Shuru
Apke Nagar Ki App…
দীৰ্ঘদিনীয়া বাগিচা বন্ধত অতিষ্ঠ চাহ শ্ৰমিকৰ ক্ষোভৰ বহিঃপ্ৰকাশ। চৰাইদেউ পৰ্বত চাহ বাগিচা অতি সোনকালে মুকলিৰ দাবীত চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত শিমলুগুৰিৰ ৰাজপথত উত্তাল প্ৰতিবাদেৰে ৰেলী। শিমলুগুৰিৰ পৰা নাজিৰা কৰ্টলে শোভাযাত্ৰা ।
Charaideo news
দীৰ্ঘদিনীয়া বাগিচা বন্ধত অতিষ্ঠ চাহ শ্ৰমিকৰ ক্ষোভৰ বহিঃপ্ৰকাশ। চৰাইদেউ পৰ্বত চাহ বাগিচা অতি সোনকালে মুকলিৰ দাবীত চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত শিমলুগুৰিৰ ৰাজপথত উত্তাল প্ৰতিবাদেৰে ৰেলী। শিমলুগুৰিৰ পৰা নাজিৰা কৰ্টলে শোভাযাত্ৰা ।
More news from অসম and nearby areas
- দীৰ্ঘদিনীয়া বাগিচা বন্ধত অতিষ্ঠ চাহ শ্ৰমিকৰ ক্ষোভৰ বহিঃপ্ৰকাশ। চৰাইদেউ পৰ্বত চাহ বাগিচা অতি সোনকালে মুকলিৰ দাবীত চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত শিমলুগুৰিৰ ৰাজপথত উত্তাল প্ৰতিবাদেৰে ৰেলী। শিমলুগুৰিৰ পৰা নাজিৰা কৰ্টলে শোভাযাত্ৰা ।1
- শিৱসাগৰৰ পৰা প্ৰাক্তন আমছু নেতা, ন-কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰক সকীয়নি ৰেজাউল কৰিম চৰকাৰক সকীয়নি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সম্পাদক পৰশ জ্যোতি দাসৰ। "শিৱসাগৰ তেখেতৰ মাতৃৰ লগত অহা যৌতুকৰ সম্পত্তি নহয়" "জুইৰ লগত খেলা নকৰিব ৰেজাউলে" "শিৱসাগৰৰ ইতিহাস অধ্যয়ন কৰক" "গৌৰৱ গগৈয়ে নাকি লগাওক নতুন কংগ্ৰেছী জনক"1
- ♦️ গহপুৰৰ ভাইৰেল গোবিন্দ ককাৰ বিস্ফোৰণ। ♦️ বিধায়ক হ'বলৈ কিহৰ প্ৰয়োজন। ♦️ককাৰ চৌধগোষ্ঠৌ কোনটো ৰাজনৈতিক দলৰ লগত জড়িত!1
- #বিশ্বনাথ জিলাৰ বিহালীত মুকলি হ'ল এক অভিলাষী প্ৰকল্প #ভাৰত চৰকাৰৰ "প্রধান মন্ত্রী কিষাণ সম্পদা যোজনা" অধীনত আজমেৰ এগ্ৰ' প্ৰডাক্ত প্ৰাইভেট লিমিটেডে (Ajmer Agro Products Pvt Ltd) স্থাপন কৰিলে ৰাইচ ব্রেন তেল, চয়াবিন তেল আৰু "চয়া বৰি" প্ৰচেছিং ইউনিট1
- মেলেকাধিংত মন্নাছ আলীৰ ফৈদৰ ওপৰত গুৰুতৰ অভিযোগ ছাদিকুল ইছলামৰ পৰিয়ালৰ1
- Post by Assam sangbad 241
- Post by Swapamaiar2
- ৰাজ্যবাসীৰ লগতে শিৱসাগৰ জিলাতো চলিছে ভোগালীক আদৰাৰ অন্তিম প্ৰস্তুতি। অসমীয়া জীয়ৰী-বোৱাৰী আখলত ব্যস্ত হোৱাৰ লগতে ডেকা বুঢ়া সকলোৱে মিলি তৈয়াৰ কৰিছে ভেলা ঘৰ আৰু মেজি। লগ হৈ কাটিছে পথাৰৰ নৰা । শিৱসাগৰ জিলাৰ বকতা মৌজাৰ ভকত গাঁৱত গাৱৰ ৰাইজে উৰুকাৰ নিশা একেলগে এসাজ খোৱাৰ পৰিকল্পনাৰে চলাইছে প্ৰস্তুতি। গাৱৰ ৰাইজে উদযাপন কৰিব ভোগালী বিহু। গাঁৱৰ সকলো ৰাইজে হাতে কামে নামিছে পথাৰত । পুৰুষ সকলে বনাইছে ভেলাঘৰ , কাটিছে মেজিৰ বাবে বাঁহ কাঠ । মহিলা সকলে বিহু এফাকীকে জুৰি নামি পৰিছে নৰা কটাত । এই নান্দনিক মুহূৰ্ত হল শিৱসাগৰ জিলাৰ বকতা ভকত গাঁৱৰ ।1