গৰাকীও কৃতী ছাত্ৰ ছাত্ৰীক আজি মিলনপুৰ বজাৰ কমিটিয়ে এখনি ফুলাম গামোচা ,এখন মানপত্ৰ , এখন কিতাপ,কলম আৰু নগদ পাচঁশ টকাৰে সম্বৰ্ধনা জনায় ছাত্ৰ ছাত্ৰী সকলক অনাগত দিনত আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগায়।1
- অসমৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত দলীয় নেতা-কৰ্মীসকলে দুজনকৈ কেন্দ্ৰীয় পৰ্যবেক্ষকক উষ্ম আদৰণি জনালে। এই আদৰণিয়ে ৰাজ্যিক ৰাজনীতিত নতুন আলোচনাৰ সৃষ্টি কৰিছে। পৰ্যবেক্ষকসকলৰ আগমনক আগন্তুক ৰাজনৈতিক পৰিৱৰ্তনৰ ইংগিত হিচাপে চোৱা হৈছে।1
- ধুবুৰীৰ ধৰ্মশালা পঞ্চায়ত সভানেত্ৰী আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে জালিয়াতি আৰু নথি কেলেংকাৰীৰ অভিযোগ। ধুবুৰী জিলাৰ ধৰ্মশালা গাঁও পঞ্চায়তৰ সভানেত্ৰী জানোবি মণ্ডল আৰু তেওঁৰ স্বামী বসিৰ উদ্দিনৰ বিৰুদ্ধে এজাহাৰ দাখিল । অভিযোগ অনুসৰি জাল নথি প্ৰস্তুত, প্ৰৱঞ্চনা, ষড়যন্ত্ৰ আৰু আদালতক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে মহিবুল হকে। সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে অসম পঞ্চায়ত আইন অনুসৰি বাল্যবিবাহ অভিযোগেৰে ধুবুৰী জিলা আয়ুক্তৰ ওচৰত এখন অভিযোগ দাখিল কৰিছিল। পঞ্চায়ত নিৰ্বাচনত সভানেত্রীৰ পুত্ৰ ছাকিব হাসানৰ মূল জন্ম প্ৰমাণপত্ৰ দাখিল কৰিছিল, য’ত শিশুটোৰ জন্ম তাৰিখ ০৩ জুন ২০১৫ বুলি উল্লেখ আছিল। উক্ত জন্ম প্ৰমাণপত্ৰ ধুবুৰী অসামৰিক চিকিৎসালয়ৰ জন্ম-মৃত্যু পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰা ১৩ জুলাই ২০১৫ তাৰিখে জাৰি কৰা হৈছিল বুলি এজাহাৰ খনত উল্লেখ কৰে। ইফালে অভিযোগৰ শুনানি চলি থকা সময়ছোৱাত সভানেত্ৰী জানবি মণ্ডল আৰু তেওঁৰ স্বামী বসিৰ উদ্দিনে আইনী ব্যৱস্থাৰ পৰা বাচিবলৈ একে শিশুৰ নামত আন এখন জন্ম প্ৰমাণপত্ৰ জালিয়াতিৰে প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপন কৰে মহিবুল হকে। নতুনকৈ প্ৰস্তুত কৰা জন্ম প্ৰমাণপত্ৰখনত শিশুটোৰ জন্ম তাৰিখ ১৫ জানুৱাৰী ২০১৭ বুলি উল্লেখ কৰা হৈছে, যত পূৰ্বৰ নথিৰ সৈতে কোনো মিল নাই। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। উক্ত জন্ম প্ৰমাণ পত্ৰ বিৰুদ্ধে RTI কৰে অভিযোগকাৰীয়ে। RTI’ ৰ তথ্য উলাই জানোবি মণ্ডলে জন্মৰ ভূৱা প্ৰমাণ পত্ৰ দাখিল কৰি নিৰ্বাচনত জয়লাভ কৰি সভানেত্ৰী হোৱাৰ অভিযোগ তুলি ধুবুৰী সদৰ থানাত সভানেত্ৰী জাহ্নুৱী মণ্ডল আৰু তেওঁৰ স্বামী বছিৰ উদ্দিনৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰে। কিয়নো এগৰাকী পঞ্চায়ত সভানেত্ৰী যদি এনে বাল্যবিবাহত জৰিত হৈ থাকে তেন্তে চৰকাৰে কিহৰ নীতি নিৰ্দেশনা জাৰি কৰিছিল সেয়া এক ৰহস্যৰ আৱৰ্তত। আৰক্ষীয়ে বিষয়টোৰ উচিত তদন্ত কৰি বিহীত ব্যৱস্থা কৰাৰ বাবে দাবী জনাইছে।1
- ধৰ্মশালাত Study Point নামৰ টিউচন চেণ্টাৰৰ শুভ উদ্বোধন ৷ আজি ধৰ্মশালা থানা ওচৰত ত Study Point টিউচন চেণ্টাৰ শুভ উদ্বোধন কৰা হয় । এই study Point টিউচন চেণ্টাৰ ত অভিজ্ঞ আৰু দক্ষতা পূৰ্ণ শিক্ষকৰ দ্বাৰা ছাত্ৰ/ ছাত্ৰী সকলোক শিক্ষা লাভ কৰিব । আৰু অতি কম খৰচত ছাত্ৰ/ছাত্ৰী সকলে ইয়াত শিক্ষা গ্রহণ কৰিব পাৰিব বুলি ধৰ্মশালা Study Point tuition Centre তৰফৰ পৰা আমাক জনাইছে ।1
- NDAৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছত বিধায়কসকলক সম্বোধন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ1
- ধুবুৰী জিলাৰ চাপটগ্ৰাম ধৰ্মপুৰত কোচ ৰাজবংশী জনগোষ্ঠীয়ে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে নিজৰ জাতীয় উৎসৱ বিষুৱা উদযাপন কৰিলে। এই উপলক্ষে সমগ্ৰ অঞ্চলটোত এক আনন্দময় আৰু উখল-মাখল পৰিৱেশ বিৰাজ কৰে।1
- ছয়গাঁৱত নৱনিৰ্বাচিত বিধায়ক হিমাংশু শেখৰ বৈশ্যক জনসাধাৰণে উষ্ম আদৰণি জনালে। সমষ্টিবাসীয়ে ফুলৰ মালা আৰু গামোচাৰে তেওঁক আদৰি শুভেচ্ছাও জ্ঞাপন কৰে। এই আদৰণিয়ে সমগ্ৰ অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে।1