Shuru
Apke Nagar Ki App…
গোলোকগঞ্জত এখন তীব্ৰবেগী নীলা ৰঙৰ অল্টো বাহনে মহতিয়াই নিলে দুগৰাকী ব্যক্তিক দুওৰে অৱস্থা অধিক সংকটজনক হোৱাত গোলোকগঞ্জ প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ পৰা ধুবুৰী মেডিকেল কলেজ আৰু হাস্পতাললৈ প্ৰেৰণ কৰে এজনৰ নাম ৰামজিবন সৰকাৰ (58) ঘৰ চক্কৰ লাইন আৰু আন এজন গৌতম কৰ্মকাৰ (40) ঘৰ ৰায়পুৰ ৰামজিবনে ঘৰৰ পৰা দোকানত আহিছিল বস্তু লবলৈ আৰু গৌতম কৰ্মকাৰে চাইকেলেৰে ঘৰৰ পৰা গোলোকগঞ্জ অভিমুখ গৈ আছিল গৈ থকা অৱস্থাত নীলা ৰঙৰ এখন অল্টো বাহনে খুন্দিয়াই পলায়ন কৰে স্থানীয় ৰাইজৰ দাবী এইয়াই যে পলায়ন কৰা গাড়ীখন অতি সোনকালে জব্দ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে
STAR Live24

More news from অসম and nearby areas
- প্ৰনৱাশীষ ৰয় ধুবুৰী সদৰ:১১ এপ্ৰিল ধুবুৰীৰ আগমনি প্ৰেছ ক্লাৱৰ সভাপতি , আমাৰ অসম, তথা NKTV Plus ৰ সাংবাদিক প্ৰদীপ সেন টেক্সি আজি চিলাৰায় নাৰ্ছিং হোমত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত প্ৰদীপ সেন টেক্মিৰ বয়স হৈছিল ৪৯ বছৰ। পুৱা হঠাৎ অসুস্থ হোৱাত ভৰ্ত্তি কৰিছিল ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত। চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল। কিন্তু ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ওলাই লৈ অহাৰ লগে লগে আৰু অৱনতি ঘটে স্বাস্থ্যৰ। লগে লগে ধুবুৰী চিলাৰায় নাৰ্ছিং হোমত ভৰ্ত্তি কৰে যদিও নাৰ্ছিং হোম ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত সাংবাদিক গৰাকীয়ে পত্নী, দুগৰাকী কণ্যা আৰু অলেখ আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়। প্ৰদীপ কুমাৰ সেন ৰ মৃত্যুত ধুবুৰী সাংবাদিক মহলত শোকৰ ছাঁ পৰিছে।1
- Post by TIME 24 ASSAM1
- গোৱালপাৰাৰ খলিছাভিটা জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ছাত্ৰী ববিনা পাৰবিনে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৯১.৬৬ শতাংশ নম্বৰ লাভ কৰি বৃহত্তৰ অঞ্চলত গৌৰৱ কঢ়িয়াই আনে #pratdintalks1
- Post by T News1
- ভুলটো নকৰিব বিনা দোষ লৈ মাৰপিট নহলে আপুনিও 7 বছৰ লৈ জেলত থাকিব লাগিব1
- 📌মাত্র ৫০০০ টকা জমা কৰিলে পাব ৩.৫ লাখ টকা!1
- উল্লেখযোগ্য যে ৰঙালী বিহু লৈ মাজত মাথোঁ কেইটামান দিন বাকী তেনে ক্ষেত্ৰত ছয়গাঁৱৰ মহাশ্বেতা বিদ্যামন্দিৰত উদযাপন কৰা হৈছে প্ৰাক ৰঙালী চ'ৰা। ৰাতিপুৱাৰে পৰা বিভিন্ন ধৰণৰ কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় এই অনুষ্ঠান। তাৰ পিছতে ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় বিহু নৃত্যৰ প্ৰতিযোগিতা। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত উপস্থিত থাকে ছয়গাঁৱৰ বহু কেইগৰাকী জেষ্ঠ ব্যক্তি। ছাত্ৰ - ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়ত্ৰী সকলোৱে অংশগ্ৰহণ কৰে এই অনুষ্ঠানটোত।1
- 📌আপোনাৰ শিশু সন্তানটিক উন্নতি শিক্ষা প্ৰদান কৰিব বিচাৰিছে নেকি? 📌তেন্তে আপোনালোকৰ বাবে অতিকৈ ভাল খবৰ 📌আপোনাৰ সন্তানক উন্নত শিক্ষা প্ৰদানৰ বাবে ছানৰাইছ একাডেমীয়ে আনিছে এটি ভাল খবৰ1