Shuru
Apke Nagar Ki App…
@ঐতিহ্যমণ্ডিত হাৰ্হি দেৱালয়ত দেৱীৰ চৰনত সেৱা লৈ ফাটবিহু কৰিলে বিভিন্ন জনগোষ্ঠীয়ে। @৩০৩ বছৰীয়া পুৰণি দেৱালয়খনত প্ৰতিবছৰে ৭ ব'হাগত হয় এই অনুষ্ঠান।
DK NEWS NE ASSAM
@ঐতিহ্যমণ্ডিত হাৰ্হি দেৱালয়ত দেৱীৰ চৰনত সেৱা লৈ ফাটবিহু কৰিলে বিভিন্ন জনগোষ্ঠীয়ে। @৩০৩ বছৰীয়া পুৰণি দেৱালয়খনত প্ৰতিবছৰে ৭ ব'হাগত হয় এই অনুষ্ঠান।
More news from Assam and nearby areas
- *অহা ৩ জানুৱাৰীত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিৱসাগৰত মঞ্চস্থ হ’ব জুবিন গাৰ্গ সোঁৱৰণী নাটক "ৰাজপথৰ বেশ্যা"* শিৱসাগৰ জিলাৰ বিশেষ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান *সমন্বয় সাংস্কৃতিক গোষ্ঠী* ৰ উদ্যোগত আৰু অসমৰ সৰ্ববৃহৎ নাট্য অনুষ্ঠান "অসম নাট্য সন্মিলন-শিৱসাগৰ শাখা"ৰ সৌজন্যত তথা শিৱসাগৰবাসী ৰাইজৰ সহযোগত সাম্প্ৰতিক সময়ৰ নিচামুক্ত সমাজখনৰ পৰা আঁতৰাই নৱপ্ৰজন্মক নাট্য সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ মানসেৰে অহা ইংৰাজী নৱবৰ্ষৰ ০৩ জানুৱাৰী-২০২৬ চন শনিবাৰে শিৱসাগৰ নগৰৰ *হিন্দু ধৰ্ম্মসভা নামঘৰ প্ৰেক্ষাগৃহ* ত সন্ধ্যা ৬ বজাত মঞ্চস্থ হ’ব বিশিষ্ট গল্পকাৰ, নাট্যকাৰ প্ৰয়াত শান্তনু বৰুৱা দেৱৰ দ্বাৰা ৰচিত পূৰ্ণাংগ নাটক *"ৰাজপথৰ বেশ্যা"* ৷ উল্লেখযোগ্য যে, অসমৰ হিয়াৰ আমঠু, হামিং কিং, বোলছবি নিৰ্মাতা, অভিনেতা জুবিন গাৰ্গৰ স্মৃতিত মঞ্চস্থ হ’বলগীয়া নাটখনি সামাজিক সচেতনতাক বিপথে পৰিচালিত কৰিব খোজা এটা সামাজিক গোষ্ঠীৰ ওপৰত নিৰ্ভৰ কৰি ৰচনা কৰা। নাটকখনৰ পৰিচালক বিকাশ বৰদলৈ আৰু সহঃপৰিচালকৰ দায়িত্বত আছে পাৰ্থ প্ৰতীম শৰ্মা৷ আনহাতে সামগ্ৰিক পৰিকল্পনা আৰু ব্যৱস্থাপনা অমৃত কুমাৰ শৰ্মা ৷ নাটকখনত সমন্বয় সাংস্কৃতিক গোষ্ঠী আৰু অসম নাট্য সন্মিলনৰ শিল্পীবৃন্দৰ লগতে কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে অভিনয়ৰে অলংকৃত কৰিছে বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে ৷ সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ মুখ্য সমন্বয়ক পৰী শইকীয়াই নাট্যসন্ধ্যাটি উপভোগ কৰিবলৈ সকলো ৰাইজকে আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছে ৷3
- Post by Swapamaiar1
- fanney comedy 🤣1
- ছয়গাঁৱৰ পাতগাৱত নামঘৰৰ শুভ উদ্বোধনী কৰে ছয়গাঁও সমষ্টিৰ বিধায়কে1
- 🤣 fanney enjoy1
- দক্ষিণ কামৰূপৰ কুকৰমাৰাত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা1