logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

গোলাঘাট জিলাত এতিয়াৰে পৰা austex agro ৰ সুস্বাদু খাদ্যৰ সোৱাদ লবলৈ পাব খাদ্য প্ৰেমী সকলে।গোলাঘাট জিলাৰ তেলগৰমত আৰম্ভ হল এই বিশেষ কোম্পানীতোৰ সুস্বাদু নোডেলছ আৰু বিভিন্ন আমিষ খাদ্যৰ বিপনী। হয় গোলাঘাট জিলাত উপলব্ধ হৈছে এতিয়া austex agro ৰ সুস্বাদু খাদ্যৰ ।বিভিন্ন আমিষ নোডেলছৰ লগতে বিভিন্ন আমিষ খাদ্য।এই বিশেষ কোম্পানীতোৰ খাদ্যৰ সোৱাদ লবলৈ বিচাৰে আমিষ খাদ্যপ্ৰেমী সকল।এতিয়া এই বিশেষ কোম্পানীতোৰ আমিষ খাদ্যৰ সোৱাদ লব পাৰিব নুমলীগড়ৰ টেলগৰমৰ এখন বিপনীত।টেলগৰমত আৰম্ভ কৰা ৰেষ্টুৰেণ্ট ম প্লঙ কীটচেনত  এতিয়া খাদ্যৰ জুতি লব পাৰিব austex agro ৰ সুস্বাদু খাদ্যৰ।ইতিমধ্যে খাদ্যপ্ৰেমী সকলৰ মাজত জনপ্ৰিয় হৈ পৰিছে এই বিশেষ আমিষ খাদ্য সমূহ।

on 21 January
user_D B
D B
সাংবাদিক মৰঙী, গোলাঘাট, অসম•
on 21 January

গোলাঘাট জিলাত এতিয়াৰে পৰা austex agro ৰ সুস্বাদু খাদ্যৰ সোৱাদ লবলৈ পাব খাদ্য প্ৰেমী সকলে।গোলাঘাট জিলাৰ তেলগৰমত আৰম্ভ হল এই বিশেষ কোম্পানীতোৰ সুস্বাদু নোডেলছ আৰু বিভিন্ন আমিষ খাদ্যৰ বিপনী। হয় গোলাঘাট জিলাত উপলব্ধ হৈছে এতিয়া austex agro ৰ সুস্বাদু খাদ্যৰ ।বিভিন্ন আমিষ নোডেলছৰ লগতে বিভিন্ন আমিষ খাদ্য।এই বিশেষ কোম্পানীতোৰ খাদ্যৰ সোৱাদ লবলৈ বিচাৰে আমিষ খাদ্যপ্ৰেমী সকল।এতিয়া এই বিশেষ কোম্পানীতোৰ আমিষ খাদ্যৰ সোৱাদ লব পাৰিব নুমলীগড়ৰ টেলগৰমৰ এখন বিপনীত।টেলগৰমত আৰম্ভ কৰা ৰেষ্টুৰেণ্ট ম প্লঙ কীটচেনত  এতিয়া খাদ্যৰ জুতি লব পাৰিব austex agro ৰ সুস্বাদু খাদ্যৰ।ইতিমধ্যে খাদ্যপ্ৰেমী সকলৰ মাজত জনপ্ৰিয় হৈ পৰিছে এই বিশেষ আমিষ খাদ্য সমূহ।

  • user_User8098
    User8098
    Naobaicha, Lakhimpur
    👏
    on 26 January
  • user_User9772
    User9772
    Golaghat, Assam
    🙏
    on 21 January
More news from অসম and nearby areas
  • খুমটাই বিধান সভা সমষ্টিৰ মৰঙিত ঝাৰখণ্ডৰ মূখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ প্ৰচাৰ সভা। ভাষন প্ৰসংগত মূখ্যমন্ত্ৰী গৰাকীয়ে ক্ষুৰধাৰ সমালোচনা কৰে বিজেপি শাসিত চৰকাৰ খনক।অসমৰ অৱস্থা ডাৱল ইঞ্জিন চৰকাৰৰ দিনত ঝাৰখণ্ড তকৈও শোচনীয়। বিশেষকৈ গাঁও অঞলৰ পথ, মানুহৰ ঘৰ দুৱাৰ, বিজুলী ব্যৱস্থা সকলোৰে অৱস্থা অতিকৈ শোচনীয়। ডাৱল ইঞ্জিন চৰকাৰৰ দিনত চাহ শ্ৰমিকৰ অৱস্থা অতি দুখ লগা।
