logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

আপোনাৰ শিশু সন্তানটিক উন্নতি শিক্ষা প্ৰদান কৰিব বিচাৰিছে নেকি? 📌আপোনাৰ শিশু সন্তানটিক উন্নতি শিক্ষা প্ৰদান কৰিব বিচাৰিছে নেকি? 📌তেন্তে আপোনালোকৰ বাবে অতিকৈ ভাল খবৰ 📌আপোনাৰ সন্তানক উন্নত শিক্ষা প্ৰদানৰ বাবে ছানৰাইছ একাডেমীয়ে আনিছে এটি ভাল খবৰ

on 11 April
user_WEST ASSAM
WEST ASSAM
শ্ৰীজংগ্ৰাম, বঙাইগাঁও, অসম•
on 11 April

আপোনাৰ শিশু সন্তানটিক উন্নতি শিক্ষা প্ৰদান কৰিব বিচাৰিছে নেকি? 📌আপোনাৰ শিশু সন্তানটিক উন্নতি শিক্ষা প্ৰদান কৰিব বিচাৰিছে নেকি? 📌তেন্তে আপোনালোকৰ বাবে অতিকৈ ভাল খবৰ 📌আপোনাৰ সন্তানক উন্নত শিক্ষা প্ৰদানৰ বাবে ছানৰাইছ একাডেমীয়ে আনিছে এটি ভাল খবৰ

  • user_User6425
    User6425
    Boitamari, Bongaigaon
    😤
    on 16 April
More news from অসম and nearby areas
  • 📌​জনপ্ৰতিনিধিলৈ বাট নাচাই নিজেই পথ নিৰ্মাণত নামিল বাক্সাৰ কাহিতামা পথাৰৰ ৩৬ টা পৰিয়াল। 📌তামোল বিক্ৰীৰ ধনেৰে ৰাস্তা মেৰামতি; চৰকাৰী অৱহেলাৰ বিৰুদ্ধে গাঁওবাসীৰ তীব্ৰ ক্ষোভ।
    1
    📌​জনপ্ৰতিনিধিলৈ বাট নাচাই নিজেই পথ নিৰ্মাণত নামিল বাক্সাৰ কাহিতামা পথাৰৰ ৩৬ টা পৰিয়াল।
📌তামোল বিক্ৰীৰ ধনেৰে ৰাস্তা মেৰামতি; চৰকাৰী অৱহেলাৰ বিৰুদ্ধে গাঁওবাসীৰ তীব্ৰ ক্ষোভ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    17 hrs ago
  • উৰুখা পঁজাৰ পৰা জুয়ে পোৰা সোণ হৈ জিলিকিল বাক্সাৰ পূৱ খাগ্ৰাবাৰীৰ বৰষা নাথ। পিতৃ দিন হাজিৰা কৰি পঢ়ুৱাইছিল সন্তানক। ৯১.৮ শতাংশ নম্বৰ লাভ কৰি আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক লৈ ডিষ্টিংচন সহ উত্তীৰ্ণ হয় মেধাৱী ছাত্ৰী গৰাকী। সফলতা লাভত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে বুলি স্বীকাৰ কৰে মেধাৱী ছাত্ৰী বৰষাই।
    1
    উৰুখা পঁজাৰ পৰা জুয়ে পোৰা সোণ হৈ জিলিকিল বাক্সাৰ পূৱ খাগ্ৰাবাৰীৰ বৰষা নাথ। পিতৃ দিন হাজিৰা কৰি পঢ়ুৱাইছিল সন্তানক। ৯১.৮ শতাংশ নম্বৰ লাভ কৰি আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক লৈ ডিষ্টিংচন সহ উত্তীৰ্ণ হয় মেধাৱী ছাত্ৰী গৰাকী। সফলতা লাভত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে বুলি স্বীকাৰ কৰে মেধাৱী ছাত্ৰী বৰষাই।
    user_JintuMani's News
    JintuMani's News
    বাক্সা, বাক্সা, অসম•
    1 hr ago
  • বাক্সা জিলাৰ খাৰিজা বিজনীৰ কাহিতামা পথাৰ গাঁৱৰ ৰাইজে এতিয়া স্ব-নিৰ্ভৰশীলতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। দীৰ্ঘদিন ধৰি ৰাস্তা-ঘাটৰ জৰাজীৰ্ণ অৱস্থাই জুৰুলা কৰা গাঁওখনৰ ৩৬ টা পৰিয়ালে জনপ্ৰতিনিধিৰ আশ্বাসলৈ বাট নাচাই হাতে হাতে কোৰ লৈ নিজেই পথ নিৰ্মাণৰ কামত নামি পৰিছে।
