logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

jone liver Best comedy 🤣

1 hr ago
user_Anupam Rabha
Anupam Rabha
Farmer Bamuni Gaon•
1 hr ago

jone liver Best comedy 🤣

More news from Sonitpur and nearby areas
  • Post by Assam sangbad 24
    1
    Post by Assam sangbad 24
    user_Assam sangbad 24
    Assam sangbad 24
    Reporter Dhekiajuli (Pt), Sonitpur•
    18 hrs ago
  • "স্বাধীনতাৰ ৭৭ বছৰৰ পাছতো অসমত সাধাৰণ জাতি লোকৰ অৱস্থা তৃতীয় শ্ৰেণী নাগৰিকৰ দৰে" "বিভিন্ন চৰকাৰসমূহৰ দৰে ১০ বছৰ হ’বলৈ উপক্ৰম হোৱা বৰ্তমানৰ বিজেপি চৰকাৰখনেও সাধাৰণ জাতিৰ বাবে সদ্দিচ্ছা প্ৰকাশ নকৰিলে" "অনাগত বিধানসভা নিৰ্বাচনৰ আগতেই #সাধাৰণ জাতি উন্নয়ন পৰিষদ# গঠন কৰক" "সাধাৰণ জাতিৰ লোকসকলৰ বাবে বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে অসমখনক জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰক" 📌শিৱসাগৰৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সকীয়নি "সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম" ৰ কেন্দ্ৰীয় মুখপাত্ৰ #ৰাজলক্ষ্মী ভূঞাৰ #CM Dr Himanta Biswa Sarma #President, State BJP
    2
    "স্বাধীনতাৰ ৭৭ বছৰৰ পাছতো অসমত সাধাৰণ জাতি লোকৰ অৱস্থা তৃতীয় শ্ৰেণী নাগৰিকৰ দৰে"
"বিভিন্ন চৰকাৰসমূহৰ দৰে ১০ বছৰ হ’বলৈ উপক্ৰম হোৱা বৰ্তমানৰ বিজেপি চৰকাৰখনেও সাধাৰণ জাতিৰ বাবে সদ্দিচ্ছা প্ৰকাশ নকৰিলে"
"অনাগত বিধানসভা নিৰ্বাচনৰ আগতেই #সাধাৰণ জাতি উন্নয়ন পৰিষদ# গঠন কৰক"
"সাধাৰণ জাতিৰ লোকসকলৰ বাবে বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে অসমখনক জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰক"
📌শিৱসাগৰৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সকীয়নি "সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম" ৰ কেন্দ্ৰীয় মুখপাত্ৰ #ৰাজলক্ষ্মী ভূঞাৰ
#CM Dr Himanta Biswa Sarma
#President, State BJP
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    Journalist Sivasagar, Assam•
    4 hrs ago
  • দীৰ্ঘদিনীয়া বাগিচা বন্ধত অতিষ্ঠ চাহ শ্ৰমিকৰ ক্ষোভৰ বহিঃপ্ৰকাশ। চৰাইদেউ পৰ্বত চাহ বাগিচা অতি সোনকালে মুকলিৰ দাবীত চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত শিমলুগুৰিৰ ৰাজপথত উত্তাল প্ৰতিবাদেৰে ৰেলী। শিমলুগুৰিৰ পৰা নাজিৰা কৰ্টলে শোভাযাত্ৰা ।
    1
    দীৰ্ঘদিনীয়া বাগিচা বন্ধত অতিষ্ঠ চাহ শ্ৰমিকৰ ক্ষোভৰ বহিঃপ্ৰকাশ। চৰাইদেউ পৰ্বত চাহ বাগিচা অতি সোনকালে মুকলিৰ দাবীত চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত শিমলুগুৰিৰ ৰাজপথত উত্তাল প্ৰতিবাদেৰে ৰেলী।
শিমলুগুৰিৰ পৰা নাজিৰা কৰ্টলে শোভাযাত্ৰা ।
    user_Charaideo news