    2
    খুমটাই  বিধান  সভা সমষ্টিৰ  মৰঙিত ঝাৰখণ্ডৰ  মূখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ প্ৰচাৰ  সভা। ভাষন  প্ৰসংগত  মূখ্যমন্ত্ৰী গৰাকীয়ে ক্ষুৰধাৰ সমালোচনা  কৰে  বিজেপি  শাসিত চৰকাৰ খনক।অসমৰ  অৱস্থা  ডাৱল  ইঞ্জিন  চৰকাৰৰ দিনত ঝাৰখণ্ড তকৈও  শোচনীয়। বিশেষকৈ  গাঁও অঞলৰ পথ, মানুহৰ ঘৰ দুৱাৰ, বিজুলী ব্যৱস্থা  সকলোৰে  অৱস্থা  অতিকৈ  শোচনীয়। ডাৱল ইঞ্জিন চৰকাৰৰ দিনত  চাহ শ্ৰমিকৰ অৱস্থা অতি  দুখ লগা।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    19 hrs ago
  • মেৰাপানীত এগৰাকী মহিলাক ঘৰলৈ মাতি ডিঙি চেপি মাৰ পিট কৰাৰ গুৰুত্বৰ অভিযোগ ইদুল আলী নামৰ এজন লোকৰ বিৰুদ্ধে l মেৰাপানীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ মেৰাপানীৰ ৰামপুৰ গাঁৱত এগৰাকী মহিলাক মাৰপিটৰ ঘটনাৰ গুৰুত্বৰ অভিযোগ এজন লোকৰ বিৰুদ্ধে l বৃহস্পতি বাৰে নিশা ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ ইদুল আলী নামৰ এজন লোকৰ বিৰুদ্ধে মাৰ পিটৰ গুৰুত্বৰ অভিযোগ ভুক্তভোগীৰ গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে গোলাঘাট শ্বহীদ কোশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসকে প্ৰেৰন কৰিছে
    1
    মেৰাপানীত এগৰাকী মহিলাক ঘৰলৈ মাতি ডিঙি চেপি  মাৰ পিট  কৰাৰ গুৰুত্বৰ অভিযোগ ইদুল আলী নামৰ এজন লোকৰ বিৰুদ্ধে l   মেৰাপানীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ মেৰাপানীৰ ৰামপুৰ গাঁৱত এগৰাকী মহিলাক মাৰপিটৰ ঘটনাৰ গুৰুত্বৰ অভিযোগ এজন লোকৰ বিৰুদ্ধে l বৃহস্পতি বাৰে নিশা ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ   আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ ইদুল আলী নামৰ এজন লোকৰ বিৰুদ্ধে মাৰ পিটৰ গুৰুত্বৰ অভিযোগ ভুক্তভোগীৰ গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে গোলাঘাট শ্বহীদ কোশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসকে প্ৰেৰন কৰিছে
    user_Malobika bora
    Malobika bora
    গোলাঘাট, গোলাঘাট, অসম•
    22 hrs ago
  • Post by Mahendra Pqgag
    1
    Post by Mahendra Pqgag
    user_Mahendra Pqgag
    Mahendra Pqgag
    গহপুৰ, বিশ্বনাথ, অসম•
    2 hrs ago
  • Post by KHABAR 24 BISWANATH
    1
    Post by KHABAR 24 BISWANATH
