Shuru
Apke Nagar Ki App…
ভোগালী বিহুৰ বাবে চৰাইদেউ জিলা প্ৰশাসনে ধাৰ্য কৰা খাদ্য সামগ্ৰীৰ মূল্যৰ তালিকা।
Charaideo news
ভোগালী বিহুৰ বাবে চৰাইদেউ জিলা প্ৰশাসনে ধাৰ্য কৰা খাদ্য সামগ্ৰীৰ মূল্যৰ তালিকা।
More news from অসম and nearby areas
- বৰমথুৰাপুৰ চকলীয়া গাঁৱত মাঘী উৎসৱ আয়োজন ভোগালী বিহুৰ উপলক্ষে ১৫ জানুৱাৰী বুধবাৰে বৰমথুৰাপুৰ চকলীয়া গাঁৱত বিভিন্ন কাৰ্য্যসূচীৰে এদিনীয়া মাঘী উৎসৱ উদযাপনৰ বৃহৎ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে।1
- "স্বাধীনতাৰ ৭৭ বছৰৰ পাছতো অসমত সাধাৰণ জাতি লোকৰ অৱস্থা তৃতীয় শ্ৰেণী নাগৰিকৰ দৰে" "বিভিন্ন চৰকাৰসমূহৰ দৰে ১০ বছৰ হ’বলৈ উপক্ৰম হোৱা বৰ্তমানৰ বিজেপি চৰকাৰখনেও সাধাৰণ জাতিৰ বাবে সদ্দিচ্ছা প্ৰকাশ নকৰিলে" "অনাগত বিধানসভা নিৰ্বাচনৰ আগতেই #সাধাৰণ জাতি উন্নয়ন পৰিষদ# গঠন কৰক" "সাধাৰণ জাতিৰ লোকসকলৰ বাবে বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে অসমখনক জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰক" 📌শিৱসাগৰৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সকীয়নি "সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম" ৰ কেন্দ্ৰীয় মুখপাত্ৰ #ৰাজলক্ষ্মী ভূঞাৰ #CM Dr Himanta Biswa Sarma #President, State BJP2
- নিখিল ভাৰত কৃষক সভাৰ সন্মিলন অনুষ্ঠিত হয় । গহপুৰ হেলেম বিহালী আঞ্চলিক কমিটী গঠন কৰা হয়। এটি দৃশ্য উপভোগ কৰিব।3
- যোগীজান আমলিপুকুৰ ৰিজাৰ্ভ ক্ৰিকেট প্ৰতিযোগিতাত হোৱা কাজিয়াৰ বাবে ভাইৰেল হৈ পৰিছে ভিডিঅ’1
- তেজপুৰত উপস্থিত হৈ গৌৰক গগৈক সমালোচনা মুখ্যমন্ত্ৰীৰ1
- যোৱা ৰবিবাৰে নিশা ৯ বজাত দক্ষিণ কামৰূপ জিলাৰ গৰৈমাৰীৰ বৰভিঠাত মথাউৰিৰ পৰা ঘৰৰ ওপৰত ডাম্পাৰ বাগৰি পৰি দুজন লোকৰ মৃত্যু হোৱাত আজি পুনৰ ঘটনাস্থলীত উপস্থিত হয় কৃষক মুক্তি সংগ্ৰাম সমিতৰ নেতা1
- jone liver best comedy 🤣1
- *আজি বিহুৰ উৰুকা, মথুৰাপুৰ বজাৰত উভৈনদী ভোগালীৰ সামগ্ৰী।* উখল-মাখল মথুৰাপুৰ বজাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মথুৰাপুৰ অঞ্চলতো দেখা গৈছে ভোগালী বিহুৰ উৎসাহ উদ্দীপনা । ভোগালী বিহুৰ উপলক্ষে মথুৰাপুৰত বহিছে বিহুৰ বিশেষ বজাৰ। বজাৰত দেখা গৈছে বিভিন্ন বিধৰ মাছেৰে উভৈনদী হৈ পৰিছে বজাৰ। টেকেলী দৈ, চুঙা দৈ, গুৰ, চিৰা, সান্দহ, কাঠ আলু, মিঠা আলু, নাৰিকলৰ লগতে বিধে বিধে তিলৰ পিঠা, তেল পিঠা ,লাড়ু আদিৰে বজাৰ উভৈনদী হৈ পৰিছে। অন্যহাতে অঞ্চলটোৰ গাঁৱে-চহৰে সাজি উলিয়াইছে ভেলাঘৰ, মেজি, ভোজৰ থলী। ভোগালী বিহুৰ উৰুকাত সজীৱ কৰি তোলে লগে-ভাগে খোৱাৰ পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্য, একতা আৰু ভাতৃত্ববোধ। ভোগালী বিহু মানেই উৰুকাৰ নিশা ভেলাঘৰত লগে-ভাগে এসাঁজ খোৱাৰ মধুৰ পৰম্পৰা। লখিমী পথাৰখনত সোণগুটি চপোৱাৰ সময়খিনিৰ ক্লান্তি - অৱসাদখিনি পাহৰাই ভোগালীয়ে সিঁচি দিয়ে প্ৰাপ্তি আৰু ভোগৰ আনন্দ।1