logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

সাংস্কৃতিক কৰ্মী বিফাই ফুকনলৈ ফলঙনী আঞ্চলিক ছাত্ৰ সন্থাৰ "ফলঙনী বঁটা"। গোলাঘাট জিলাৰ মৰঙি অঞ্চলৰ ফলঙনি গাঁৱৰ বিশিষ্ট ব্যক্তি, সত্ৰীয়া সংস্কৃতিৰ সাধক বায়ন ওজা বিফাই ফুকনলৈ “ফলঙনি বটা” প্ৰদান কৰা হয়। ফলঙনি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা মুকলি বিহু অনুষ্ঠানত এই বটা প্ৰদান কৰে ফলঙনী ছাত্ৰ সন্থায়।অনুষ্ঠানটোত অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে আৰু বায়ন ওজা বিফাই ফুকনৰ সত্ৰীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ উচ্চ প্ৰশংসা কৰা হয়।

2 hrs ago
user_D B
D B
সাংবাদিক মৰঙী, গোলাঘাট, অসম•
2 hrs ago

সাংস্কৃতিক কৰ্মী বিফাই ফুকনলৈ ফলঙনী আঞ্চলিক ছাত্ৰ সন্থাৰ "ফলঙনী বঁটা"। গোলাঘাট জিলাৰ মৰঙি অঞ্চলৰ ফলঙনি গাঁৱৰ বিশিষ্ট ব্যক্তি, সত্ৰীয়া সংস্কৃতিৰ সাধক বায়ন ওজা বিফাই ফুকনলৈ “ফলঙনি বটা” প্ৰদান কৰা হয়। ফলঙনি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা মুকলি বিহু অনুষ্ঠানত এই বটা প্ৰদান কৰে ফলঙনী ছাত্ৰ সন্থায়।অনুষ্ঠানটোত অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে আৰু বায়ন ওজা বিফাই ফুকনৰ সত্ৰীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ উচ্চ প্ৰশংসা কৰা হয়।

More news from অসম and nearby areas
  • গোলাঘাট জিলাৰ মৰঙি অঞ্চলৰ ফলঙনি গাঁৱৰ বিশিষ্ট ব্যক্তি, সত্ৰীয়া সংস্কৃতিৰ সাধক বায়ন ওজা বিফাই ফুকনলৈ “ফলঙনি বটা” প্ৰদান কৰা হয়। ফলঙনি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা মুকলি বিহু অনুষ্ঠানত এই বটা প্ৰদান কৰে ফলঙনী ছাত্ৰ সন্থায়।অনুষ্ঠানটোত অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে আৰু বায়ন ওজা বিফাই ফুকনৰ সত্ৰীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ উচ্চ প্ৰশংসা কৰা হয়।
    2
    গোলাঘাট জিলাৰ মৰঙি অঞ্চলৰ ফলঙনি গাঁৱৰ বিশিষ্ট ব্যক্তি, সত্ৰীয়া সংস্কৃতিৰ সাধক বায়ন ওজা বিফাই ফুকনলৈ “ফলঙনি বটা” প্ৰদান কৰা হয়। ফলঙনি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা মুকলি বিহু অনুষ্ঠানত এই বটা প্ৰদান কৰে ফলঙনী ছাত্ৰ সন্থায়।অনুষ্ঠানটোত অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে আৰু বায়ন ওজা বিফাই ফুকনৰ সত্ৰীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ উচ্চ প্ৰশংসা কৰা হয়।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    2 hrs ago
  • সৰুপথাৰ সমষ্টিৰ অভংপথাৰত নতুন মথাউৰি নিৰ্মাণ আৰু দৈয়াং নৈৰ বাঁওপাৰত জিঅ’ মেগা টিউব স্থাপনৰ কাম অব্যাহত আছে।
    1
    সৰুপথাৰ সমষ্টিৰ অভংপথাৰত নতুন মথাউৰি নিৰ্মাণ আৰু দৈয়াং নৈৰ বাঁওপাৰত জিঅ’ মেগা টিউব স্থাপনৰ কাম অব্যাহত আছে।
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    3 hrs ago
  • Post by Prime Time National
    1
    Post by Prime Time National
    user_Prime Time National
    Prime Time National
    Local News Reporter তেজপুৰ, শোণিতপুৰ, অসম•
    1 hr ago