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    43 min ago
  • MAJULI NEWS BHAITI RICHONG মাজুলীত এছ ইউ চি আই (চি) প্ৰাৰ্থী হিচাপে টছ লাইতৰ ছবিত প্ৰতিদন্দিতা কমৰেড ভাইতি ৰিচঙৰ। উগ্ৰ প্ৰাদেশিকতাবাদ ‍আৰু উগ্ৰ সাম্প্ৰদায়িকতা বাদৰ আক্ৰমণত বিধ্বস্ত অসমত শক্তিশালী ঐক্যবদ্ধ গণ আন্দোলন গঢ়ি তুলিবলৈ আৰু ব‍ানপন্থী ‍আন্দোলন পুনৰুজ্জীৱিত কৰিবলৈ ৯৮ নং মাজুলী জনজাতি বিধান সমষ্টিৰ পৰা এছ ইউ চি আই (চি) মনোনীত প্ৰাৰ্থী কমৰেড ভাইতি ৰিচঙৰ নিৰ্বাচনী প্ৰচাৰ। মাজুলীৰ ব্যৱসায়িক স্থান সমূহত প্ৰচাৰ ভাইতি ৰিচঙৰ। বিজেপি কংগ্ৰেছ সকলো ৰাজনৈতিক দলক কঠোৰ ভাষাৰে সমালোচনা ভাইতি ৰিচঙৰ।
    1
    MAJULI NEWS BHAITI RICHONG
মাজুলীত এছ ইউ চি আই (চি) প্ৰাৰ্থী হিচাপে টছ লাইতৰ ছবিত প্ৰতিদন্দিতা  কমৰেড ভাইতি ৰিচঙৰ।
উগ্ৰ প্ৰাদেশিকতাবাদ ‍আৰু উগ্ৰ সাম্প্ৰদায়িকতা বাদৰ আক্ৰমণত বিধ্বস্ত  অসমত শক্তিশালী ঐক্যবদ্ধ গণ আন্দোলন গঢ়ি তুলিবলৈ আৰু ব‍ানপন্থী ‍আন্দোলন পুনৰুজ্জীৱিত কৰিবলৈ ৯৮ নং মাজুলী জনজাতি বিধান  সমষ্টিৰ পৰা এছ ইউ চি আই (চি) মনোনীত প্ৰাৰ্থী কমৰেড ভাইতি ৰিচঙৰ  নিৰ্বাচনী প্ৰচাৰ।
মাজুলীৰ ব্যৱসায়িক স্থান সমূহত  প্ৰচাৰ ভাইতি ৰিচঙৰ। 
বিজেপি কংগ্ৰেছ সকলো ৰাজনৈতিক দলক কঠোৰ ভাষাৰে সমালোচনা ভাইতি ৰিচঙৰ।
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    2 hrs ago
  • লখিমপুৰ জিলাৰ ঙানদীত NDA প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ প্ৰচাৰ অভিযান।
    1
    লখিমপুৰ জিলাৰ ঙানদীত  NDA  প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ প্ৰচাৰ অভিযান।
    user_পুৰন্দৰ গগৈ
    পুৰন্দৰ গগৈ
    Graphic designer ধকুৱাখানা (পিটি), লখিমপুৰ, অসম•
    21 hrs ago
  • শিৱসাগৰ জিলাৰ মেটেকা কুৰুলাকটীয়া গাঁৱৰ যুৱ সমাজৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত, মেটেকা কুৰুলাকটীয়া গাঁৱৰ নামঘৰত স্থানীয় যুৱক-যুৱতীসকলৰ দ্বাৰা অলপতে #ভৰতৰ নন্দীগ্ৰাম যাত্ৰা, জটায়ুৰ বীৰগতি লাভ# শীৰ্ষক ভাওনা প্ৰদৰ্শন কৰা হয় ৷ নাটখনিয়ে দৰ্শনৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে, সকলো শিল্পীৰ লগতে বিশেষকৈ ভৰতৰ চৰিত্ৰত অভিনয় কৰা যুৱ শিল্পী বিকি বুঢ়াগোহাঁইৰ সুন্দৰ অভিনয়ে সাংস্কৃতিকপ্ৰেমী ৰাইজক আপ্লুত কৰি তোলে ৷
    3
