logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সমগ্ৰ বিশ্বৰ লগতে অসমৰ তিনিচুকীয়া জিলাতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত উদযাপন কৰা হৈছে। এই বছৰ এইটো ১২ সংখ্যক যোগ দিৱস হিচাপে পালন কৰা হৈছে। দৈনন্দিন জীৱনত শৰীৰ, স্বাস্থ্য আৰু মন সুস্থ-সৱল কৰি ৰাখিবলৈ যোগাসন অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰা হৈছে। তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তৰ লগতে বৰগুৰিস্থিত যুৱ সংঘৰ বাকৰিত HEALTH AND WELLNESS CENTER-এ প্ৰতি বছৰৰ দৰে এই বছৰো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰিছে। HEALTH AND WELLNESS CENTER-এ আয়োজন কৰা এই যোগ দিৱসত তিনিচুকীয়াৰ ভিন্ন প্ৰান্তৰ মহিলা আৰু কণ কণ শিশুসকলে অংশগ্ৰহণ কৰিছে।

6 hrs ago
user_Tinsukia TIME
Tinsukia TIME
তিনিচুকীয়া, তিনিচুকীয়া, অসম•
6 hrs ago

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সমগ্ৰ বিশ্বৰ লগতে অসমৰ তিনিচুকীয়া জিলাতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত উদযাপন কৰা হৈছে। এই বছৰ এইটো ১২ সংখ্যক যোগ দিৱস হিচাপে পালন কৰা হৈছে। দৈনন্দিন জীৱনত শৰীৰ, স্বাস্থ্য আৰু মন সুস্থ-সৱল কৰি ৰাখিবলৈ যোগাসন অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰা হৈছে। তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তৰ লগতে বৰগুৰিস্থিত যুৱ সংঘৰ বাকৰিত HEALTH AND WELLNESS CENTER-এ প্ৰতি বছৰৰ দৰে এই বছৰো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰিছে। HEALTH AND WELLNESS CENTER-এ আয়োজন কৰা এই যোগ দিৱসত তিনিচুকীয়াৰ ভিন্ন প্ৰান্তৰ মহিলা আৰু কণ কণ শিশুসকলে অংশগ্ৰহণ কৰিছে।

More news from অসম and nearby areas
  • বিশ্ব মটৰচাইকেল দিৱস উপলক্ষে তিনিচুকীয়াত এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উপলক্ষে ৰাইডাৰ্চ অফ ইষ্ট্ৰান হিমালয়ান গ্ৰুপৰ নেতৃত্বত অসম আৰু অৰুণাচলৰ প্ৰায় ২৪ টাকৈ ৰাইডাৰ্চ গ্ৰুপৰ সহযোগত তিনিচুকীয়া চহৰত এক বিশাল সজাগতামূলক বাইক ৰেলী বাহিৰ কৰা হয়। তিনিচুকীয়াৰ বৰগুৰি বাইপাছৰ পৰা আৰম্ভ কৰা এই ৰেলীৰ ফ্ৰেগ অফ কৰে জ্যেষ্ঠ আৰক্ষী অধিক্ষক মায়ংক কুমাৰে। দিনটোৰ কাৰ্যসূচী হিচাপে তিনিচুকীয়াৰ বৰদলৈন নগৰত থকা আইদেউ সন্দিকৈ বৃদ্ধাশ্ৰমত বিশেষ সাহাৰ্য্য প্ৰদান কৰা হয়। ইয়াৰ উপৰিও, এগৰাকী কণমানি অনাথ কিশোৰকো সাহাৰ্য্য প্ৰদানৰ ব্যৱস্থা কৰা হয়।
    4
    বিশ্ব মটৰচাইকেল দিৱস উপলক্ষে তিনিচুকীয়াত এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উপলক্ষে ৰাইডাৰ্চ অফ ইষ্ট্ৰান হিমালয়ান গ্ৰুপৰ নেতৃত্বত অসম আৰু অৰুণাচলৰ প্ৰায় ২৪ টাকৈ ৰাইডাৰ্চ গ্ৰুপৰ সহযোগত তিনিচুকীয়া চহৰত এক বিশাল সজাগতামূলক বাইক ৰেলী বাহিৰ কৰা হয়। তিনিচুকীয়াৰ বৰগুৰি বাইপাছৰ পৰা আৰম্ভ কৰা এই ৰেলীৰ ফ্ৰেগ অফ কৰে জ্যেষ্ঠ আৰক্ষী অধিক্ষক মায়ংক কুমাৰে।

