logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

#বাংলাদেশী মূলৰ মানুহ এজনে বৰঅসমৰ কথা কিয় ক’ব ? ইয়াত বৰঅসমৰ কথা খিলঞ্জীয়া ভূমিপুত্ৰইহে ক’ব, ৰেজাউল কৰিম চৰকাৰে নহয় #ৰেজাউল কৰিম চৰকাৰে তাত ক্ষমা খুজিলে নহ’ব, শিৱসাগৰত ক্ষমা খুজিব লাগিব #৪৮ ঘন্টাৰ ভিতৰত ৰেজাউল কৰিম চৰকাৰক এৰেষ্ট নকৰিলে প্ৰথমে শিৱসাগৰ বন্ধ হ’ব, তাৰ পাছত উজনি অসম বন্ধ ঘোষণা কৰা হ’ব, উজনি অসম অচল কৰি দিয়া হ’ব ৷ #শিৱসাগৰত এক প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে অসম চৰকাৰক সকীয়নি বীৰ লাচিত সেনা-অসমৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহাৰ

3 hrs ago
user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
Journalist Sivasagar, Assam•
3 hrs ago

#বাংলাদেশী মূলৰ মানুহ এজনে বৰঅসমৰ কথা কিয় ক’ব ? ইয়াত বৰঅসমৰ কথা খিলঞ্জীয়া ভূমিপুত্ৰইহে ক’ব, ৰেজাউল কৰিম চৰকাৰে নহয় #ৰেজাউল কৰিম চৰকাৰে তাত ক্ষমা খুজিলে নহ’ব, শিৱসাগৰত ক্ষমা খুজিব লাগিব #৪৮ ঘন্টাৰ ভিতৰত ৰেজাউল কৰিম চৰকাৰক এৰেষ্ট নকৰিলে প্ৰথমে শিৱসাগৰ বন্ধ হ’ব, তাৰ পাছত উজনি অসম বন্ধ ঘোষণা কৰা হ’ব, উজনি অসম অচল কৰি দিয়া হ’ব ৷ #শিৱসাগৰত এক প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে অসম চৰকাৰক সকীয়নি বীৰ লাচিত সেনা-অসমৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহাৰ

More news from অসম and nearby areas
  • ৰাজ্যবাসীৰ লগতে শিৱসাগৰ জিলাতো চলিছে ভোগালীক আদৰাৰ অন্তিম প্ৰস্তুতি। অসমীয়া জীয়ৰী-বোৱাৰী আখলত ব্যস্ত হোৱাৰ লগতে ডেকা বুঢ়া সকলোৱে মিলি তৈয়াৰ কৰিছে ভেলা ঘৰ আৰু মেজি। লগ হৈ কাটিছে পথাৰৰ নৰা । শিৱসাগৰ জিলাৰ বকতা মৌজাৰ ভকত গাঁৱত গাৱৰ ৰাইজে উৰুকাৰ নিশা একেলগে এসাজ খোৱাৰ পৰিকল্পনাৰে চলাইছে প্ৰস্তুতি। গাৱৰ ৰাইজে উদযাপন কৰিব ভোগালী বিহু। গাঁৱৰ সকলো ৰাইজে হাতে কামে নামিছে পথাৰত । পুৰুষ সকলে বনাইছে ভেলাঘৰ , কাটিছে মেজিৰ বাবে বাঁহ কাঠ । মহিলা সকলে বিহু এফাকীকে জুৰি নামি পৰিছে নৰা কটাত । এই নান্দনিক মুহূৰ্ত হল শিৱসাগৰ জিলাৰ বকতা ভকত গাঁৱৰ ।
    1
    ৰাজ্যবাসীৰ লগতে শিৱসাগৰ জিলাতো চলিছে ভোগালীক আদৰাৰ অন্তিম প্ৰস্তুতি।
অসমীয়া জীয়ৰী-বোৱাৰী আখলত ব্যস্ত হোৱাৰ লগতে ডেকা বুঢ়া সকলোৱে মিলি তৈয়াৰ কৰিছে ভেলা ঘৰ আৰু মেজি।  লগ হৈ কাটিছে পথাৰৰ নৰা ।  
শিৱসাগৰ জিলাৰ বকতা  মৌজাৰ ভকত গাঁৱত গাৱৰ ৰাইজে উৰুকাৰ নিশা একেলগে এসাজ খোৱাৰ পৰিকল্পনাৰে চলাইছে প্ৰস্তুতি।
গাৱৰ ৰাইজে উদযাপন কৰিব ভোগালী বিহু।
গাঁৱৰ সকলো ৰাইজে হাতে কামে নামিছে পথাৰত । পুৰুষ সকলে বনাইছে ভেলাঘৰ , কাটিছে মেজিৰ বাবে বাঁহ কাঠ । মহিলা সকলে বিহু এফাকীকে জুৰি নামি পৰিছে নৰা কটাত । এই নান্দনিক মুহূৰ্ত হল শিৱসাগৰ জিলাৰ বকতা ভকত গাঁৱৰ ।
