Shuru
Apke Nagar Ki App…
বানৰ পাছতে কঠিয়াতলীত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে । জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ দ্বিতীয় গৰাকী ৰোগীৰ মৃত্যু হৈছে কঠিয়াতলীত ৷ মৃত্যু হোৱা মহিলা গৰাকী কঠিয়াতলী পশ্চিম কাৱৈমাৰীৰ মৰমী দেৱী বৰা বুলি জানিব পৰা গৈছে ৷ নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু মহিলা গৰাকীৰ ৷ ইফালে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ আন তিনি গৰাকী ৰোগী বৰ্তমানো চিকিৎসাধীন ৷ চিকিৎসাধীন কামপুৰ তেতেলীসৰাৰ পল্লৱ হাজৰিকা, নিজ কঠিয়াতলীৰ আছান হ'ক আৰু ৰাঙলুৰ ৰহিমা খাতুন ৷ সম্প্ৰতি GMCH ত চিকিৎসাধীন অৱস্থাত আছে আক্ৰান্ত সকল ৷ স্বাস্থ্য বিভাগে গাঁৱে গাঁৱে ধোৱা দি ম'হ খেদাৰ বিশেষ ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হৈছে ৷
Keshab moran

More news from Kampur and nearby areas
- বানৰ পিছতেই কামপুৰত জাপানিজ এনকেফেলাইটিছে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। কামপুৰ অঞ্চলত বৰ্তমানলৈকে দুজন লোকৰ লগত কৰুণ ঘটনা...1
- বানৰ পাছতে কঠিয়াতলীত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে । জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ দ্বিতীয় গৰাকী ৰোগীৰ মৃত্যু হৈছে কঠিয়াতলীত ৷ মৃত্যু হোৱা মহিলা গৰাকী কঠিয়াতলী পশ্চিম কাৱৈমাৰীৰ মৰমী দেৱী বৰা বুলি জানিব পৰা গৈছে ৷ নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু মহিলা গৰাকীৰ ৷ ইফালে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ আন তিনি গৰাকী ৰোগী বৰ্তমানো চিকিৎসাধীন ৷ চিকিৎসাধীন কামপুৰ তেতেলীসৰাৰ পল্লৱ হাজৰিকা, নিজ কঠিয়াতলীৰ আছান হ'ক আৰু ৰাঙলুৰ ৰহিমা খাতুন ৷ সম্প্ৰতি GMCH ত চিকিৎসাধীন অৱস্থাত আছে আক্ৰান্ত সকল ৷ স্বাস্থ্য বিভাগে গাঁৱে গাঁৱে ধোৱা দি ম'হ খেদাৰ বিশেষ ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হৈছে ৷1
- Raha News : ৰহা আৰক্ষী থানাৰ এজন আৰক্ষী বিষয়াৰ দাদাগিৰি ! N18V1
- হোজাই ক্ৰীড়া সন্থাৰ সভাপতি শিলাদিত্যৰ দেৱৰ বিৰুদ্ধে সংবাদমেল ,আমছূ নেতা মনোৱাৰ হুছেইনৰ ।1
- জেলত যাব লাগিব নেকি হোজাই আমছু নেতা মনোৱাৰ হুছেইন1
- মোৰাঝাৰ দুই শিক্ষিত যুৱকৰ এক প্ৰশংসনীয় পদক্ষেপ। মোৰাঝাৰ তথা হোজাই বাহিৰ বাবে চিন্তা চৰ্চা কৰি। মোৰাঝাৰ বজাৰতে নতুনকৈ মুকলি কৰা হয় IDEAL PRESS।1
- হোজাই ক্ৰীড়া সন্থাৰ সভাপতি শিলাদিত্যৰ দেৱৰ বিৰুদ্ধে সংবাদমেল । শিলাদিত্য দেৱে একনায়কত্ববাদ চলোৱাৰ অভিযোগ উত্তাপন কৰিছে মনোৱাৰ হুছেইনে । ক্ৰীড়া সন্থাক নিজৰ ব্যক্তিগত মুনাফাৰ বাবে ব্যৱহাৰ কৰাৰ অভিযোগ শিলাদিত্যৰ বিৰুদ্ধে । কেৱল ইমানেই নহয় আন বহু বিস্ফোৰক অভিযোগ উত্তাপন কৰে সংবাদমেলত।1
- শ্ৰদ্ধাৰ ধনাই আতাৰ গৃহত হোজাই জিলাৰ ভক্ত সকলে কৰা এভাগ বৈকুণ্ঠৰ নাম প্ৰসঙ্গ আপোনা সৱলৈ ।। #assamesenaamprasang #assamesebhakti #assameseharikirtan #padumdas #assamesedevotional #assamesekirtan followers1