দিনটোৰ কাৰ্যসূচী হিচাপে তিনিচুকীয়াৰ বৰদলৈন নগৰত থকা আইদেউ সন্দিকৈ বৃদ্ধাশ্ৰমত বিশেষ সাহাৰ্য্য প্ৰদান কৰা হয়। ইয়াৰ উপৰিও, এগৰাকী কণমানি অনাথ কিশোৰকো সাহাৰ্য্য প্ৰদানৰ ব্যৱস্থা কৰা হয়।
    user_Ratul Deka
    Ratul Deka
    Court reporter বৰডুমচা, তিনিচুকীয়া, অসম•
    1 hr ago
  • আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সমগ্ৰ বিশ্বৰ লগতে অসমৰ তিনিচুকীয়া জিলাতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত উদযাপন কৰা হৈছে। এই বছৰ এইটো ১২ সংখ্যক যোগ দিৱস হিচাপে পালন কৰা হৈছে। দৈনন্দিন জীৱনত শৰীৰ, স্বাস্থ্য আৰু মন সুস্থ-সৱল কৰি ৰাখিবলৈ যোগাসন অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰা হৈছে। তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তৰ লগতে বৰগুৰিস্থিত যুৱ সংঘৰ বাকৰিত HEALTH AND WELLNESS CENTER-এ প্ৰতি বছৰৰ দৰে এই বছৰো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰিছে। HEALTH AND WELLNESS CENTER-এ আয়োজন কৰা এই যোগ দিৱসত তিনিচুকীয়াৰ ভিন্ন প্ৰান্তৰ মহিলা আৰু কণ কণ শিশুসকলে অংশগ্ৰহণ কৰিছে।
    1
    আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সমগ্ৰ বিশ্বৰ লগতে অসমৰ তিনিচুকীয়া জিলাতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত উদযাপন কৰা হৈছে। এই বছৰ এইটো ১২ সংখ্যক যোগ দিৱস হিচাপে পালন কৰা হৈছে। দৈনন্দিন জীৱনত শৰীৰ, স্বাস্থ্য আৰু মন সুস্থ-সৱল কৰি ৰাখিবলৈ যোগাসন অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰা হৈছে।

তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তৰ লগতে বৰগুৰিস্থিত যুৱ সংঘৰ বাকৰিত HEALTH AND WELLNESS CENTER-এ প্ৰতি বছৰৰ দৰে এই বছৰো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰিছে। HEALTH AND WELLNESS CENTER-এ আয়োজন কৰা এই যোগ দিৱসত তিনিচুকীয়াৰ ভিন্ন প্ৰান্তৰ মহিলা আৰু কণ কণ শিশুসকলে অংশগ্ৰহণ কৰিছে।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    6 hrs ago
  • দুলীয়াজানত প্ৰথমখন উৰনীয়া সেতু আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। এই শুভ মুহূৰ্তত বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক চক্ৰ গগৈ আৰু প্ৰশান্ত ফুকনে নিজৰ মন্তব্য আগবঢ়াই।
    1
    দুলীয়াজানত প্ৰথমখন উৰনীয়া সেতু আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। এই শুভ মুহূৰ্তত বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক চক্ৰ গগৈ আৰু প্ৰশান্ত ফুকনে নিজৰ মন্তব্য আগবঢ়াই।
    user_RAJIB Gogoi
    RAJIB Gogoi
    Local News Reporter টেঙাখাট, ডিব্ৰুগড়, অসম•
    1 hr ago
  • ডুমডুমা শতদল শাখা সাহিত্য সভা আৰু ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত কলাগুৰু বিষ্ণুৰাভা দিৱস উদযাপন কৰা হৈছে। এই দুয়োটা সংগঠনে মিলি এই দিৱসটি পালন কৰিছে।
    1
    ডুমডুমা শতদল শাখা সাহিত্য সভা আৰু ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত কলাগুৰু বিষ্ণুৰাভা দিৱস উদযাপন কৰা হৈছে। এই দুয়োটা সংগঠনে মিলি এই দিৱসটি পালন কৰিছে।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    17 hrs ago
  • আজি দিন দুপৰতে মাৰ্ঘেৰিটা নগৰৰ ভিনিয়াৰ মিল চৌহদৰ ভিতৰত বাঘে বিচৰণ কৰাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। বনৰাজ হিচাপে জনাজাত বাঘটোৱে এটা ছাগলী মাৰি তাতোকৈ অধিক চাঞ্চল্যৰ সৃষ্টি কৰিছিল আৰু পিছত উধাও হয়। স্থানীয় লোকে প্ৰত্যক্ষ কৰা এই বাঘটোৱে এটা ছাগলী মাৰিছিল। স্থানীয় ৰাইজে চিঞৰ-বাখৰ কৰাত বনৰজা জংঘলৰ মাজত সোমাই পৰে। উল্লেখযোগ্য যে, মাৰ্ঘেৰিটা স্থিত ডেৰশ বছৰ পুৰণি A'R & T Company ভিনিয়াৰ মিল দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাৰ ফলত ইয়াৰ চৌহদত ডাঙৰ ডাঙৰ হাবি-জংঘলৰ সৃষ্টি হৈছে। মাৰ্ঘেৰিটা নগৰৰ জনবসতিপূৰ্ণ এলেকাত বাঘ ওলোৱাক লৈ স্থানীয় লোকে গভীৰ আশ্চৰ্য প্ৰকাশ কৰিছে। এই ঘটনাৰ খবৰ পোৱাৰ পিছতে ডিগবৈ সংমণ্ডলৰ অন্তৰ্গত মাৰ্ঘেৰিটা পূৱ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বন কৰ্মী দল আৰু মাৰ্ঘেৰিটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
    1
    আজি দিন দুপৰতে মাৰ্ঘেৰিটা নগৰৰ ভিনিয়াৰ মিল চৌহদৰ ভিতৰত বাঘে বিচৰণ কৰাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। বনৰাজ হিচাপে জনাজাত বাঘটোৱে এটা ছাগলী মাৰি তাতোকৈ অধিক চাঞ্চল্যৰ সৃষ্টি কৰিছিল আৰু পিছত উধাও হয়।

স্থানীয় লোকে প্ৰত্যক্ষ কৰা এই বাঘটোৱে এটা ছাগলী মাৰিছিল। স্থানীয় ৰাইজে চিঞৰ-বাখৰ কৰাত বনৰজা জংঘলৰ মাজত সোমাই পৰে। উল্লেখযোগ্য যে, মাৰ্ঘেৰিটা স্থিত ডেৰশ বছৰ পুৰণি A'R & T Company ভিনিয়াৰ মিল দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাৰ ফলত ইয়াৰ চৌহদত ডাঙৰ ডাঙৰ হাবি-জংঘলৰ সৃষ্টি হৈছে। মাৰ্ঘেৰিটা নগৰৰ জনবসতিপূৰ্ণ এলেকাত বাঘ ওলোৱাক লৈ স্থানীয় লোকে গভীৰ আশ্চৰ্য প্ৰকাশ কৰিছে।