    user_Charaideo news
    Charaideo news
    Journalist মাহমৰা, চৰাইদেউ, অসম•
    23 hrs ago
  • Post by Assam sangbad 24
    1
    Post by Assam sangbad 24
    user_Assam sangbad 24
    Assam sangbad 24
    Reporter Dhekiajuli (Pt), Sonitpur•
    16 hrs ago
  • jone liver best comedy 🤣
    1
    jone liver best comedy 🤣
    user_Anupam Rabha
    Anupam Rabha
    Farmer Bamuni Gaon•
    16 min ago
  • বুকু কঁপি উঠা এক ভয়ংকৰ দূৰ্ঘটনা।দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বৰভিঠাত নিশাৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী ডাম্পাৰ বাগৰি পৰিল ঘৰৰ ওপৰত।পাঁচ জনীয়া পৰিয়ালে শুই থকা অৱস্থাত ঘৰৰ ওপৰত বাগৰি পৰে তীব্ৰবেগী ডাম্পাৰখন। দুগৰাকী কণমানি শিশু সহ পাঁচজনীয়া পৰিয়ালটো ডাম্পাৰৰ তলত আৱদ্ধ হৈ পৰে। আৰক্ষীৰ কেইবা ঘণ্টা চেষ্টাৰ অন্তত তিনি জন লোক জীৱিত আৰু দুজন মৃত অৱস্থাত উদ্ধাৰ কৰে। মৃত অৱস্থাত উদ্ধাৰ হয় ছালেহা খাতুন আৰু তাইৰ কনমানি চাৰি বছৰীয়া কন্যা সন্তান মাজেদা খাতুনক। ইফালে , হাচিনা খাতুন, তাছলিমা খাতুন আৰু এক বছৰীয়া কণমানি কন্যা শিশু এটিক সংকটজনক অৱস্থাত ডাম্পাৰৰ তলৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে প্ৰতিদিনেই সংঘটিত হৈছে এনে ভয়ংকৰ দুৰ্ঘটনা।
    1
    বুকু কঁপি উঠা এক ভয়ংকৰ দূৰ্ঘটনা।দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বৰভিঠাত নিশাৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী ডাম্পাৰ বাগৰি পৰিল ঘৰৰ ওপৰত।পাঁচ জনীয়া পৰিয়ালে শুই থকা অৱস্থাত ঘৰৰ ওপৰত বাগৰি পৰে তীব্ৰবেগী ডাম্পাৰখন। দুগৰাকী কণমানি শিশু সহ পাঁচজনীয়া পৰিয়ালটো ডাম্পাৰৰ তলত আৱদ্ধ হৈ পৰে। আৰক্ষীৰ কেইবা ঘণ্টা চেষ্টাৰ অন্তত তিনি জন লোক জীৱিত আৰু দুজন মৃত অৱস্থাত উদ্ধাৰ কৰে। মৃত অৱস্থাত উদ্ধাৰ হয় ছালেহা খাতুন আৰু তাইৰ কনমানি চাৰি বছৰীয়া কন্যা সন্তান মাজেদা খাতুনক। ইফালে , হাচিনা খাতুন, তাছলিমা খাতুন আৰু এক বছৰীয়া কণমানি কন্যা শিশু এটিক সংকটজনক অৱস্থাত ডাম্পাৰৰ তলৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে প্ৰতিদিনেই সংঘটিত হৈছে এনে ভয়ংকৰ দুৰ্ঘটনা।
    user_Jeet Das
    Jeet Das
    ছয়গাঁও, কামৰূপ, অসম•
    23 hrs ago
  • বৰক্ষেত্ৰীৰ জাগাৰাত ভয়াবহ পথ দুৰ্ঘটনা।  এল্ট' আৰু বাইকৰ মুখামুখি সংঘৰ্ষ।
    1
    বৰক্ষেত্ৰীৰ জাগাৰাত ভয়াবহ পথ দুৰ্ঘটনা। 
এল্ট' আৰু বাইকৰ মুখামুখি সংঘৰ্ষ।
    user_Assam Local News
    Assam Local News