    Charaideo news
    Journalist মাহমৰা, চৰাইদেউ, অসম•
    15 hrs ago
  • jone liver Best comedy 🤣
    1
    jone liver Best comedy 🤣
    user_Anupam Rabha
    Anupam Rabha
    Farmer Bamuni Gaon•
    1 hr ago
  • Alief lela short video
    1
    Alief lela short video
    user_Anupam Rabha
    Anupam Rabha
    Farmer Bamuni Gaon•
    1 hr ago
  • #বাংলাদেশী মূলৰ মানুহ এজনে বৰঅসমৰ কথা কিয় ক’ব ? ইয়াত বৰঅসমৰ কথা খিলঞ্জীয়া ভূমিপুত্ৰইহে ক’ব, ৰেজাউল কৰিম চৰকাৰে নহয় #ৰেজাউল কৰিম চৰকাৰে তাত ক্ষমা খুজিলে নহ’ব, শিৱসাগৰত ক্ষমা খুজিব লাগিব #৪৮ ঘন্টাৰ ভিতৰত ৰেজাউল কৰিম চৰকাৰক এৰেষ্ট নকৰিলে প্ৰথমে শিৱসাগৰ বন্ধ হ’ব, তাৰ পাছত উজনি অসম বন্ধ ঘোষণা কৰা হ’ব, উজনি অসম অচল কৰি দিয়া হ’ব ৷ #শিৱসাগৰত এক প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে অসম চৰকাৰক সকীয়নি বীৰ লাচিত সেনা-অসমৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহাৰ
    1
    #বাংলাদেশী মূলৰ মানুহ এজনে বৰঅসমৰ কথা কিয় ক’ব ? ইয়াত বৰঅসমৰ কথা খিলঞ্জীয়া ভূমিপুত্ৰইহে ক’ব, ৰেজাউল কৰিম চৰকাৰে নহয়
#ৰেজাউল কৰিম চৰকাৰে তাত ক্ষমা খুজিলে নহ’ব, শিৱসাগৰত ক্ষমা খুজিব লাগিব
#৪৮ ঘন্টাৰ ভিতৰত ৰেজাউল কৰিম চৰকাৰক এৰেষ্ট নকৰিলে প্ৰথমে শিৱসাগৰ বন্ধ হ’ব, তাৰ পাছত উজনি অসম বন্ধ ঘোষণা কৰা হ’ব, উজনি অসম অচল কৰি দিয়া হ’ব ৷ 
#শিৱসাগৰত এক প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে অসম চৰকাৰক সকীয়নি বীৰ লাচিত সেনা-অসমৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহাৰ
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    Journalist Sivasagar, Assam•
    4 hrs ago
  • শিৱসাগৰৰ পৰা প্ৰাক্তন আমছু নেতা, ন-কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰক সকীয়নি ৰেজাউল কৰিম চৰকাৰক সকীয়নি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সম্পাদক পৰশ জ্যোতি দাসৰ। "শিৱসাগৰ তেখেতৰ মাতৃৰ লগত অহা যৌতুকৰ সম্পত্তি নহয়" "জুইৰ লগত খেলা নকৰিব ৰেজাউলে" "শিৱসাগৰৰ ইতিহাস অধ্যয়ন কৰক" "গৌৰৱ গগৈয়ে নাকি লগাওক নতুন কংগ্ৰেছী জনক"
    1
    শিৱসাগৰৰ পৰা প্ৰাক্তন আমছু নেতা, ন-কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰক সকীয়নি
ৰেজাউল কৰিম চৰকাৰক সকীয়নি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সম্পাদক পৰশ জ্যোতি দাসৰ।
"শিৱসাগৰ তেখেতৰ মাতৃৰ লগত অহা যৌতুকৰ সম্পত্তি নহয়"
"জুইৰ লগত খেলা নকৰিব ৰেজাউলে"
"শিৱসাগৰৰ ইতিহাস অধ্যয়ন কৰক"
"গৌৰৱ গগৈয়ে নাকি লগাওক নতুন কংগ্ৰেছী জনক"
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    Journalist Sivasagar, Assam•
    18 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.