logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বৰমথুৰাপুৰ চকলীয়া গাঁৱত মাঘী উৎসৱ আয়োজন ভোগালী বিহুৰ উপলক্ষে ১৫ জানুৱাৰী বুধবাৰে বৰমথুৰাপুৰ চকলীয়া গাঁৱত বিভিন্ন কাৰ্য্যসূচীৰে এদিনীয়া মাঘী উৎসৱ উদযাপনৰ বৃহৎ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে।

2 hrs ago
user_Charaideo news
Charaideo news
Journalist মাহমৰা, চৰাইদেউ, অসম•
2 hrs ago

বৰমথুৰাপুৰ চকলীয়া গাঁৱত মাঘী উৎসৱ আয়োজন ভোগালী বিহুৰ উপলক্ষে ১৫ জানুৱাৰী বুধবাৰে বৰমথুৰাপুৰ চকলীয়া গাঁৱত বিভিন্ন কাৰ্য্যসূচীৰে এদিনীয়া মাঘী উৎসৱ উদযাপনৰ বৃহৎ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে।

More news from অসম and nearby areas
  • বৰমথুৰাপুৰ চকলীয়া গাঁৱত মাঘী উৎসৱ আয়োজন ভোগালী বিহুৰ উপলক্ষে ১৫ জানুৱাৰী বুধবাৰে বৰমথুৰাপুৰ চকলীয়া গাঁৱত বিভিন্ন কাৰ্য্যসূচীৰে এদিনীয়া মাঘী উৎসৱ উদযাপনৰ বৃহৎ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে।
    1
    বৰমথুৰাপুৰ চকলীয়া গাঁৱত মাঘী উৎসৱ আয়োজন
ভোগালী বিহুৰ উপলক্ষে ১৫ জানুৱাৰী বুধবাৰে বৰমথুৰাপুৰ চকলীয়া গাঁৱত বিভিন্ন কাৰ্য্যসূচীৰে এদিনীয়া মাঘী উৎসৱ উদযাপনৰ বৃহৎ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে।
    user_Charaideo news
    Charaideo news
    Journalist মাহমৰা, চৰাইদেউ, অসম•
    2 hrs ago
  • "স্বাধীনতাৰ ৭৭ বছৰৰ পাছতো অসমত সাধাৰণ জাতি লোকৰ অৱস্থা তৃতীয় শ্ৰেণী নাগৰিকৰ দৰে" "বিভিন্ন চৰকাৰসমূহৰ দৰে ১০ বছৰ হ’বলৈ উপক্ৰম হোৱা বৰ্তমানৰ বিজেপি চৰকাৰখনেও সাধাৰণ জাতিৰ বাবে সদ্দিচ্ছা প্ৰকাশ নকৰিলে" "অনাগত বিধানসভা নিৰ্বাচনৰ আগতেই #সাধাৰণ জাতি উন্নয়ন পৰিষদ# গঠন কৰক" "সাধাৰণ জাতিৰ লোকসকলৰ বাবে বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে অসমখনক জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰক" 📌শিৱসাগৰৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সকীয়নি "সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম" ৰ কেন্দ্ৰীয় মুখপাত্ৰ #ৰাজলক্ষ্মী ভূঞাৰ #CM Dr Himanta Biswa Sarma #President, State BJP
    2
    "স্বাধীনতাৰ ৭৭ বছৰৰ পাছতো অসমত সাধাৰণ জাতি লোকৰ অৱস্থা তৃতীয় শ্ৰেণী নাগৰিকৰ দৰে"
"বিভিন্ন চৰকাৰসমূহৰ দৰে ১০ বছৰ হ’বলৈ উপক্ৰম হোৱা বৰ্তমানৰ বিজেপি চৰকাৰখনেও সাধাৰণ জাতিৰ বাবে সদ্দিচ্ছা প্ৰকাশ নকৰিলে"
"অনাগত বিধানসভা নিৰ্বাচনৰ আগতেই #সাধাৰণ জাতি উন্নয়ন পৰিষদ# গঠন কৰক"
"সাধাৰণ জাতিৰ লোকসকলৰ বাবে বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে অসমখনক জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰক"
📌শিৱসাগৰৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সকীয়নি "সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম" ৰ কেন্দ্ৰীয় মুখপাত্ৰ #ৰাজলক্ষ্মী ভূঞাৰ
#CM Dr Himanta Biswa Sarma
#President, State BJP
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    Journalist Sivasagar, Assam•
    13 hrs ago
  • নিখিল ভাৰত কৃষক সভাৰ সন্মিলন অনুষ্ঠিত হয় । গহপুৰ হেলেম বিহালী আঞ্চলিক কমিটী গঠন কৰা হয়। এটি দৃশ্য উপভোগ কৰিব।
    3
    নিখিল ভাৰত কৃষক সভাৰ সন্মিলন অনুষ্ঠিত হয় । গহপুৰ হেলেম বিহালী আঞ্চলিক কমিটী গঠন কৰা হয়। এটি দৃশ্য উপভোগ কৰিব।
