ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া বিশ্বনাথত উপস্থিত হৈছে। জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত হোৱা 'পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহআভিযান ২০২৬'ত অংশগ্ৰহণ কৰি তেওঁ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱনীৰ ওপৰত আধাৰিত এক প্ৰদৰ্শনী পৰ্যবেক্ষণ কৰে। এই অনুষ্ঠানত বিশ্বনাথ বিধানসভা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়ক পল্লব লোচন দাসে ৰাজ্যিক সভাপতিগৰাকীক বিপুল আদৰণি জনায়। এই অনুষ্ঠানতে সভাপতিগৰাকীয়ে নগাঁৱত হ’বলগীয়া উপ-নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে এই উপ-নিৰ্বাচনৰ বাবে ইতিমধ্যে এখন সমিতি গঠন কৰা হৈছে আৰু ইয়াৰ অধ্যক্ষৰ দায়িত্ব মন্ত্ৰী পিযুছ হাজৰিকাক অৰ্পণ কৰা হৈছে। উন্নয়ন আৰু সামগ্ৰিক বিকাশৰ স্বাৰ্থত নগাঁৱৰ জনসাধাৰণে বিজেপি তথা এন ডি এক সমৰ্থন জনাব বুলি তেওঁ আশা প্ৰকাশ কৰে। আনহাতে, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুন বৰাই বিজেপিত যোগদান কৰাক লৈ ওলোৱা বাতৰি সন্দৰ্ভত সভাপতিগৰাকীয়ে কয় যে বৰ্তমান এই ধৰণৰ কথাৰ উত্তৰ দিবলৈ তেওঁলোকৰ হাতত কোনো সমল নাই আৰু সময় আহিলে এই বিষয়ে নিশ্চয় জানিবলৈ দিয়া হ’ব।
ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া বিশ্বনাথত উপস্থিত হৈছে। জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত হোৱা 'পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহআভিযান ২০২৬'ত অংশগ্ৰহণ কৰি তেওঁ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱনীৰ ওপৰত আধাৰিত এক প্ৰদৰ্শনী পৰ্যবেক্ষণ কৰে।
এই অনুষ্ঠানত বিশ্বনাথ বিধানসভা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়ক পল্লব লোচন দাসে ৰাজ্যিক সভাপতিগৰাকীক বিপুল আদৰণি জনায়। এই অনুষ্ঠানতে সভাপতিগৰাকীয়ে নগাঁৱত হ’বলগীয়া উপ-নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে এই উপ-নিৰ্বাচনৰ বাবে ইতিমধ্যে এখন সমিতি
গঠন কৰা হৈছে আৰু ইয়াৰ অধ্যক্ষৰ দায়িত্ব মন্ত্ৰী পিযুছ হাজৰিকাক অৰ্পণ কৰা হৈছে। উন্নয়ন আৰু সামগ্ৰিক বিকাশৰ স্বাৰ্থত নগাঁৱৰ জনসাধাৰণে বিজেপি তথা এন ডি এক সমৰ্থন জনাব বুলি তেওঁ আশা প্ৰকাশ কৰে। আনহাতে, জ্যেষ্ঠ
কংগ্ৰেছ নেতা ৰিপুন বৰাই বিজেপিত যোগদান কৰাক লৈ ওলোৱা বাতৰি সন্দৰ্ভত সভাপতিগৰাকীয়ে কয় যে বৰ্তমান এই ধৰণৰ কথাৰ উত্তৰ দিবলৈ তেওঁলোকৰ হাতত কোনো সমল নাই আৰু সময় আহিলে এই বিষয়ে নিশ্চয় জানিবলৈ দিয়া হ’ব।
- ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া বিশ্বনাথত উপস্থিত হৈছে। জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত হোৱা 'পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহআভিযান ২০২৬'ত অংশগ্ৰহণ কৰি তেওঁ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱনীৰ ওপৰত আধাৰিত এক প্ৰদৰ্শনী পৰ্যবেক্ষণ কৰে। এই অনুষ্ঠানত বিশ্বনাথ বিধানসভা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়ক পল্লব লোচন দাসে ৰাজ্যিক সভাপতিগৰাকীক বিপুল আদৰণি জনায়। এই অনুষ্ঠানতে সভাপতিগৰাকীয়ে নগাঁৱত হ’বলগীয়া উপ-নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে এই উপ-নিৰ্বাচনৰ বাবে ইতিমধ্যে এখন সমিতি গঠন কৰা হৈছে আৰু ইয়াৰ অধ্যক্ষৰ দায়িত্ব মন্ত্ৰী পিযুছ হাজৰিকাক অৰ্পণ কৰা হৈছে। উন্নয়ন আৰু সামগ্ৰিক বিকাশৰ স্বাৰ্থত নগাঁৱৰ জনসাধাৰণে বিজেপি তথা এন ডি এক সমৰ্থন জনাব বুলি তেওঁ আশা প্ৰকাশ কৰে। আনহাতে, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুন বৰাই বিজেপিত যোগদান কৰাক লৈ ওলোৱা বাতৰি সন্দৰ্ভত সভাপতিগৰাকীয়ে কয় যে বৰ্তমান এই ধৰণৰ কথাৰ উত্তৰ দিবলৈ তেওঁলোকৰ হাতত কোনো সমল নাই আৰু সময় আহিলে এই বিষয়ে নিশ্চয় জানিবলৈ দিয়া হ’ব।4
