Shuru
Apke Nagar Ki App…
Raha News : ৰহা আৰক্ষী থানাৰ এজন আৰক্ষী বিষয়াৰ দাদাগিৰি ! N18V
Krishna boraik
Raha News : ৰহা আৰক্ষী থানাৰ এজন আৰক্ষী বিষয়াৰ দাদাগিৰি ! N18V
More news from Raha and nearby areas
- Raha News : ৰহা আৰক্ষী থানাৰ এজন আৰক্ষী বিষয়াৰ দাদাগিৰি ! N18V1
- বানৰ পিছতেই কামপুৰত জাপানিজ এনকেফেলাইটিছে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। কামপুৰ অঞ্চলত বৰ্তমানলৈকে দুজন লোকৰ লগত কৰুণ ঘটনা...1
- বানৰ পাছতে কঠিয়াতলীত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে । জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ দ্বিতীয় গৰাকী ৰোগীৰ মৃত্যু হৈছে কঠিয়াতলীত ৷ মৃত্যু হোৱা মহিলা গৰাকী কঠিয়াতলী পশ্চিম কাৱৈমাৰীৰ মৰমী দেৱী বৰা বুলি জানিব পৰা গৈছে ৷ নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু মহিলা গৰাকীৰ ৷ ইফালে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ আন তিনি গৰাকী ৰোগী বৰ্তমানো চিকিৎসাধীন ৷ চিকিৎসাধীন কামপুৰ তেতেলীসৰাৰ পল্লৱ হাজৰিকা, নিজ কঠিয়াতলীৰ আছান হ'ক আৰু ৰাঙলুৰ ৰহিমা খাতুন ৷ সম্প্ৰতি GMCH ত চিকিৎসাধীন অৱস্থাত আছে আক্ৰান্ত সকল ৷ স্বাস্থ্য বিভাগে গাঁৱে গাঁৱে ধোৱা দি ম'হ খেদাৰ বিশেষ ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হৈছে ৷1
- 📍📍স্প্ৰে চোৰৰ সন্দেহত দুজনক গ্ৰেপ্তাৰ নগাঁৱৰ ধিং আৰক্ষীৰ ।📍📍1
- 🔴 ধিং আৰক্ষীৰ জালত চাৰি স্প্ৰে চোৰ1
- ভাকুয়া মারিত বন্ধ নহই জুয়া খেল ll1
- কৰ্ডবা স্কুলৰ কণ কণ শিক্ষাৰ্থীয়ে ডবকাত বনালে আৰু এখন ডবকা।1
- হোজাই ক্ৰীড়া সন্থাৰ সভাপতি শিলাদিত্যৰ দেৱৰ বিৰুদ্ধে সংবাদমেল ,আমছূ নেতা মনোৱাৰ হুছেইনৰ ।1