Shuru
Apke Nagar Ki App…
মোদীয়ে হঠাতে জালমুৰি খাবলৈ ৰোৱাৰ সময়ত তাত আগতীয়াকৈ কেমেৰা কেনেকৈ সাজু আছিল? এজন প্ৰধানমন্ত্ৰীৰ পকেটত সদায় ১০ টকীয়া নোট কেনেকৈ থাকে? এয়া বিশ্বাসযোগ্য নহয়। মমতাৰ মতে, এই সমগ্ৰ ঘটনাটো নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ কৰা এক 'স্ক্ৰীপ্টেড ড্ৰামা' বা পূৰ্ব নিৰ্ধাৰিত নাটকহে আছিল
Prime Time National
মোদীয়ে হঠাতে জালমুৰি খাবলৈ ৰোৱাৰ সময়ত তাত আগতীয়াকৈ কেমেৰা কেনেকৈ সাজু আছিল? এজন প্ৰধানমন্ত্ৰীৰ পকেটত সদায় ১০ টকীয়া নোট কেনেকৈ থাকে? এয়া বিশ্বাসযোগ্য নহয়। মমতাৰ মতে, এই সমগ্ৰ ঘটনাটো নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ কৰা এক 'স্ক্ৰীপ্টেড ড্ৰামা' বা পূৰ্ব নিৰ্ধাৰিত নাটকহে আছিল
More news from অসম and nearby areas
- Post by Prime Time National1
- 👉নগাঁও চহৰতকৈও কম মূল্যত ইয়াত ক্ৰয় কৰিব পাৰিব ই-ৰিক্সা। 👉আপোনাৰ চিবিল বেয়া হ'লেও লাভ কৰিব ই এম আইৰ সুবিধা। 👉 গাড়ীৰ বেটাৰী, মটৰ, বডিত থাকিব বিশেষ ৱাৰেন্টিৰ ব্যবস্থা। 👉গাড়ীৰ ৰেজিষ্ট্ৰেচন, ইন্সুৰেঞ্চ আদি সকলো কৰি দিয়া হ'ব এই প্ৰতিষ্ঠানতে। প্ৰিয় দৰ্শক, যদি আপুনি এখন ই-ৰিক্সা কিনিম কিনিম বুলি মনতে ভাবি আছে তেন্তে কেইটামান ডাউন পেমেণ্টৰ টকা লৈ আপুনি আহিব লাগিব ৰূপহী হাটৰ উত্তৰ খাটোৱালৰ R I Enterprise লৈ। এই প্ৰতিষ্ঠানত নগাঁও চহৰৰ ভিতৰতে কম মূল্যত ই-ৰিক্সা কিনিব পাৰিব বুলি স্বত্বাধিকাৰী ৰফিকুল ইছলামে আমাক জানিবলৈ দিছে। তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ ডাইল কৰক 8638561276 অথবা 78965565391
- Post by MANTAJ Ali1
- পুৱাই গৰু চুৰি কৰি গাড়ীত উঠাবলৈ লওঁতেই হাতে-লোটে আটক কৰে তিনি চুৰক পাঁচ জনীয়া চুৰৰ দলটোক ৰাইজে খেদি খেদি তিনি চুৰক আটক কৰে যদিও পলায়ন কৰে আন দুই গৰু চুৰ দীৰ্ঘদিনৰেই পৰা অঞ্চলটোত গৰু চোৰে নিদ্ৰা হৰণ কৰি আহিছে গৃহস্থৰ ধৃত গৰু চোৰ ক্ৰমে হাবিবুৰ ৰহমান,জিয়াবুৰ ৰহমান, আবুল বাশ্বাৰ। উত্তেজিত ৰাইজে গৰু চুৰিত ব্যৱহৃত বাহন ভাঙি লণ্ডভণ্ড কৰে ঘটনাস্থলীত লাওঁখোৱা চাপৰি আৰক্ষী উপস্থিত হৈ তিনি চোৰক থানালৈ লৈ যায় আৰু সোধপোচ অব্যাহত ৰাখিছে1
- ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ কিৰাকটাত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী দণ্ড যাত্ৰা1
- শিক্ষাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে এইদৰে ওলাই আহে পুৱাৰ ভাগতে মাদ্ৰাছাৰ শিক্ষাৰ্থী সকলে এক বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰে মাদ্ৰাছাৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন ধৰণৰ শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে। শিশু শ্ৰমিক বন্ধ কৰক, শিক্ষা আমাৰ মৌলিক অধিকাৰ, আমাৰ শিক্ষা লাগে শিক্ষা দিয়ক আদি বিভিন্ন স্লোগানৰে এক জাগৰণ সৃষ্টি কৰে অসম ৰাজ্যিক দ্বিনী তালিমী ব'ৰ্ডৰ নিৰ্দেশমৰ্মে কলিয়াবৰ জিলা দ্বিনী তালিমী ব'ৰ্ডৰ সহযোগত আজি ভাটিয়াখালী আঞ্চলিক দ্বিনী তালিমী ব'ৰ্ডৰ উদ্যোগত জাগৰণ ও সজাগতা সভা অনুষ্ঠিত হয়। পুৱাৰ ভাগতে উলিওৱা এই বিশাল পদযাত্ৰাত ভাগ লয় কলিয়াবৰ জিলা দ্বিনী তালিমী ব'ৰ্ডৰ সভাপতি মৌলানা মুজিবুৰ ৰহমান, সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন, মৌলানা জাহিদ,ভাটিয়াখালী আঞ্চলিক দ্বিনী তালিমী ব'ৰ্ডৰ সাধাৰণ সম্পাদক মুজাম্মেল হুছেইনৰ প্ৰমূখ্য কৰি বহু গন্য মান্য ব্যক্তি তথা মাদ্ৰাছাৰ শিক্ষক সকলে অংশগ্ৰহণ কৰে। মাদ্ৰাছাৰ শিক্ষা কেৱল ধৰ্মীয় দিশতে সীমাবদ্ধ নহয়,ইছলামিক শিক্ষাৰ লগতে সাধাৰণ শিক্ষা প্ৰদান কৰি আমাৰ সমাজৰ নতুন প্ৰজন্মক গঢ়ি তোলাত এই অনুষ্ঠানসমূহৰ ভূমিকা অপৰিসীম।1
- সোমবাৰে জম্মু-কাশ্মীৰৰ ৰামনগৰ-উধমপুৰ ঘাইপথৰ কাগোটৰ সমীপত এখন যাত্ৰীবাহী বাছ ওলোট খাই পৰাৰ ফলত অতি কমেও ১৫ জন লোকে প্ৰাণ হেৰুৱাইছে।1
- Post by Prime Time National1