logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

वोटर लिस्ट में अपना नाम चेक करने के लिए QR code स्कैन करें। "Scan the QR code to check your name in the voter list" #SHURULOCALNEWS #SHURUAPPTEAM #MAKKITV #INDIA

1 day ago
user_MAKKI TV NEWS
MAKKI TV NEWS
Journalist Bajali (Pt), Assam•
1 day ago
1b1c6160-cffe-4419-a7a2-f5ba7e79e84d

वोटर लिस्ट में अपना नाम चेक करने के लिए QR code स्कैन करें। "Scan the QR code to check your name in the voter list" #SHURULOCALNEWS #SHURUAPPTEAM #MAKKITV #INDIA

More news from অসম and nearby areas
  • দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ মাজগুমীত নৃশংস হত্যাকাণ্ড । নিশা ঘৰৰ ভিতৰত সোমাই আন্ধাৰৰ সুযোগ লৈ হানি খুচি নিৰ্মমভাৱে হত্যা মাজগুমীৰ চমেজ আলী(৩৬)ক । পত্নী নথকাৰ সুযোগত লৈ দূৰ্বৃত্তই কৰিলে এই হত্যাকাণ্ড । দুটি কণমানি সন্তানৰ পিতৃ আছিল চমেজ আলী ‌। কি উদ্দেশ্যত কোনে হত্যা কৰিলে সেই কথা এতিয়াও জানিব পৰা হোৱা নাই যদিও ঘটনাস্থলীত ছয়গাঁও আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । সম্প্ৰতি মৃতদেহটো ছয়গাঁও থানালৈ অনা হৈছে । ইতিমধ্যে আৰক্ষীয়ে দুই এজনক সোধা-পোচা কৰাৰ বাবে থানালৈ আনিছে ।
    1
    দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ মাজগুমীত নৃশংস হত্যাকাণ্ড । 
নিশা ঘৰৰ ভিতৰত সোমাই আন্ধাৰৰ সুযোগ লৈ হানি খুচি নিৰ্মমভাৱে হত্যা মাজগুমীৰ চমেজ আলী(৩৬)ক ।
পত্নী নথকাৰ সুযোগত লৈ দূৰ্বৃত্তই কৰিলে এই হত্যাকাণ্ড । দুটি কণমানি সন্তানৰ পিতৃ আছিল চমেজ আলী ‌।
কি উদ্দেশ্যত কোনে হত্যা কৰিলে সেই কথা এতিয়াও জানিব পৰা হোৱা নাই যদিও ঘটনাস্থলীত ছয়গাঁও আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।
সম্প্ৰতি মৃতদেহটো ছয়গাঁও থানালৈ অনা হৈছে ।
ইতিমধ্যে আৰক্ষীয়ে দুই এজনক সোধা-পোচা কৰাৰ বাবে থানালৈ আনিছে ।
    user_Jeet Das
    Jeet Das
    ছয়গাঁও, কামৰূপ, অসম•
    6 hrs ago
  • har har Mahadev 🙏
    1
    har har Mahadev 🙏
    user_Anupam Rabha
    Anupam Rabha
    Farmer Bamuni Gaon•
    21 hrs ago
  • Post by Swapamaiar
    1
    Post by Swapamaiar
    user_Swapamaiar
    Swapamaiar
    Jirang, Ri Bhoi•
    10 hrs ago
  • মন্ত্ৰী অশোক সিংহলৰ নেতৃত্বত পানবাৰী চাহ বাগিছাত বৃক্ষৰোপণ কাৰ্যসূচী
    1
    মন্ত্ৰী অশোক সিংহলৰ নেতৃত্বত পানবাৰী চাহ বাগিছাত বৃক্ষৰোপণ কাৰ্যসূচী
    user_Assam sangbad 24
    Assam sangbad 24
    Reporter Dhekiajuli (Pt), Sonitpur•
    16 min ago
  • Nagaon Big Breaking নগাঁৱৰ বৰঘাটত চলন্ত বাহনত অগ্নিকাণ্ড। চাৰিজন যাত্ৰী থকা ৰেনল্ট কুইড বাহনৰ ইঞ্জিনত হঠাৎ লাগিল জুই। স্থানীয় লোকে যাত্ৰী কেইজনক উদ্ধাৰ কৰি বাহন খন পথৰ কাষৰৰ পুখুৰীলৈ ঠেলি পঠিয়াই। ঘটনাত কোনো লোক হতাহত হোৱা নাই। বৰঘাট আৰক্ষীয়ে উদ্ধাৰ কৰিছে অগ্নিদগ্ধ বাহনখন
    1
    Nagaon Big Breaking
নগাঁৱৰ বৰঘাটত চলন্ত বাহনত অগ্নিকাণ্ড।
চাৰিজন যাত্ৰী থকা ৰেনল্ট কুইড বাহনৰ ইঞ্জিনত হঠাৎ লাগিল জুই।
স্থানীয় লোকে যাত্ৰী কেইজনক উদ্ধাৰ কৰি বাহন খন পথৰ কাষৰৰ পুখুৰীলৈ ঠেলি পঠিয়াই।
ঘটনাত কোনো লোক হতাহত হোৱা নাই।
বৰঘাট আৰক্ষীয়ে উদ্ধাৰ কৰিছে অগ্নিদগ্ধ বাহনখন
    user_Bittuahmed
    Bittuahmed
    Reporter Nagaon, Assam•
    17 hrs ago
  • বিশ্বনাথৰ বালি পুখুৰীত নকল সোণ জব্দ।
    1
    বিশ্বনাথৰ বালি পুখুৰীত নকল সোণ জব্দ।
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    Journalist বিশ্বনাথ, বিশ্বনাথ, অসম•
    17 hrs ago
  • ♦️গুৰুতৰভাৱে অসুস্থ ইউ বি ফটোজৰ নাৰায়ণপুৰৰ সাংবাদিক গোপাল গুৱালা। ♦️উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অথবা গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ চিকিৎসকৰ। ♦️প্ৰয়োজন বুজন পৰিমাণৰ ধনৰ। ♦️মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাৰ লগতে কোনো হৃদয়বান লোকৰ সহায় বিচাৰি কাতৰ আহ্বান পত্নী আৰু ভাতৃৰ। ♦️আপুনিও যদি সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে 8822881768 এই নম্বৰত যোগাযোগ কৰিব পাৰিব।
    1
    ♦️গুৰুতৰভাৱে অসুস্থ ইউ বি ফটোজৰ নাৰায়ণপুৰৰ সাংবাদিক গোপাল গুৱালা।
♦️উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অথবা গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ চিকিৎসকৰ।
♦️প্ৰয়োজন বুজন পৰিমাণৰ ধনৰ।
♦️মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাৰ লগতে কোনো হৃদয়বান লোকৰ সহায় বিচাৰি কাতৰ আহ্বান পত্নী আৰু ভাতৃৰ।
♦️আপুনিও যদি সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে 8822881768 এই নম্বৰত যোগাযোগ কৰিব পাৰিব।
    user_NARAYANPUR TODAY
    NARAYANPUR TODAY
    নাৰায়ণপুৰ, লখিমপুৰ, অসম•
    16 hrs ago
  • ছয়গাঁৱত বিজেপি নেত্ৰী অয়ুস্মিতা ডেকাৰ ৰাইজৰ সৈতে মতবিনিময়।
    1
    ছয়গাঁৱত বিজেপি নেত্ৰী অয়ুস্মিতা ডেকাৰ ৰাইজৰ সৈতে মতবিনিময়।
    user_Jeet Das
    Jeet Das
    ছয়গাঁও, কামৰূপ, অসম•
    15 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.