logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

শিৱসাগৰৰ পৰা প্ৰাক্তন আমছু নেতা, ন-কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰক সকীয়নি ৰেজাউল কৰিম চৰকাৰক সকীয়নি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সম্পাদক পৰশ জ্যোতি দাসৰ। "শিৱসাগৰ তেখেতৰ মাতৃৰ লগত অহা যৌতুকৰ সম্পত্তি নহয়" "জুইৰ লগত খেলা নকৰিব ৰেজাউলে" "শিৱসাগৰৰ ইতিহাস অধ্যয়ন কৰক" "গৌৰৱ গগৈয়ে নাকি লগাওক নতুন কংগ্ৰেছী জনক"

2 hrs ago
user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
Journalist Sivasagar, Assam•
2 hrs ago

শিৱসাগৰৰ পৰা প্ৰাক্তন আমছু নেতা, ন-কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰক সকীয়নি ৰেজাউল কৰিম চৰকাৰক সকীয়নি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সম্পাদক পৰশ জ্যোতি দাসৰ। "শিৱসাগৰ তেখেতৰ মাতৃৰ লগত অহা যৌতুকৰ সম্পত্তি নহয়" "জুইৰ লগত খেলা নকৰিব ৰেজাউলে" "শিৱসাগৰৰ ইতিহাস অধ্যয়ন কৰক" "গৌৰৱ গগৈয়ে নাকি লগাওক নতুন কংগ্ৰেছী জনক"

More news from Nagaon and nearby areas
  • চামগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী নাজিৰ হুছেইনৰ বেলগুৰি বজাৰত কৰ্মী সকলৰ সৈতে বৈঠক
    1
    চামগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী নাজিৰ হুছেইনৰ বেলগুৰি বজাৰত কৰ্মী সকলৰ সৈতে বৈঠক
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    20 hrs ago
  • ঢেকীয়াজুলি শংকৰ মন্দিৰ নামঘৰৰ উদ্যোগত প্ৰাক ভোগালী উদ্‌যাপন
    1
    ঢেকীয়াজুলি শংকৰ মন্দিৰ নামঘৰৰ উদ্যোগত প্ৰাক ভোগালী উদ্‌যাপন
    user_Assam sangbad 24
    Assam sangbad 24
    Reporter Dhekiajuli (Pt), Sonitpur•
    17 hrs ago
  • বুকু কঁপি উঠা এক ভয়ংকৰ দূৰ্ঘটনা।দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বৰভিঠাত নিশাৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী ডাম্পাৰ বাগৰি পৰিল ঘৰৰ ওপৰত।পাঁচ জনীয়া পৰিয়ালে শুই থকা অৱস্থাত ঘৰৰ ওপৰত বাগৰি পৰে তীব্ৰবেগী ডাম্পাৰখন। দুগৰাকী কণমানি শিশু সহ পাঁচজনীয়া পৰিয়ালটো ডাম্পাৰৰ তলত আৱদ্ধ হৈ পৰে। আৰক্ষীৰ কেইবা ঘণ্টা চেষ্টাৰ অন্তত তিনি জন লোক জীৱিত আৰু দুজন মৃত অৱস্থাত উদ্ধাৰ কৰে। মৃত অৱস্থাত উদ্ধাৰ হয় ছালেহা খাতুন আৰু তাইৰ কনমানি চাৰি বছৰীয়া কন্যা সন্তান মাজেদা খাতুনক। ইফালে , হাচিনা খাতুন, তাছলিমা খাতুন আৰু এক বছৰীয়া কণমানি কন্যা শিশু এটিক সংকটজনক অৱস্থাত ডাম্পাৰৰ তলৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে প্ৰতিদিনেই সংঘটিত হৈছে এনে ভয়ংকৰ দুৰ্ঘটনা।
    1
    বুকু কঁপি উঠা এক ভয়ংকৰ দূৰ্ঘটনা।দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বৰভিঠাত নিশাৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী ডাম্পাৰ বাগৰি পৰিল ঘৰৰ ওপৰত।পাঁচ জনীয়া পৰিয়ালে শুই থকা অৱস্থাত ঘৰৰ ওপৰত বাগৰি পৰে তীব্ৰবেগী ডাম্পাৰখন। দুগৰাকী কণমানি শিশু সহ পাঁচজনীয়া পৰিয়ালটো ডাম্পাৰৰ তলত আৱদ্ধ হৈ পৰে। আৰক্ষীৰ কেইবা ঘণ্টা চেষ্টাৰ অন্তত তিনি জন লোক জীৱিত আৰু দুজন মৃত অৱস্থাত উদ্ধাৰ কৰে। মৃত অৱস্থাত উদ্ধাৰ হয় ছালেহা খাতুন আৰু তাইৰ কনমানি চাৰি বছৰীয়া কন্যা সন্তান মাজেদা খাতুনক। ইফালে , হাচিনা খাতুন, তাছলিমা খাতুন আৰু এক বছৰীয়া কণমানি কন্যা শিশু এটিক সংকটজনক অৱস্থাত ডাম্পাৰৰ তলৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে প্ৰতিদিনেই সংঘটিত হৈছে এনে ভয়ংকৰ দুৰ্ঘটনা।
    user_Jeet Das
    Jeet Das
    ছয়গাঁও, কামৰূপ, অসম•
