Shuru
Apke Nagar Ki App…
হোজাই ক্ৰীড়া সন্থাৰ সভাপতি শিলাদিত্যৰ দেৱৰ বিৰুদ্ধে সংবাদমেল । শিলাদিত্য দেৱে একনায়কত্ববাদ চলোৱাৰ অভিযোগ উত্তাপন কৰিছে মনোৱাৰ হুছেইনে । ক্ৰীড়া সন্থাক নিজৰ ব্যক্তিগত মুনাফাৰ বাবে ব্যৱহাৰ কৰাৰ অভিযোগ শিলাদিত্যৰ বিৰুদ্ধে । কেৱল ইমানেই নহয় আন বহু বিস্ফোৰক অভিযোগ উত্তাপন কৰে সংবাদমেলত।
Sonjit Sangma

More news from Doboka and nearby areas
- কৰ্ডবা স্কুলৰ কণ কণ শিক্ষাৰ্থীয়ে ডবকাত বনালে আৰু এখন ডবকা।1
- বানৰ পিছতেই কামপুৰত জাপানিজ এনকেফেলাইটিছে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। কামপুৰ অঞ্চলত বৰ্তমানলৈকে দুজন লোকৰ লগত কৰুণ ঘটনা...1
- বানৰ পাছতে কঠিয়াতলীত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে । জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ দ্বিতীয় গৰাকী ৰোগীৰ মৃত্যু হৈছে কঠিয়াতলীত ৷ মৃত্যু হোৱা মহিলা গৰাকী কঠিয়াতলী পশ্চিম কাৱৈমাৰীৰ মৰমী দেৱী বৰা বুলি জানিব পৰা গৈছে ৷ নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু মহিলা গৰাকীৰ ৷ ইফালে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ আন তিনি গৰাকী ৰোগী বৰ্তমানো চিকিৎসাধীন ৷ চিকিৎসাধীন কামপুৰ তেতেলীসৰাৰ পল্লৱ হাজৰিকা, নিজ কঠিয়াতলীৰ আছান হ'ক আৰু ৰাঙলুৰ ৰহিমা খাতুন ৷ সম্প্ৰতি GMCH ত চিকিৎসাধীন অৱস্থাত আছে আক্ৰান্ত সকল ৷ স্বাস্থ্য বিভাগে গাঁৱে গাঁৱে ধোৱা দি ম'হ খেদাৰ বিশেষ ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হৈছে ৷1
- মাজুলীত প্ৰথমখন আয়ুৰ্বেদিক চিকিৎসালয় । মাজুলী ফুলনি।।1
- Raha News : ৰহা আৰক্ষী থানাৰ এজন আৰক্ষী বিষয়াৰ দাদাগিৰি ! N18V1
- কলিয়াবৰ , চিকনি চাহ বাগিছাত আটছাৰ আৰু চাহ শ্ৰমিক তীব্ৰ প্ৰতিবাদ ।1
- কলিয়াবৰত নতুনকৈ নিৰ্মাণ হ’বলগা চাৰিলেনযুক্ত পথৰ বিৰুদ্ধিতাৰে প্ৰতিবাদ চাহ শ্ৰমিক¸আটছাৰ। চিকনি চাহ বাগিছাত কলিয়াবৰ আটছাৰ উদ্যোগত বাগিছাখনৰ শ্ৰমিক ৰাইজে তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে।1
- কলিয়াবৰ ত উদ্ধাৰ হৈছে এডাল প্ৰকাণ্ড মুচুৱা গুম সাপ। ...1