- যদি আপুনি ডাঙৰ আকাৰৰ সতেজ লোকেল মাছ খাবলৈ আগ্ৰহী, তেন্তে নগাঁও জিলাৰ ৰূপহীহাটৰ শিঙিমাৰী মাছৰ খুচুৰা বজাৰখন আপোনাৰ বাবে এক উপযুক্ত গন্তব্যস্থান হ’ব পাৰে। এই বজাৰত প্ৰতিদিনে পুৱাৰ ভাগতেই বিভিন্ন নদী আৰু বিলৰ পৰা অনা সতেজ তথা ডাঙৰ মাছ বিক্ৰীৰ বাবে উপলব্ধ হয়।1
- ৰাজ্যত একাংশ ভুৱা আৰু ভণ্ড বেজ ওলোৱাক লৈ তীব্ৰ সতৰ্কতা জাৰি কৰা হৈছে। এই চক্ৰটোৱে প্ৰথমে বিভিন্ন সমস্যা সমাধানৰ ভিডিঅ' প্ৰস্তুত কৰে আৰু তাৰ পিছত সেইবোৰ সামাজিক মাধ্যমত আপলোড কৰে। গতিকে এনে লোকসকলৰ পৰা সকলোকে সাৱধান হ’বলৈ কোৱা হৈছে।1
- অসমীয়াৰ প্ৰাণৰো প্ৰাণ বিহু সন্দৰ্ভত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ দাসে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে।1
- নগাঁও জিলাৰ বটদ্ৰৱাৰ বাটমাৰীত এজন স্বয়ম্ভু দিব্যাং নেতাৰ বিৰুদ্ধে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই স্বয়ম্ভু নেতাগৰাকীৰ নাম মুস্তাফা কামাল বুলি জানিব পৰা গৈছে। তেওঁৰ বিৰুদ্ধে একত্ৰিত হৈ বাটমাৰীৰ স্থানীয় ৰাইজে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।1
- লখিমপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত আৰু বিহপুৰীয়া ক্ৰীড়া সন্হাৰ সহযোগত বিহপুৰীয়াৰ স্থায়ী খেলপথাৰত আজিৰে পৰা ১৭ বছৰ অনুৰ্দ্ধ অসম ফুটবল সন্হাৰ এফ মণ্ডলৰ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে। এই প্ৰতিযোগিতাৰ প্ৰথমখন খেল ধেমাজী বনাম বিশ্বনাথ চাৰিআলি একাদশৰ মাজত অনুষ্ঠিত হয়। লখিমপুৰ জিলা ক্ৰীড়া সন্হাৰ সহকাৰী সম্পাদক ভাস্কৰ চাবুকধৰাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত খেলখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিহপুৰীয়াৰ প্ৰ প্রাক্তন বিধায়ক দেৱানন্দ হাজৰিকাই। আজিৰ এই উদ্বোধনী খেলখন পৰিচালনা কৰে গুণিণ গগৈয়ে আৰু তেওঁক লাইনত সহায় কৰে কৌশিক নেওগ আৰু অমৃতবসমতাৰীয়ে। খেলখনত চতুৰ্থ ৰেফাৰী হিচাপে দায়িত্ব পালন কৰে দুষ্মন্ত মৰাঙে। বিহপুৰীয়াৰ পৰা নৱজ্যোতি শৰ্মাই জনোৱা অনুসৰি, অহা ১৯ জুলাইত এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব।3
- মৰিগাঁও জিলাৰ লহৰীঘাটত ন্যায়ৰ দাবী উত্থাপন হৈছে। ভুক্তভোগীয়ে ক্ষোভ প্ৰকাশ কৰি জনাইছে যে তেওঁলোকক ন্যায় লাগে আৰু এই সন্দৰ্ভত ওপৰৰ কৰ্তৃপক্ষকো জনোৱা হৈছিল। কিন্তু ইয়াৰ পিছতো কমিটিৰ মানুহখিনিয়ে এই বিষয়ত এতিয়ালৈকে একো কৰা নাই।1
- বিশ্বনাথ জিলা আৰক্ষীৰ উদ্যোগত আজি বিশ্বনাথৰ পানীভড়ালৰ আৰক্ষী চাউনিত বিগত বৰ্ষত জব্দ কৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য দাহন কৰা হৈছে। এই কাৰ্যসূচীত জিলাখনত পূৰ্বে জব্দ কৰা মুঠ ১৬৩ কেজি গাঞ্জা আৰু ১৮.৫ গ্ৰাম হেৰইন পুৰি ধ্বংস কৰা হয়। দাহন কৰা এই ড্ৰাগছ আৰু গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৮৬ লাখ টকা বুলি জানিব পৰা গৈছে। ইয়াৰে ভিতৰত গাঞ্জাখিনিৰ আনুমানিক মূল্য প্ৰায় ৮২ লাখ টকা আৰু হেৰইনৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৪ লাখ টকা। আজিৰ এই নিচাযুক্ত দ্ৰব্য দাহন কাৰ্যসূচীত বিশ্বনাথৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজাগৌৰান বসুমতাৰী, বিশ্বনাথৰ ন্যায়িক দণ্ডাধীশ প্ৰাঞ্জিতা কোঁৱৰ আৰু কাৰ্যবাহী দণ্ডাধীশ সংযুক্ত গগৈ আদি উপস্থিত থাকে।4