    8 hrs ago
  • বৰক্ষেত্ৰীৰ জাগাৰাত ভয়াবহ পথ দুৰ্ঘটনা।  এল্ট' আৰু বাইকৰ মুখামুখি সংঘৰ্ষ।
    1
    বৰক্ষেত্ৰীৰ জাগাৰাত ভয়াবহ পথ দুৰ্ঘটনা। 
এল্ট' আৰু বাইকৰ মুখামুখি সংঘৰ্ষ।
    user_Assam Local News
    Assam Local News
    News Channel Boko, Kamrup•
    5 min ago
  • ড্ৰাগছ মাফিয়াৰ বিপদ ঘন্টা বজাইছে আৰক্ষী বিষয়া অঞ্জনজ্যোতি শৰ্মা জোৰশিমুলীত আকৌ ড্ৰাগছসহ আটক সৰবৰাহকাৰী। ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে এতিয়া শূন্য সহনশীলতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে। বিশেষকৈ দক্ষিণ কামৰূপৰ জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অঞ্জনজ্যোতি শৰ্মা এতিয়া ড্ৰাগছ মাফিয়াৰ বাবে হৈ পৰিছে এক মূৰৰ কামোৰণি। যোগদান কৰাৰ দুমাহ নহওঁতেই এটাৰ পিছত আন এটা সফল অভিযানে কঁকাল ভাঙিছে ড্ৰাগছ ব্যৱসায়ীৰ। ড্ৰাগছ মাফিয়াৰ হৈ কোনো দয়া নাই, ক্ষমা নাই আৰক্ষী বিষয়া অঞ্জনজ্যোতি শৰ্মাৰ। জোৰশিমুলী আৰক্ষী চকীত যোগদান কৰাৰ পিছৰে পৰাই যেন 'একচন মুড'ত আছে এইগৰাকী আৰক্ষী বিষয়া। এফালৰ পৰা ড্ৰাগছৰ ঘাটি উৎখাত কৰি ড্ৰাগছ মাফিয়াৰ টোপনি হৰণ কৰিছে আৰক্ষীয়ে। এইবাৰ ঘটনাস্থলী দক্ষিণ কামৰূপৰ জোৰশিমুলীৰ ঘোঁৰামাৰা পথাৰ। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ভাৰপ্ৰাপ্ত বিষয়া অঞ্জনজ্যোতি শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ঘোঁৰামাৰা পথাৰত চলাইছিল এক অতৰ্কিত অভিযান। অভিযানত আৰক্ষীয়ে হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ঘোঁৰামাৰা পথাৰ গাঁৱৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী হামিদ আলীক। ধৃত সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে এটা চাবোনৰ বাকচত লুকুৱাই ৰখা অৱস্থাত ১০ গ্ৰাম নিষিদ্ধ হেৰোইন আৰু এটা ম’বাইল ফোন জব্দ কৰে।
    1
    ড্ৰাগছ মাফিয়াৰ বিপদ ঘন্টা বজাইছে আৰক্ষী বিষয়া অঞ্জনজ্যোতি শৰ্মা
জোৰশিমুলীত আকৌ ড্ৰাগছসহ আটক সৰবৰাহকাৰী।
ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে এতিয়া শূন্য সহনশীলতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে।
বিশেষকৈ দক্ষিণ কামৰূপৰ জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অঞ্জনজ্যোতি শৰ্মা এতিয়া ড্ৰাগছ মাফিয়াৰ বাবে হৈ পৰিছে এক মূৰৰ কামোৰণি।
যোগদান কৰাৰ দুমাহ নহওঁতেই এটাৰ পিছত আন এটা সফল অভিযানে কঁকাল ভাঙিছে ড্ৰাগছ ব্যৱসায়ীৰ।
ড্ৰাগছ মাফিয়াৰ হৈ কোনো দয়া নাই, ক্ষমা নাই আৰক্ষী বিষয়া অঞ্জনজ্যোতি শৰ্মাৰ।
জোৰশিমুলী আৰক্ষী চকীত যোগদান কৰাৰ পিছৰে পৰাই যেন 'একচন মুড'ত আছে এইগৰাকী আৰক্ষী বিষয়া।
এফালৰ পৰা ড্ৰাগছৰ ঘাটি উৎখাত কৰি ড্ৰাগছ মাফিয়াৰ টোপনি হৰণ কৰিছে আৰক্ষীয়ে।
এইবাৰ ঘটনাস্থলী দক্ষিণ কামৰূপৰ জোৰশিমুলীৰ ঘোঁৰামাৰা পথাৰ।
এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ভাৰপ্ৰাপ্ত বিষয়া অঞ্জনজ্যোতি শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ঘোঁৰামাৰা পথাৰত চলাইছিল এক অতৰ্কিত অভিযান।
অভিযানত আৰক্ষীয়ে হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ঘোঁৰামাৰা পথাৰ গাঁৱৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী হামিদ আলীক।
ধৃত সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে এটা চাবোনৰ বাকচত লুকুৱাই ৰখা অৱস্থাত ১০ গ্ৰাম নিষিদ্ধ হেৰোইন আৰু এটা ম’বাইল ফোন জব্দ কৰে।
    user_ANOWAR HUSSAIN
    ANOWAR HUSSAIN
    Local News Reporter গৰৈমাৰী, কামৰূপ, অসম•
    23 hrs ago
  • ২৭ পুহ, সোমবাৰ..