এই ঘটনাৰ খবৰ পোৱাৰ পিছতে ডিগবৈ সংমণ্ডলৰ অন্তৰ্গত মাৰ্ঘেৰিটা পূৱ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বন কৰ্মী দল আৰু মাৰ্ঘেৰিটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
    user_Shyam Jadhav
    Shyam Jadhav
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    18 hrs ago
  • অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নৰ উদ্যোগত আৰু লাহোৱাল প্ৰেছ ক্লাৱ লগতে হাবিচুক গাঁওবাসী ৰাইজৰ আতিথ্যত দ্বিতীয় বাৰ্ষিক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হৈছে।
    1
    অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নৰ উদ্যোগত আৰু লাহোৱাল প্ৰেছ ক্লাৱ লগতে হাবিচুক গাঁওবাসী ৰাইজৰ আতিথ্যত দ্বিতীয় বাৰ্ষিক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হৈছে।
    user_Pranjal Gogoi
    Pranjal Gogoi
    Dibrugarh East, Assam•
    22 hrs ago
  • আজি সোণাৰি মহাবিদ্যালয় ষ্টেডিয়ামত ১২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হয়। যোগক আমাৰ প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ এক অমূল্য উপহাৰ হিচাপে বৰ্ণনা কৰা হৈছে, যিয়ে শাৰীৰিক সুস্থতা, মানসিক শান্তি আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনত সহায় কৰে। লগতে, নিয়মিত যোগাভ্যাসে সুস্থ, সবল আৰু সজীৱ জীৱন গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰে বুলি উল্লেখ কৰা হৈছে। এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল বিষয় আছিল “Yoga for Healthy Ageing”, যিয়ে সুস্থ আৰু সক্ৰিয় বাৰ্ধক্যৰ বাবে যোগাভ্যাসৰ প্ৰয়োজনীয়তা অধিক প্ৰাসংগিক কৰি তুলিছে। এই অনুষ্ঠানত চৰাইদেউ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদৱ, ৰাজ্য সভাৰ সাংসদ যোগেন মহন, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ আৰু এ পি জি চি এলৰ স্বতন্ত্ৰ সঞ্চালক অনুপ সিং ৰাজপুৰোহিতকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত আছিল। তেওঁলোকৰ উপৰিও চৰ্চাকাৰী বিষয়া, বহু সংখ্যক যোগ প্ৰশিক্ষক আৰু সাধাৰণ ৰাইজেও এই যোগাভ্যাস কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
    1
    আজি সোণাৰি মহাবিদ্যালয় ষ্টেডিয়ামত ১২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হয়। যোগক আমাৰ প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ এক অমূল্য উপহাৰ হিচাপে বৰ্ণনা কৰা হৈছে, যিয়ে শাৰীৰিক সুস্থতা, মানসিক শান্তি আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনত সহায় কৰে। লগতে, নিয়মিত যোগাভ্যাসে সুস্থ, সবল আৰু সজীৱ জীৱন গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰে বুলি উল্লেখ কৰা হৈছে। এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল বিষয় আছিল “Yoga for Healthy Ageing”, যিয়ে সুস্থ আৰু সক্ৰিয় বাৰ্ধক্যৰ বাবে যোগাভ্যাসৰ প্ৰয়োজনীয়তা অধিক প্ৰাসংগিক কৰি তুলিছে।

এই অনুষ্ঠানত চৰাইদেউ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদৱ, ৰাজ্য সভাৰ সাংসদ যোগেন মহন, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ আৰু এ পি জি চি এলৰ স্বতন্ত্ৰ সঞ্চালক অনুপ সিং ৰাজপুৰোহিতকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত আছিল। তেওঁলোকৰ উপৰিও চৰ্চাকাৰী বিষয়া, বহু সংখ্যক যোগ প্ৰশিক্ষক আৰু সাধাৰণ ৰাইজেও এই যোগাভ্যাস কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    1 hr ago
  • আজি বাৰেকুৰি জাতীয় বিদ্যালয়ৰ প্ৰাংগনত বাৰেকুৰি আঞ্চলিক যুৱ সংঘ আৰু বাৰেকুৰি আঞ্চলিক মহিলা সমিতিৰ যুটীয়া উদ্যোগত এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। বাৰেকুৰি অঞ্চলটোৰ ২১ খন গাঁৱৰ চলিত বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰছাত্ৰীসকলক উৎসাহ জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো এনে এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
    1
    আজি বাৰেকুৰি জাতীয় বিদ্যালয়ৰ প্ৰাংগনত বাৰেকুৰি আঞ্চলিক যুৱ সংঘ আৰু বাৰেকুৰি আঞ্চলিক মহিলা সমিতিৰ যুটীয়া উদ্যোগত এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। বাৰেকুৰি অঞ্চলটোৰ ২১ খন গাঁৱৰ চলিত বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰছাত্ৰীসকলক উৎসাহ জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো এনে এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    21 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.