Shuru
Apke Nagar Ki App…
হোজাই জিলাৰ কাকীত মুখ্যমন্ত্ৰীৰ পথ নিৰ্মাণ আঁচনিত চৰম দুৰ্নীতি। হোজাই জিলা গড়কাপ্তানি বিভাগৰ টেৰিটৰিয়েল ডিভিজনৰ অধীনত ২০২২/২৩ বৰ্ষৰ ২ কিলোমিটাৰ আৰু ২৫ মিটাৰ পথ নিৰ্মাণৰ বাবদ অনুমোদিত ৪ কোটি ১৮ লাখ ৩৫ হাজাৰ ৫ শ টকাৰ পথটিত সংশ্লিষ্ট ঠিকাদাৰগৰাকীৰ গাফিলতিৰ বাবে নিৰ্মীয়মান অৱস্থাতে চপৰা-চপৰে এৰাই যোৱা পৰিলক্ষিত হৈছে।
মোৰ নম্বৰটো চেক কৰিছা ন

More news from Hojai and nearby areas
- হোজাই ক্ৰীড়া সন্থাৰ সভাপতি শিলাদিত্যৰ দেৱৰ বিৰুদ্ধে সংবাদমেল ,আমছূ নেতা মনোৱাৰ হুছেইনৰ ।1
- জেলত যাব লাগিব নেকি হোজাই আমছু নেতা মনোৱাৰ হুছেইন1
- মোৰাঝাৰ দুই শিক্ষিত যুৱকৰ এক প্ৰশংসনীয় পদক্ষেপ। মোৰাঝাৰ তথা হোজাই বাহিৰ বাবে চিন্তা চৰ্চা কৰি। মোৰাঝাৰ বজাৰতে নতুনকৈ মুকলি কৰা হয় IDEAL PRESS।1
- হোজাই ক্ৰীড়া সন্থাৰ সভাপতি শিলাদিত্যৰ দেৱৰ বিৰুদ্ধে সংবাদমেল । শিলাদিত্য দেৱে একনায়কত্ববাদ চলোৱাৰ অভিযোগ উত্তাপন কৰিছে মনোৱাৰ হুছেইনে । ক্ৰীড়া সন্থাক নিজৰ ব্যক্তিগত মুনাফাৰ বাবে ব্যৱহাৰ কৰাৰ অভিযোগ শিলাদিত্যৰ বিৰুদ্ধে । কেৱল ইমানেই নহয় আন বহু বিস্ফোৰক অভিযোগ উত্তাপন কৰে সংবাদমেলত।1
- শ্ৰদ্ধাৰ ধনাই আতাৰ গৃহত হোজাই জিলাৰ ভক্ত সকলে কৰা এভাগ বৈকুণ্ঠৰ নাম প্ৰসঙ্গ আপোনা সৱলৈ ।। #assamesenaamprasang #assamesebhakti #assameseharikirtan #padumdas #assamesedevotional #assamesekirtan followers1
- হোজাই ত এইবাৰ পানীত পৰি সলীল সমাধি যুৱকৰ।...1
- Hojai Barar Ho Jai paraar Ho🏍🏍1
- হোজাই জিলা থাকি আমি1