  • এইবাৰ নলবাৰীৰ ৰহিম আলীয়ে জুবিন গাৰ্গৰ জনপ্ৰিয় গীতৰ হামিং প‌ৰিৱেশন কৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। #northeasttalks #ZubeenGarg #RohimRaj #stageprogram #viralsongs #assamesenews #hummingking
    1
    এইবাৰ নলবাৰীৰ ৰহিম আলীয়ে জুবিন গাৰ্গৰ জনপ্ৰিয় গীতৰ  হামিং প‌ৰিৱেশন কৰি  সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। 
#northeasttalks #ZubeenGarg #RohimRaj #stageprogram #viralsongs #assamesenews #hummingking
    user_Northeast Talks
    Northeast Talks
    Local News Reporter লংকা, হোজাই, অসম•
    2 hrs ago
  • 👉নগাঁও চহৰতকৈও কম মূল্যত ইয়াত ক্ৰয় কৰিব পাৰিব ই-ৰিক্সা। 👉আপোনাৰ চিবিল বেয়া হ'লেও লাভ কৰিব ই এম আইৰ সুবিধা। 👉 গাড়ীৰ বেটাৰী, মটৰ, বডিত থাকিব বিশেষ ৱাৰেন্টিৰ ব্যবস্থা। 👉গাড়ীৰ ৰেজিষ্ট্ৰেচন, ইন্সুৰেঞ্চ আদি সকলো কৰি দিয়া হ'ব এই প্ৰতিষ্ঠানতে। প্ৰিয় দৰ্শক, যদি আপুনি এখন ই-ৰিক্সা কিনিম কিনিম বুলি মনতে ভাবি আছে তেন্তে কেইটামান ডাউন পেমেণ্টৰ টকা লৈ আপুনি আহিব লাগিব ৰূপহী হাটৰ উত্তৰ খাটোৱালৰ R I Enterprise লৈ। এই প্ৰতিষ্ঠানত নগাঁও চহৰৰ ভিতৰতে কম মূল্যত ই-ৰিক্সা কিনিব পাৰিব বুলি স্বত্বাধিকাৰী ৰফিকুল ইছলামে আমাক জানিবলৈ দিছে। তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ ডাইল কৰক 8638561276 অথবা 7896556539
    1
    👉নগাঁও চহৰতকৈও কম মূল্যত ইয়াত ক্ৰয় কৰিব পাৰিব ই-ৰিক্সা।
👉আপোনাৰ চিবিল বেয়া হ'লেও লাভ কৰিব ই এম আইৰ সুবিধা।
👉 গাড়ীৰ বেটাৰী, মটৰ, বডিত থাকিব বিশেষ ৱাৰেন্টিৰ ব্যবস্থা।
👉গাড়ীৰ ৰেজিষ্ট্ৰেচন, ইন্সুৰেঞ্চ আদি সকলো কৰি দিয়া হ'ব এই প্ৰতিষ্ঠানতে। 
প্ৰিয় দৰ্শক,
যদি আপুনি এখন ই-ৰিক্সা কিনিম কিনিম বুলি মনতে ভাবি আছে তেন্তে কেইটামান ডাউন পেমেণ্টৰ টকা লৈ আপুনি আহিব লাগিব ৰূপহী হাটৰ উত্তৰ খাটোৱালৰ R I Enterprise লৈ।
এই প্ৰতিষ্ঠানত নগাঁও চহৰৰ ভিতৰতে কম মূল্যত ই-ৰিক্সা কিনিব পাৰিব বুলি স্বত্বাধিকাৰী ৰফিকুল ইছলামে আমাক জানিবলৈ দিছে।
তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ ডাইল কৰক 8638561276
অথবা 7896556539
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    1 hr ago
  • শিক্ষাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে এইদৰে ওলাই আহে পুৱাৰ ভাগতে মাদ্ৰাছাৰ শিক্ষাৰ্থী সকলে এক বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰে মাদ্ৰাছাৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন ধৰণৰ শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে। শিশু শ্ৰমিক বন্ধ কৰক, শিক্ষা আমাৰ মৌলিক অধিকাৰ, আমাৰ শিক্ষা লাগে শিক্ষা দিয়ক আদি বিভিন্ন স্লোগানৰে এক জাগৰণ সৃষ্টি কৰে অসম ৰাজ্যিক দ্বিনী তালিমী ব'ৰ্ডৰ নিৰ্দেশমৰ্মে কলিয়াবৰ জিলা দ্বিনী তালিমী ব'ৰ্ডৰ সহযোগত আজি ভাটিয়াখালী আঞ্চলিক দ্বিনী তালিমী ব'ৰ্ডৰ উদ্যোগত জাগৰণ ও সজাগতা সভা অনুষ্ঠিত হয়। পুৱাৰ ভাগতে উলিওৱা এই বিশাল পদযাত্ৰাত ভাগ লয় কলিয়াবৰ জিলা দ্বিনী তালিমী ব'ৰ্ডৰ সভাপতি মৌলানা মুজিবুৰ ৰহমান, সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন, মৌলানা জাহিদ,ভাটিয়াখালী আঞ্চলিক দ্বিনী তালিমী ব'ৰ্ডৰ সাধাৰণ সম্পাদক মুজাম্মেল হুছেইনৰ প্ৰমূখ্য কৰি বহু গন্য মান্য ব্যক্তি তথা মাদ্ৰাছাৰ শিক্ষক সকলে অংশগ্ৰহণ কৰে। মাদ্ৰাছাৰ শিক্ষা কেৱল ধৰ্মীয় দিশতে সীমাবদ্ধ নহয়,ইছলামিক শিক্ষাৰ লগতে সাধাৰণ শিক্ষা প্ৰদান কৰি আমাৰ সমাজৰ নতুন প্ৰজন্মক গঢ়ি তোলাত এই অনুষ্ঠানসমূহৰ ভূমিকা অপৰিসীম।
    1
    শিক্ষাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে এইদৰে ওলাই আহে 
পুৱাৰ ভাগতে মাদ্ৰাছাৰ শিক্ষাৰ্থী সকলে এক বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰে 
মাদ্ৰাছাৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন ধৰণৰ শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে।
শিশু শ্ৰমিক বন্ধ কৰক, শিক্ষা আমাৰ মৌলিক অধিকাৰ, আমাৰ শিক্ষা লাগে শিক্ষা দিয়ক আদি বিভিন্ন স্লোগানৰে এক জাগৰণ সৃষ্টি কৰে 
অসম ৰাজ্যিক দ্বিনী তালিমী ব'ৰ্ডৰ নিৰ্দেশমৰ্মে কলিয়াবৰ জিলা দ্বিনী তালিমী ব'ৰ্ডৰ সহযোগত আজি ভাটিয়াখালী আঞ্চলিক দ্বিনী তালিমী ব'ৰ্ডৰ উদ্যোগত জাগৰণ ও সজাগতা সভা অনুষ্ঠিত হয়।
পুৱাৰ ভাগতে উলিওৱা এই বিশাল পদযাত্ৰাত ভাগ লয় কলিয়াবৰ জিলা দ্বিনী তালিমী ব'ৰ্ডৰ সভাপতি মৌলানা মুজিবুৰ ৰহমান, সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন, মৌলানা জাহিদ,ভাটিয়াখালী আঞ্চলিক দ্বিনী তালিমী ব'ৰ্ডৰ সাধাৰণ সম্পাদক মুজাম্মেল হুছেইনৰ প্ৰমূখ্য কৰি বহু গন্য মান্য ব্যক্তি তথা মাদ্ৰাছাৰ শিক্ষক সকলে অংশগ্ৰহণ কৰে।
মাদ্ৰাছাৰ শিক্ষা কেৱল ধৰ্মীয় দিশতে সীমাবদ্ধ নহয়,ইছলামিক শিক্ষাৰ লগতে সাধাৰণ শিক্ষা প্ৰদান কৰি আমাৰ সমাজৰ নতুন প্ৰজন্মক গঢ়ি তোলাত এই অনুষ্ঠানসমূহৰ ভূমিকা অপৰিসীম।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    12 hrs ago
  • পুৱাই গৰু চুৰি কৰি গাড়ীত উঠাবলৈ লওঁতেই হাতে-লোটে আটক কৰে তিনি চুৰক পাঁচ জনীয়া চুৰৰ দলটোক ৰাইজে খেদি খেদি তিনি চুৰক আটক কৰে যদিও পলায়ন কৰে আন দুই গৰু চুৰ দীৰ্ঘদিনৰেই পৰা অঞ্চলটোত গৰু চোৰে নিদ্ৰা হৰণ কৰি আহিছে গৃহস্থৰ ধৃত গৰু চোৰ ক্ৰমে হাবিবুৰ ৰহমান,জিয়াবুৰ ৰহমান, আবুল বাশ্বাৰ। উত্তেজিত ৰাইজে গৰু চুৰিত ব্যৱহৃত বাহন ভাঙি লণ্ডভণ্ড কৰে ঘটনাস্থলীত লাওঁখোৱা চাপৰি আৰক্ষী উপস্থিত হৈ তিনি চোৰক থানালৈ লৈ যায় আৰু সোধপোচ অব্যাহত ৰাখিছে
    1
    পুৱাই গৰু চুৰি কৰি গাড়ীত উঠাবলৈ লওঁতেই হাতে-লোটে আটক কৰে তিনি চুৰক 
পাঁচ জনীয়া চুৰৰ দলটোক ৰাইজে খেদি খেদি তিনি চুৰক আটক কৰে যদিও পলায়ন কৰে আন দুই গৰু চুৰ
দীৰ্ঘদিনৰেই পৰা অঞ্চলটোত গৰু চোৰে নিদ্ৰা হৰণ কৰি আহিছে গৃহস্থৰ 
ধৃত গৰু চোৰ ক্ৰমে হাবিবুৰ ৰহমান,জিয়াবুৰ ৰহমান, আবুল বাশ্বাৰ।
উত্তেজিত ৰাইজে গৰু চুৰিত ব্যৱহৃত বাহন ভাঙি লণ্ডভণ্ড কৰে
ঘটনাস্থলীত লাওঁখোৱা চাপৰি আৰক্ষী উপস্থিত হৈ তিনি চোৰক থানালৈ লৈ যায় আৰু সোধপোচ অব্যাহত ৰাখিছে
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    17 hrs ago
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.