    শিৱসাগৰ জিলাৰ মেটেকা কুৰুলাকটীয়া গাঁৱৰ যুৱ সমাজৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত, মেটেকা কুৰুলাকটীয়া গাঁৱৰ নামঘৰত স্থানীয় যুৱক-যুৱতীসকলৰ দ্বাৰা অলপতে #ভৰতৰ নন্দীগ্ৰাম যাত্ৰা, জটায়ুৰ বীৰগতি লাভ# শীৰ্ষক ভাওনা প্ৰদৰ্শন কৰা হয় ৷ নাটখনিয়ে দৰ্শনৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে, সকলো শিল্পীৰ লগতে বিশেষকৈ ভৰতৰ চৰিত্ৰত অভিনয় কৰা যুৱ শিল্পী বিকি বুঢ়াগোহাঁইৰ সুন্দৰ অভিনয়ে সাংস্কৃতিকপ্ৰেমী ৰাইজক আপ্লুত কৰি তোলে ৷
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    10 hrs ago
  • SLUG _MAJULI SENIOR CITIZEN VOTE  মাজুলীত ৮৫ উৰ্দ্ধৰ আৰু বিশেষ ভাবে সক্ষম  ভোটাৰ ভোটদান। ৯ এপিলত সমগ্ৰ অসমতে হ'বলগীয়া এটা পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাঠো ৮ টা দিন বাকী থকা অৱস্থাত মাজুলী সমষ্টিতো ৮৫ বছৰ উদ্ধৰ পুৰুষ-মহিলা আৰু ৫০% ওপৰৰ বিশেষ ভাবে সক্ষম ভোটাৰ সকলৰ ঘৰে ঘৰে গৈ ভোট সংগ্ৰহ কৰিছে মাজুলী জিলা নিৰ্বাচনী বিভাগে। ৩১ মাৰ্চৰ পৰা ২ এপিললৈ চলিব এই ভোটদান প্ৰক্ৰিয়া। মাজুলীৰ ৫ টা দলে ঘৰে ঘৰে গৈ ৮৫ উৰ্দ্ধৰ পুৰুষ মহিলা আৰু বিশেষ ভাবে সক্ষম ব্যক্তিসকলৰ পোষ্টেল বেলট পেপাৰৰ জড়িয়তে ভোট সংগ্ৰহ কৰিছে। ঘৰতে ভোটদান কৰিবলৈ পাই নিজকে সৌভাগ্যবান বুলি কৈছে ভোটাৰ সকলে। নিজৰ ঘৰতে ভোটদান কৰিবলৈ পাই আনন্দিত ককা আইতা  হত। এই  ভোট দান প্ৰক্ৰিয়াৰ জড়িয়তে ভোটৰ হাৰ বৃদ্ধি পাব।
    1
    SLUG _MAJULI SENIOR CITIZEN VOTE 
মাজুলীত ৮৫ উৰ্দ্ধৰ আৰু বিশেষ ভাবে সক্ষম  ভোটাৰ ভোটদান।
৯ এপিলত সমগ্ৰ অসমতে হ'বলগীয়া এটা পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাঠো ৮ টা দিন বাকী থকা অৱস্থাত মাজুলী সমষ্টিতো ৮৫ বছৰ উদ্ধৰ পুৰুষ-মহিলা আৰু ৫০% ওপৰৰ বিশেষ ভাবে সক্ষম ভোটাৰ সকলৰ ঘৰে ঘৰে গৈ ভোট সংগ্ৰহ কৰিছে মাজুলী জিলা নিৰ্বাচনী বিভাগে।
৩১ মাৰ্চৰ পৰা ২ এপিললৈ চলিব এই ভোটদান প্ৰক্ৰিয়া।
মাজুলীৰ ৫ টা দলে ঘৰে ঘৰে গৈ ৮৫ উৰ্দ্ধৰ পুৰুষ মহিলা আৰু বিশেষ ভাবে সক্ষম ব্যক্তিসকলৰ পোষ্টেল বেলট পেপাৰৰ জড়িয়তে ভোট সংগ্ৰহ কৰিছে।
ঘৰতে ভোটদান কৰিবলৈ পাই নিজকে সৌভাগ্যবান বুলি কৈছে ভোটাৰ সকলে।
নিজৰ ঘৰতে ভোটদান কৰিবলৈ পাই আনন্দিত ককা আইতা  হত।
এই  ভোট দান প্ৰক্ৰিয়াৰ জড়িয়তে ভোটৰ হাৰ বৃদ্ধি পাব।
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    13 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.