Shuru
Apke Nagar Ki App…
২৮ পুহ, মঙ্গল বাৰ
Mostab Ali Ahamed
২৮ পুহ, মঙ্গল বাৰ
More news from Sonitpur and nearby areas
- Post by Assam sangbad 241
- আজি হোজাই যোগীজান আমলিপুকুৰি ৰিজাৰ্ভ ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ সময়ত এক ভয়ংকৰ কাজিয়া সংঘটিত হয়।1
- #বাংলাদেশী মূলৰ মানুহ এজনে বৰঅসমৰ কথা কিয় ক’ব ? ইয়াত বৰঅসমৰ কথা খিলঞ্জীয়া ভূমিপুত্ৰইহে ক’ব, ৰেজাউল কৰিম চৰকাৰে নহয় #ৰেজাউল কৰিম চৰকাৰে তাত ক্ষমা খুজিলে নহ’ব, শিৱসাগৰত ক্ষমা খুজিব লাগিব #৪৮ ঘন্টাৰ ভিতৰত ৰেজাউল কৰিম চৰকাৰক এৰেষ্ট নকৰিলে প্ৰথমে শিৱসাগৰ বন্ধ হ’ব, তাৰ পাছত উজনি অসম বন্ধ ঘোষণা কৰা হ’ব, উজনি অসম অচল কৰি দিয়া হ’ব ৷ #শিৱসাগৰত এক প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে অসম চৰকাৰক সকীয়নি বীৰ লাচিত সেনা-অসমৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহাৰ1
- দীৰ্ঘদিনীয়া বাগিচা বন্ধত অতিষ্ঠ চাহ শ্ৰমিকৰ ক্ষোভৰ বহিঃপ্ৰকাশ। চৰাইদেউ পৰ্বত চাহ বাগিচা অতি সোনকালে মুকলিৰ দাবীত চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত শিমলুগুৰিৰ ৰাজপথত উত্তাল প্ৰতিবাদেৰে ৰেলী। শিমলুগুৰিৰ পৰা নাজিৰা কৰ্টলে শোভাযাত্ৰা ।1
- jone liver Best comedy 🤣1
- Alief lela short video1
- শিৱসাগৰৰ পৰা প্ৰাক্তন আমছু নেতা, ন-কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰক সকীয়নি ৰেজাউল কৰিম চৰকাৰক সকীয়নি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সম্পাদক পৰশ জ্যোতি দাসৰ। "শিৱসাগৰ তেখেতৰ মাতৃৰ লগত অহা যৌতুকৰ সম্পত্তি নহয়" "জুইৰ লগত খেলা নকৰিব ৰেজাউলে" "শিৱসাগৰৰ ইতিহাস অধ্যয়ন কৰক" "গৌৰৱ গগৈয়ে নাকি লগাওক নতুন কংগ্ৰেছী জনক"1