    1
    বাক্সা জিলাৰ খাৰিজা বিজনীৰ কাহিতামা পথাৰ গাঁৱৰ ৰাইজে এতিয়া স্ব-নিৰ্ভৰশীলতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। দীৰ্ঘদিন ধৰি ৰাস্তা-ঘাটৰ জৰাজীৰ্ণ অৱস্থাই জুৰুলা কৰা গাঁওখনৰ ৩৬ টা পৰিয়ালে জনপ্ৰতিনিধিৰ আশ্বাসলৈ বাট নাচাই হাতে হাতে কোৰ লৈ নিজেই পথ নিৰ্মাণৰ কামত নামি পৰিছে।
    user_Laba kumar Das
    Laba kumar Das
    Baska, Baksa•
    13 hrs ago
  • ধুবুৰী জিলাৰ ফুলবাৰী গাঁৱত অৱস্থিত হৈ বাংলাদেশী কৈছিল ফলিমাৰী গাওঁ পঞ্চায়তৰ অন্তর্গত কুন্তীৰচৰ যে বাংলাদেশ নহায় সেয়া ধুবুৰী জিলা প্রশাসনে অৱগত। কিন্তু এইজন ব্যক্তিয়ে কুন্তীৰচৰক বাংলাদেশ বুলি পৰিচয় দিয়া ধুবুৰী প্ৰশাসনক অপমান কৰিছে নে নাই।
    1
    ধুবুৰী জিলাৰ ফুলবাৰী গাঁৱত অৱস্থিত হৈ বাংলাদেশী কৈছিল 
ফলিমাৰী গাওঁ পঞ্চায়তৰ অন্তর্গত কুন্তীৰচৰ যে বাংলাদেশ নহায় সেয়া ধুবুৰী জিলা প্রশাসনে অৱগত। কিন্তু এইজন ব্যক্তিয়ে কুন্তীৰচৰক বাংলাদেশ বুলি পৰিচয় দিয়া ধুবুৰী প্ৰশাসনক অপমান কৰিছে নে নাই।
    user_Geramari pt 2
    Geramari pt 2
    আঠানি, ধুবুৰী, অসম•
    36 min ago
  • যুৱক জন বিলাসীপাৰা কাঠালদি দ্বিতীয় খণ্ড গাঁৱৰ ৰফিকুল ইছলাম ওৰফে ৰফিক বুলি জানিব পৰা গৈছে। নিজৰ ফেচবুক একাউণ্টত তথা সামাজিক মাধ্যমত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এ আই মাধ্যমে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগত বিকৃত ৰূপ দিয়ে। লগতে অসমৰ মুখ্যমন্ত্ৰীক বিকৃত ৰূপ দিয়ে ৰফিকুল ইছলাম নামৰ যুৱকজন। ৰফিকুল ইছলাম ৰফিক নামৰ যুৱকজনৰ এনে কৰ্মকাণ্ডই বিলাসীপাৰাৰ বিজেপিৰ কৰ্মীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিলাসীপাৰা বিজেপি কৰ্মীৰ এজাহাৰ ভিত্তিত ৰফিকুলক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
    1
    যুৱক জন বিলাসীপাৰা কাঠালদি দ্বিতীয় খণ্ড গাঁৱৰ ৰফিকুল ইছলাম ওৰফে ৰফিক বুলি জানিব পৰা গৈছে। নিজৰ ফেচবুক একাউণ্টত তথা সামাজিক মাধ্যমত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এ আই মাধ্যমে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগত বিকৃত ৰূপ দিয়ে। লগতে অসমৰ মুখ্যমন্ত্ৰীক বিকৃত ৰূপ দিয়ে ৰফিকুল ইছলাম নামৰ যুৱকজন। ৰফিকুল ইছলাম ৰফিক নামৰ যুৱকজনৰ এনে কৰ্মকাণ্ডই বিলাসীপাৰাৰ বিজেপিৰ কৰ্মীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিলাসীপাৰা বিজেপি কৰ্মীৰ এজাহাৰ ভিত্তিত ৰফিকুলক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
    user_North East Bulletin
    North East Bulletin
    Media and information sciences faculty আঠানি, ধুবুৰী, অসম•
    11 hrs ago
  • ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:২৮ এপ্ৰিল সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলা ত আজি উচ্চ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়। ধুবুৰী বিখ্যাত ভোলানাথ মহাবিদ্যালয় ত অনুষ্ঠিত উচ্চ মাধ্যমিক পৰীক্ষাৰ ফলাফল যথেষ্ট আশাব্যঞ্জক। এইবাৰ বিজ্ঞান বিভাগত ৮০.৭৭ শতাংশ, আৰু কলা বিভাগত ৬৮ শতাংশ উত্তীৰ্ণ হয়। প্ৰনৱাশীষ ৰয় ধুবুৰী
    1
    ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:২৮ এপ্ৰিল 
সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলা ত আজি উচ্চ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়। ধুবুৰী বিখ্যাত ভোলানাথ মহাবিদ্যালয় ত অনুষ্ঠিত উচ্চ মাধ্যমিক পৰীক্ষাৰ ফলাফল যথেষ্ট আশাব্যঞ্জক। এইবাৰ বিজ্ঞান বিভাগত ৮০.৭৭ শতাংশ, আৰু কলা বিভাগত ৬৮ শতাংশ উত্তীৰ্ণ হয়।
প্ৰনৱাশীষ ৰয় ধুবুৰী
    user_Pranabasish Roy
    Pranabasish Roy
    আঠানি, ধুবুৰী, অসম•
    12 hrs ago
  • 📌বাক্সাৰ আওঁহাটাত মুকলি বিহু প্ৰতিযোগিতা। 📌জুবিন গাৰ্গ, নিশামনি হালৈক শ্ৰদ্ধাঞ্জলি।
    1
    📌বাক্সাৰ আওঁহাটাত মুকলি বিহু প্ৰতিযোগিতা।
📌জুবিন গাৰ্গ, নিশামনি হালৈক শ্ৰদ্ধাঞ্জলি।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    19 hrs ago
  • বাক্সাৰ জালাহত প্ৰকাণ্ড অজগৰ উদ্ধাৰ। জালাহৰ গোপাল দাসৰ খেৰৰ পুজিৰ পৰা উদ্ধাৰ হয় প্ৰায় ৩০ কিলোগ্ৰাম ওজন আৰু প্ৰায় ৮ ফুট দৈৰ্ঘ্যৰ প্ৰকাণ্ড অজগৰ সাপ ডাল। বনবিভাগৰ লোক উপস্থিত হৈ অজগৰ ডাল উদ্ধাৰ কৰি দাওধাৰাৰ বন সংমণ্ডল কাৰ্যালয়লৈ লৈ যায়।
    1
    বাক্সাৰ জালাহত প্ৰকাণ্ড অজগৰ উদ্ধাৰ।
জালাহৰ গোপাল দাসৰ খেৰৰ পুজিৰ পৰা উদ্ধাৰ হয় প্ৰায় ৩০ কিলোগ্ৰাম ওজন আৰু প্ৰায় ৮ ফুট দৈৰ্ঘ্যৰ প্ৰকাণ্ড অজগৰ সাপ ডাল। বনবিভাগৰ লোক উপস্থিত হৈ অজগৰ ডাল উদ্ধাৰ কৰি দাওধাৰাৰ বন সংমণ্ডল কাৰ্যালয়লৈ লৈ যায়।
    user_JintuMani's News
    JintuMani's News
    বাক্সা, বাক্সা, অসম•
    17 hrs ago
  • মানাহত ব্লেক পেন্থাৰে আকৰ্ষিত কৰিছে দেশী বিদেশী পৰ্যটকক । ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁ‌হবাৰী বনাঞ্চলত বিগত কিছুদিন ধৰি দুটাকৈ ব্লেক পেন্থাৰৰ চফৰত উৎফুল্লিত স্থানীয় ৰাইজ, প্ৰকৃতিপ্ৰেমী
    1
    মানাহত ব্লেক পেন্থাৰে আকৰ্ষিত কৰিছে দেশী বিদেশী পৰ্যটকক । ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁ‌হবাৰী বনাঞ্চলত বিগত কিছুদিন ধৰি দুটাকৈ ব্লেক পেন্থাৰৰ চফৰত উৎফুল্লিত স্থানীয় ৰাইজ, প্ৰকৃতিপ্ৰেমী
    user_Laba kumar Das
    Laba kumar Das
    Baska, Baksa•
    23 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.