logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

5 hrs ago
user_Swapamaiar
Swapamaiar
Jirang, Ri Bhoi•
5 hrs ago

More news from Ri Bhoi and nearby areas
  • Post by Swapamaiar
    1
    Post by Swapamaiar
    user_Swapamaiar
    Swapamaiar
    Jirang, Ri Bhoi•
    5 hrs ago
  • fanney comedy 🤣
    1
    fanney comedy 🤣
    user_Anupam Rabha
    Anupam Rabha
    Farmer Bamuni Gaon•
    3 hrs ago
  • ছয়গাঁৱৰ পাতগাৱত নামঘৰৰ শুভ উদ্বোধনী কৰে ছয়গাঁও সমষ্টিৰ বিধায়কে
    1
    ছয়গাঁৱৰ পাতগাৱত নামঘৰৰ শুভ উদ্বোধনী কৰে ছয়গাঁও সমষ্টিৰ বিধায়কে
    user_Jeet Das
    Jeet Das
    ছয়গাঁও, কামৰূপ, অসম•
    16 hrs ago
  • *অহা ৩ জানুৱাৰীত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিৱসাগৰত মঞ্চস্থ হ’ব জুবিন গাৰ্গ সোঁৱৰণী নাটক "ৰাজপথৰ বেশ্যা"* শিৱসাগৰ জিলাৰ বিশেষ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান *সমন্বয় সাংস্কৃতিক গোষ্ঠী* ৰ উদ্যোগত আৰু অসমৰ সৰ্ববৃহৎ নাট্য অনুষ্ঠান "অসম নাট্য সন্মিলন-শিৱসাগৰ শাখা"ৰ সৌজন্যত তথা শিৱসাগৰবাসী ৰাইজৰ সহযোগত সাম্প্ৰতিক সময়ৰ নিচামুক্ত সমাজখনৰ পৰা আঁতৰাই নৱপ্ৰজন্মক নাট্য সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ মানসেৰে অহা ইংৰাজী নৱবৰ্ষৰ ০৩ জানুৱাৰী-২০২৬ চন শনিবাৰে শিৱসাগৰ নগৰৰ *হিন্দু ধৰ্ম্মসভা নামঘৰ প্ৰেক্ষাগৃহ* ত সন্ধ্যা ৬ বজাত মঞ্চস্থ হ’ব বিশিষ্ট গল্পকাৰ, নাট্যকাৰ প্ৰয়াত শান্তনু বৰুৱা দেৱৰ দ্বাৰা ৰচিত পূৰ্ণাংগ নাটক *"ৰাজপথৰ বেশ্যা"* ৷ উল্লেখযোগ্য যে, অসমৰ হিয়াৰ আমঠু, হামিং কিং, বোলছবি নিৰ্মাতা, অভিনেতা জুবিন গাৰ্গৰ স্মৃতিত মঞ্চস্থ হ’বলগীয়া নাটখনি সামাজিক সচেতনতাক বিপথে পৰিচালিত কৰিব খোজা এটা সামাজিক গোষ্ঠীৰ ওপৰত নিৰ্ভৰ কৰি ৰচনা কৰা। নাটকখনৰ পৰিচালক বিকাশ বৰদলৈ আৰু সহঃপৰিচালকৰ দায়িত্বত আছে পাৰ্থ প্ৰতীম শৰ্মা৷ আনহাতে সামগ্ৰিক পৰিকল্পনা আৰু ব্যৱস্থাপনা অমৃত কুমাৰ শৰ্মা ৷ নাটকখনত সমন্বয় সাংস্কৃতিক গোষ্ঠী আৰু অসম নাট্য সন্মিলনৰ শিল্পীবৃন্দৰ লগতে কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে অভিনয়ৰে অলংকৃত কৰিছে বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে ৷ সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ মুখ্য সমন্বয়ক পৰী শইকীয়াই নাট্যসন্ধ্যাটি উপভোগ কৰিবলৈ সকলো ৰাইজকে আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছে ৷
    3
    *অহা ৩ জানুৱাৰীত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিৱসাগৰত মঞ্চস্থ হ’ব জুবিন গাৰ্গ সোঁৱৰণী নাটক "ৰাজপথৰ বেশ্যা"*
শিৱসাগৰ জিলাৰ বিশেষ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান *সমন্বয় সাংস্কৃতিক গোষ্ঠী*  ৰ উদ্যোগত আৰু অসমৰ সৰ্ববৃহৎ নাট্য অনুষ্ঠান "অসম নাট্য সন্মিলন-শিৱসাগৰ শাখা"ৰ সৌজন্যত তথা শিৱসাগৰবাসী ৰাইজৰ সহযোগত সাম্প্ৰতিক সময়ৰ নিচামুক্ত সমাজখনৰ পৰা আঁতৰাই নৱপ্ৰজন্মক নাট্য সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ মানসেৰে অহা ইংৰাজী নৱবৰ্ষৰ ০৩ জানুৱাৰী-২০২৬ চন শনিবাৰে শিৱসাগৰ নগৰৰ *হিন্দু ধৰ্ম্মসভা নামঘৰ প্ৰেক্ষাগৃহ* ত সন্ধ্যা ৬ বজাত মঞ্চস্থ হ’ব বিশিষ্ট গল্পকাৰ, নাট্যকাৰ প্ৰয়াত শান্তনু বৰুৱা দেৱৰ দ্বাৰা ৰচিত পূৰ্ণাংগ নাটক *"ৰাজপথৰ বেশ্যা"* ৷ উল্লেখযোগ্য যে, অসমৰ হিয়াৰ আমঠু, হামিং কিং, বোলছবি নিৰ্মাতা, অভিনেতা জুবিন গাৰ্গৰ স্মৃতিত মঞ্চস্থ হ’বলগীয়া নাটখনি সামাজিক সচেতনতাক বিপথে পৰিচালিত কৰিব খোজা এটা সামাজিক গোষ্ঠীৰ ওপৰত নিৰ্ভৰ কৰি ৰচনা কৰা। নাটকখনৰ পৰিচালক বিকাশ বৰদলৈ আৰু সহঃপৰিচালকৰ দায়িত্বত আছে পাৰ্থ প্ৰতীম শৰ্মা৷ আনহাতে সামগ্ৰিক পৰিকল্পনা আৰু ব্যৱস্থাপনা অমৃত কুমাৰ শৰ্মা ৷ নাটকখনত সমন্বয় সাংস্কৃতিক গোষ্ঠী আৰু অসম নাট্য সন্মিলনৰ শিল্পীবৃন্দৰ লগতে কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে অভিনয়ৰে অলংকৃত কৰিছে বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে ৷ সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ মুখ্য সমন্বয়ক পৰী শইকীয়াই নাট্যসন্ধ্যাটি উপভোগ কৰিবলৈ সকলো ৰাইজকে আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছে ৷
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    Journalist Sivasagar, Assam•
    9 hrs ago
  • 🤣 fanney enjoy
    1
    🤣 fanney enjoy
    user_Anupam Rabha
    Anupam Rabha
    Farmer Bamuni Gaon•
    16 hrs ago
  • দক্ষিণ কামৰূপৰ কুকৰমাৰাত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা
    1
    দক্ষিণ কামৰূপৰ কুকৰমাৰাত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা
    user_Jeet Das
    Jeet Das
    ছয়গাঁও, কামৰূপ, অসম•
    16 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.