    user_Bin Bahadur Chetry
    Bin Bahadur Chetry
    Chariduar, Sonitpur•
    4 hrs ago
  • যোগীজান আমলিপুকুৰ ৰিজাৰ্ভ ক্ৰিকেট প্ৰতিযোগিতাত হোৱা কাজিয়াৰ বাবে ভাইৰেল হৈ পৰিছে ভিডিঅ’
    1
    যোগীজান আমলিপুকুৰ ৰিজাৰ্ভ ক্ৰিকেট প্ৰতিযোগিতাত হোৱা কাজিয়াৰ বাবে ভাইৰেল হৈ পৰিছে ভিডিঅ’
    user_HOJAI JUGIJAN NEWS
    HOJAI JUGIJAN NEWS
    Local News Reporter মাহমৰা, হোজাই, অসম•
    5 hrs ago
  • তেজপুৰত উপস্থিত হৈ গৌৰক গগৈক সমালোচনা মুখ্যমন্ত্ৰীৰ
    1
    তেজপুৰত উপস্থিত হৈ গৌৰক গগৈক সমালোচনা মুখ্যমন্ত্ৰীৰ
    user_Assam sangbad 24
    Assam sangbad 24
    Reporter Dhekiajuli (Pt), Sonitpur•
    20 hrs ago
  • jone liver best comedy 🤣
    1
    jone liver best comedy 🤣
    user_Anupam Rabha
    Anupam Rabha
    Farmer Bamuni Gaon•
    11 hrs ago
  • ২৮ পুহ, মঙ্গল বাৰ
    1
    ২৮ পুহ, মঙ্গল বাৰ
    user_Mostab Ali Ahamed
    Mostab Ali Ahamed
    Psychologist Chamaria, Kamrup•
    9 hrs ago
  • *আজি বিহুৰ উৰুকা, মথুৰাপুৰ বজাৰত উভৈনদী ভোগালীৰ সামগ্ৰী।* উখল-মাখল মথুৰাপুৰ বজাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মথুৰাপুৰ অঞ্চলতো দেখা গৈছে ভোগালী বিহুৰ উৎসাহ উদ্দীপনা । ভোগালী বিহুৰ উপলক্ষে মথুৰাপুৰত বহিছে বিহুৰ বিশেষ বজাৰ। বজাৰত দেখা গৈছে বিভিন্ন বিধৰ মাছেৰে উভৈনদী হৈ পৰিছে বজাৰ। টেকেলী দৈ, চুঙা দৈ, গুৰ, চিৰা, সান্দহ, কাঠ আলু, মিঠা আলু, নাৰিকলৰ লগতে বিধে বিধে তিলৰ পিঠা, তেল পিঠা ,লাড়ু আদিৰে বজাৰ উভৈনদী হৈ পৰিছে। অন্যহাতে অঞ্চলটোৰ গাঁৱে-চহৰে সাজি উলিয়াইছে ভেলাঘৰ, মেজি, ভোজৰ থলী। ভোগালী বিহুৰ উৰুকাত সজীৱ কৰি তোলে লগে-ভাগে খোৱাৰ পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্য, একতা আৰু ভাতৃত্ববোধ। ভোগালী বিহু মানেই উৰুকাৰ নিশা ভেলাঘৰত লগে-ভাগে এসাঁজ খোৱাৰ মধুৰ পৰম্পৰা। লখিমী পথাৰখনত সোণগুটি চপোৱাৰ সময়খিনিৰ ক্লান্তি - অৱসাদখিনি পাহৰাই ভোগালীয়ে সিঁচি দিয়ে প্ৰাপ্তি আৰু ভোগৰ আনন্দ।
    1
    *আজি বিহুৰ উৰুকা, মথুৰাপুৰ বজাৰত উভৈনদী ভোগালীৰ সামগ্ৰী।*
উখল-মাখল মথুৰাপুৰ বজাৰ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মথুৰাপুৰ অঞ্চলতো দেখা গৈছে ভোগালী বিহুৰ উৎসাহ উদ্দীপনা ।
ভোগালী বিহুৰ উপলক্ষে মথুৰাপুৰত বহিছে বিহুৰ বিশেষ বজাৰ।
বজাৰত দেখা গৈছে বিভিন্ন বিধৰ মাছেৰে উভৈনদী হৈ পৰিছে বজাৰ।
টেকেলী দৈ, চুঙা দৈ, গুৰ, চিৰা, সান্দহ, কাঠ আলু, মিঠা আলু, নাৰিকলৰ লগতে বিধে বিধে
তিলৰ পিঠা, তেল পিঠা ,লাড়ু আদিৰে বজাৰ উভৈনদী হৈ পৰিছে।
অন্যহাতে অঞ্চলটোৰ গাঁৱে-চহৰে সাজি উলিয়াইছে ভেলাঘৰ, মেজি, ভোজৰ থলী।
ভোগালী বিহুৰ উৰুকাত সজীৱ কৰি তোলে লগে-ভাগে খোৱাৰ পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্য, একতা আৰু ভাতৃত্ববোধ।
ভোগালী বিহু মানেই উৰুকাৰ নিশা ভেলাঘৰত লগে-ভাগে এসাঁজ খোৱাৰ মধুৰ পৰম্পৰা।
লখিমী পথাৰখনত সোণগুটি চপোৱাৰ সময়খিনিৰ ক্লান্তি - অৱসাদখিনি পাহৰাই ভোগালীয়ে সিঁচি দিয়ে প্ৰাপ্তি আৰু ভোগৰ আনন্দ।
    user_Charaideo news
    Charaideo news
    Journalist মাহমৰা, চৰাইদেউ, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.