    1
    ২৭ পুহ, সোমবাৰ..
    user_Mostab Ali Ahamed
    Mostab Ali Ahamed
    Psychologist Chamaria, Kamrup•
    19 hrs ago
  • চৰাইদেউ মহোৎসৱৰ আজি তৃতীয় তথা অন্তিম দিন । অন্তিম দিনৰ প্ৰথম কাৰ্যসূচী অনুসৰি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়।। এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে অসমৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰী ৰমেন তামুলী আৰু শ্যামন্তিকা শৰ্মাই।শোভাযাত্ৰাতো অংশগ্ৰহণ দুই অভিনেতা অভিনেত্ৰীৰ লগত সহযোগ কৰে সোণাৰি সমষ্টিৰ বিধায়ক তথা চৰাইদেউ মহোৎসৱৰ সভাপতিয়ে । আজি মুকলি সভাত পৱিত্ৰ মাৰ্ঘেৰিটাই অংশগ্ৰহণ কৰে
    1
    চৰাইদেউ মহোৎসৱৰ আজি তৃতীয় তথা অন্তিম দিন । অন্তিম দিনৰ প্ৰথম কাৰ্যসূচী অনুসৰি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়।। এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে অসমৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰী ৰমেন তামুলী আৰু শ্যামন্তিকা শৰ্মাই।শোভাযাত্ৰাতো অংশগ্ৰহণ দুই অভিনেতা অভিনেত্ৰীৰ লগত সহযোগ কৰে সোণাৰি সমষ্টিৰ বিধায়ক তথা চৰাইদেউ মহোৎসৱৰ সভাপতিয়ে ।
আজি মুকলি সভাত পৱিত্ৰ মাৰ্ঘেৰিটাই অংশগ্ৰহণ কৰে
    user_Charaideo news
    Charaideo news
    Journalist মাহমৰা, চৰাইদেউ, অসম•
    23 hrs ago
  • দক্ষিণ কামৰূপৰ ঐতিহাসিক চণ্ডিকা দেৱালয়ত উপস্থিত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া। উল্লেখযোগ্য যে ৰবিবাৰে ৰাতিপুৱাৰ ভাগত উপস্থিত হৈ তেওঁ মাৰ আশীৰ্বাদ গ্ৰহণ কৰে। তেওঁক দেৱালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
    1
    দক্ষিণ কামৰূপৰ ঐতিহাসিক চণ্ডিকা দেৱালয়ত উপস্থিত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া। উল্লেখযোগ্য যে ৰবিবাৰে ৰাতিপুৱাৰ ভাগত উপস্থিত হৈ তেওঁ মাৰ আশীৰ্বাদ গ্ৰহণ কৰে। তেওঁক দেৱালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
    user_Jeet Das
    Jeet Das
    ছয়গাঁও, কামৰূপ, অসম•
    18 hrs ago
  • দক্ষিণ কামৰূপ ২৭ নং ছমৰীয়া সমষ্টিৰ, ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ৩ দক্ষিণ ৰঙা পানী গাঁওৰ ২৩৩ নং ম্যাদি পট্টাৰ ৩৭৩নং দাগৰ মাটি বিচাৰি, মাটিত নাম ও দখলত থকা ছামান আলী ও সহ-পৰিয়ালৰ ওপৰত ""৩ নং দক্ষিণ ৰঙা পানী আঞ্চলিক নতুন বজাৰ সমিতিৰ ""বৰ্বৰ আক্ৰমণৰ এক মূহুৰ্ত।
    1
    দক্ষিণ কামৰূপ ২৭ নং ছমৰীয়া সমষ্টিৰ, ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ৩ দক্ষিণ ৰঙা পানী গাঁওৰ  ২৩৩ নং ম্যাদি পট্টাৰ ৩৭৩নং দাগৰ মাটি বিচাৰি, মাটিত নাম ও দখলত থকা ছামান আলী ও সহ-পৰিয়ালৰ ওপৰত ""৩ নং দক্ষিণ ৰঙা পানী আঞ্চলিক নতুন বজাৰ সমিতিৰ ""বৰ্বৰ আক্ৰমণৰ এক মূহুৰ্ত।
    user_Mostab Ali Ahamed
    Mostab Ali Ahamed
    Psychologist Chamaria, Kamrup•
    19 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.