    News Channel Boko, Kamrup•
    14 hrs ago
  • শিৱসাগৰৰ পৰা প্ৰাক্তন আমছু নেতা, ন-কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰক সকীয়নি ৰেজাউল কৰিম চৰকাৰক সকীয়নি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সম্পাদক পৰশ জ্যোতি দাসৰ। "শিৱসাগৰ তেখেতৰ মাতৃৰ লগত অহা যৌতুকৰ সম্পত্তি নহয়" "জুইৰ লগত খেলা নকৰিব ৰেজাউলে" "শিৱসাগৰৰ ইতিহাস অধ্যয়ন কৰক" "গৌৰৱ গগৈয়ে নাকি লগাওক নতুন কংগ্ৰেছী জনক"
    1
    শিৱসাগৰৰ পৰা প্ৰাক্তন আমছু নেতা, ন-কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰক সকীয়নি
ৰেজাউল কৰিম চৰকাৰক সকীয়নি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সম্পাদক পৰশ জ্যোতি দাসৰ।
"শিৱসাগৰ তেখেতৰ মাতৃৰ লগত অহা যৌতুকৰ সম্পত্তি নহয়"
"জুইৰ লগত খেলা নকৰিব ৰেজাউলে"
"শিৱসাগৰৰ ইতিহাস অধ্যয়ন কৰক"
"গৌৰৱ গগৈয়ে নাকি লগাওক নতুন কংগ্ৰেছী জনক"
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    Journalist Sivasagar, Assam•
    16 hrs ago
  • শিৱসাগৰ বকতাত শ্ৰীমন্ত শংকৰদেৱ সংঙ্ঘৰ অধিবেশন। ১০ আৰু ১১ জানুৱাৰী তাৰিখত অনুস্থিত হ'য় এই অনুস্থান। শিৱসাগৰ জিলাৰ বকতাৰ ফৰবন্ধীয়া শাখাৰ সোণালী জয়ন্তী লগতে নেমুগুৰি আঞ্চলিকৰ ৪৪ সংখ্যক বাৰ্ষিক অধিবেশন ১০,১১ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় । শ্ৰীমন্ত শংকৰদেৱ সংঙ্ঘৰ এই অধিবেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভকত বৈষ্ণৱ উপস্থিত থাকে । ফৰবন্ধীয়া প্ৰাথমিক শাখাৰ নামঘৰৰ প্ৰাঙ্গনৰ অনুষ্ঠিত হয় এই অধিবেশন।
    1
    শিৱসাগৰ বকতাত শ্ৰীমন্ত শংকৰদেৱ সংঙ্ঘৰ অধিবেশন। ১০ আৰু ১১ জানুৱাৰী তাৰিখত অনুস্থিত হ'য় এই অনুস্থান। 
শিৱসাগৰ জিলাৰ বকতাৰ ফৰবন্ধীয়া শাখাৰ সোণালী জয়ন্তী লগতে নেমুগুৰি আঞ্চলিকৰ ৪৪ সংখ্যক বাৰ্ষিক অধিবেশন ১০,১১ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় ।  শ্ৰীমন্ত শংকৰদেৱ সংঙ্ঘৰ এই অধিবেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ  হাজাৰ হাজাৰ ভকত বৈষ্ণৱ উপস্থিত থাকে । ফৰবন্ধীয়া  প্ৰাথমিক শাখাৰ নামঘৰৰ প্ৰাঙ্গনৰ  অনুষ্ঠিত হয় এই অধিবেশন।
    user_Charaideo news
    Charaideo news
    Journalist মাহমৰা, চৰাইদেউ, অসম•
    23 hrs ago
  • har har Mahadev 🙏
    1
    har har Mahadev 🙏
    user_Anupam Rabha
    Anupam Rabha
    Farmer Bamuni Gaon•
    17 min ago
  • jone liver Best comedy 🤣
    1
    jone liver Best comedy 🤣
    user_Anupam Rabha
    Anupam Rabha
    Farmer Bamuni Gaon•
    18 min ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.